• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

2 months ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

19 mins ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

2 hours ago
কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

2 hours ago
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

6 hours ago
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

7 hours ago
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

8 hours ago
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

1 day ago
🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

1 day ago
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

1 day ago
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

1 day ago
যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

1 day ago
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

1 day ago
  • About
  • Advertise
  • Careers
Friday, June 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

editor by editor
March 26, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…
0
SHARES
27.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যৌনতা তথা যৌন জীৱনক লৈ অধ্যয়ন আৰু গৱেষণাৰ অন্ত নাই৷ মানুহৰ যৌনতাৰ উপভোগ তথা সন্তুষ্টি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা প্ৰত্যেক দিনেই চলি আছে৷ বহুতেই বহুধৰণে মতামতো দাঙি ধৰিছে৷ অৱশ্যে এই গৱেষণাসমূহৰ প্ৰায়সংখ্যকেই সত্যও প্ৰমাণিত হৈছে৷ মানুহৰ বয়স অনুসাৰে যৌন সম্পৰ্কৰ সন্তুষ্টিৰ তাৰতম্য ঘটে নেকি? এই বিষয়টোক লৈ একাংশ চিকিৎসকে চলোৱা গৱেষণাত পাইছে কেইবাটাও তথ্য৷

গৱেষণাত যৌন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বয়স অনুসাৰে সন্তুষ্টিৰ তাৰতম্য ঘটে৷ অৰ্থাৎ বয়সভেদে যৌন সন্তুষ্টিৰ তাৰতম্য ঘটাতো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ চিকিৎসকে প্ৰকাশ কৰামতে, ডেকা বসয়তেই যৌন সম্পৰ্ক অধিক উপভোগ্য হৈ উঠে সেয়া কিন্তু সম্পূৰ্ণ সঁচা নহয়৷ কিন্তু বয়সৰ সৈতে কিছু পাৰ্থক্য নথকা নহয়৷ কাৰণ বয়সৰ লগে লগে মেজাজ, টেনচন, স্বাস্থ্যৰ অৱস্থা সকলো সলনি হৈ যায়। কিমান বছৰৰ পৰা কিমান বছৰলৈ স্বাস্থ্যত পৰিবৰ্তন আহে?

২০ বছৰ
এই বয়স জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময়। এই পৰ্যায়ত একোজন ব্যক্তিৰ বেছি মানসিক চাপ নাথাকে। অধিক উত্তেজনাও থাকে। নতুন নতুন বিষয় জানিবলৈ আগ্ৰহ কৰাৰ লগতে এক তীব্ৰ যৌন আকাংক্ষাও এই বয়সত থাকে। ফলস্বৰূপে এই বয়সত যৌনতাত অধিক জীপাল হোৱাৰ লগতে সজীৱতা থাকে।

৩০ বছৰ
এই বয়সত বহুতে নিজকে জীৱনৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰে। প্ৰেম, বিশ্বাস ইত্যাদিকলৈ চিৰিয়াছ হ’বলৈ আৰম্ভ কৰে৷ তেনে বয়সৰ ব্যক্তিয়ে বিশ্বাস আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে৷

৪০ বছৰ
গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ বছৰ বয়সৰ পিছত যৌন আনন্দ সৰ্বোত্তমভাৱে অনুভৱ কৰিব পাৰি। কাৰণ দুয়োজনেই বহুদিনৰ পৰা ইজনে সিজনৰ ছাঁত থাকে। ইজনে সিজনক বহুত ভালদৰে চিনি পায়। সম্পৰ্ক গভীৰ হ’লেও ইমান দিন একেলগে থকাৰ অৰ্থ হ’ল অলপ হ’লেও তেওঁলোকে নিজকে বুজিবলৈ সক্ষম হৈছে। গতিকে জীৱনৰ এই পৰ্যায়ত শাৰীৰিক সম্পৰ্ক বহুত বেছি উপভোগ্য হয়।

৫০ বছৰ
৫০ বছৰ অতিক্ৰম কৰা সকলো মানুহৰে শাৰীৰিক আৰু মানসিক অৱস্থা একে নহয়। জীৱন সম্পৰ্কীয় স্বাভাৱিক চিন্তা কিছু কমি যায়। কিন্তু সম্পৰ্কৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণৰ উপৰিও ভাল সুস্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেই এই সময়ছোৱাতো শাৰীৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…
জীৱনশৈলী

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

June 2, 2023
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?
জীৱনশৈলী

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

June 2, 2023
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?
জীৱনশৈলী

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

June 1, 2023
🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত
জীৱনশৈলী

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

June 1, 2023
Next Post
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল...

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.