• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

3 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 hour ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

2 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

2 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

2 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

3 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

3 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

3 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

4 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

4 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

14 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

editor by editor
March 26, 2023
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, লেখা
0
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?
0
SHARES
910
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
‘সমম্বয়ৰ বাবেই এই বস্ত্ৰ৷ আদৰি লওক গামোছাৰ নামেৰে এই নতুন বস্ত্ৰক৷’ দুই মন্ত্ৰীয়েই হাঁহি হাঁহি পিন্ধিছে এই বস্ত্ৰ৷ ফটো ভাইৰেল হৈ পৰা মাত্ৰকেই ৰাইজো চিন্তিত, ‘GI-টেগ পাইয়ো আকৌ সংকটত নেকি গামোছা?’

মন্ত্ৰী বিমল বৰা আৰু ৰণোজ পেগুৰ ডিঙিত উজলিছে এখন বস্ত্ৰ৷ পাৱাৰলুমৰ গামোছা বন্ধ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ সময়তে হিমন্ত নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীৰ ডিঙিত এক বিশেষ বস্ত্ৰ৷ গামোছাক ন’ ৰূপ দিয়াৰ আঁৰৰ এই পৰিকল্পনা কিন্তু আজিৰ নহয়৷ ২০১৭ চনতেই লোৱা হৈছিল গামোছাৰ বিশেষ নক্সা৷ বাংলা সাহিত্যসভাই অসমীয়াৰ গামোছাক লৈ প্ৰস্তুত কৰিছিল নক্সা৷ বৰাক উপত্যকা সাহিত্য-সংস্কৃতি সন্মিলনীয়ে লৈছিল এই সিদ্ধান্ত৷ বৰাকত অসমীয়া গামোছা পিন্ধোৱাক লৈ আপত্তি আছিল একাংশৰ৷ বৰাক উপত্যকা সাহিত্য-সংস্কৃতি সন্মিলনীৰ কাছাৰ জিলা সমিতিৰ অধিবেশনতে লোৱা হৈছিল গামোছাৰ বিশেষ নক্সা৷ অসমীয়া গামোছাৰে বাংলা সাহিত্যিকক আদৰণি জনোৱাত ক্ষোভিত হৈছিল বহুকেইজন সাহিত্যিক৷ বাংলা সাহিত্যিক মুজাম্মিল আলি লস্কৰে তেতিয়া প্ৰশ্ন কৰিছিল, ‘অসমীয়া গামোছা মোক কিয় পিন্ধাইছে?’

কাছাৰ জিলা সভাপতি তৈমুর ৰা জা চৌধুৰীৰো আছিল ঘোৰ আপত্তি৷ তেওঁ অনুষ্ঠানতেই মুকলিকৈ কৈছিল, ‘বহু অনুষ্ঠানতেই এই গামোছা আমাক দিয়ে, অসমীয়া গামোছাৰ প্ৰতি বিদ্বেষ নাথাকিলেও গ্ৰহণ কৰাত অসুবিধা হয়৷ অসমীয়াৰ অনুষ্ঠানত দিলেহে সন্মানবোধ কৰো৷ ব্ৰহ্মপুত্ৰ উপত্যকাত পালে আমাৰ আপত্তি নাই৷ বৰাক উপত্যকাত কিন্তু এয়া ধাৰ কৰা সংস্কৃতিহে৷

কাছাৰ জিলা সন্মিলনৰ পাছতেই একাংশই এই মন্তব্যৰ প্ৰতি আপত্তিও দৰ্শাইছিল৷ উত্থাপিত হৈছিল একোটা প্রশ্নও, বৰাক অসমৰেই এটা উপত্যকা নহয়নে? বুদ্ধিজীৱীৰ সন্মিলনতেই এনেকুৱা মন্তব্য কিয়? উত্তৰ দিবলৈ দল সংগঠন আগুৱাই গ’লেও নিৰৱ ভূমিকা লৈছিল চৰকাৰীপক্ষই৷ তেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল সততে বৰাক-ব্ৰহ্মপুত্ৰৰ সমম্বয়ৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ সোনোৱালে কিন্তু তেতিয়াও লৈছিল নীৰৱ ভূমিকা৷

অসমীয়াৰ স্বাভিমান গামোছাক অপমানক লৈ বৰ্তমান ছচিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা৷ গামোছাক দিয়া ন’ ৰূপ সঠিকনে সেই বিচাৰ অসমীয়াই কৰিব, কিন্তু হাঁহি হাঁহি এই বস্ত্ৰ গ্ৰহণ কৰা অসম চৰকাৰৰ দুই মন্ত্ৰীক কি ক’ব জনতাই সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়...

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.