• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

3 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

4 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

4 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

5 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

5 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

5 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

8 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

9 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

9 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

10 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

11 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

editor by editor
March 27, 2023
in অপৰাধ, অসম, জীৱনশৈলী, সংগীত
0
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?
0
SHARES
34.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাপৰি বৰা নামৰ এগৰাকী মহিলাই দিয়া এটা ফেছবুক পষ্টৰ পিছতেই ৰাজ্যজুৰি চৰ্চাত প্ৰৱঞ্চক স্বামী দেৱাশীষ সৰকাৰ। মিছা কথাৰে কেইবাটাও জীৱন এতিয়ালৈকে ধ্বংস কৰা দেৱাশীষে কেনেকৈ যুৱতীক প্ৰৱঞ্চনা কৰিছে সকলোবোৰেই পোহৰলৈ আহিছে। পত্নী সন্তান থাকিও পুনৰ বিবাহ কৰোৱা দেৱাশীষে কেনেকৈ দ্বিতীয় পত্নী গৰ্ভৱতী হোৱাৰ পাছত গৰ্ভপাত কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল সকলোবোৰেই এতিয়া পোহৰলৈ আহিছে। পত্নীক অশ্ৰাৱ্য গালি গালাজ কৰাৰো এটা অডিঅ’ শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে।

দ্বিতীয় পত্নীয়ে সকলোবোৰ উদঙাই দিয়াৰ পাছতেই দেৱাশীষক বহুতেই এখন চিনাকী মুখ বুলিও দাবী কৰিছে। কিয়নো দেৱাশীষ ৰিয়েল লাইফতেই যে এজন ভাৱৰীয়া তেনে নহয় ৰীল লাইফটো অভিনয় ভালেই কৰে দেৱাশীষে। দীপলিনা ডেকাৰ জনপ্ৰিয় গীত পুতলাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দেৱাশীষে। পুতলাৰ পৰাই জনপ্ৰিয় হৈ পৰা দেৱাশীষৰ প্ৰৱঞ্চনাৰ জালখন মেলাটো বেছিয়েই সহজ হৈ পৰে। ন ন যুৱতীৰ সৈতে প্ৰেমৰ জালখন মেলি অৱশেষত প্ৰকৃত মুখা খোল খাইছে দেৱাশীষৰ।

পত্নীয়ে সংবাদ মাধ্যমৰ লগতে আৰক্ষীৰ কাষ চপাত দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে অভিযুক্ত দেৱাশিষ সৰকাৰে। কেমেৰাৰ সন্মুখতো কথাৰ শালীনতা নথকা দেৱাশীষে, পত্নীয়ে অনা সকলো অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে৷ দেৱাশীষৰ অভিযোগ- পত্নীৰ আছিল বিবাহ বৰ্হিভুত সম্পৰ্ক৷ কিন্তু অভিযোগ আনিলেওকোনো সঠিক তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে দেৱাশিষে। কেৱল মুখৰ কথাৰেই পত্নী অভিযোগ নস্যাৎ কৰিবলৈ চেষ্টা চলাইছে দেৱাশীষে৷ ইপিনে প্ৰথমা পত্নীকো চিনি নাপাও বুলি দাবী দেৱাশীষৰ।

উল্লেখ্য যে, দীপলিনা ডেকাৰ পুতলা শীৰ্ষক গানটোত অভিনয় কৰাৰ লগতে গানটোৰ ভিডিঅৰ প্ৰযোজনাও কৰিছিল দেৱাশীষে। গানটোত মুখ্য চৰিত্ৰত আছিল দেৱশীষ নিজে। দেৱাশীষৰ বিপৰীতে আছিল মুখ্য চৰিত্ৰত অভিনয় কৰিছিল প্ৰিয়ম পল্লৱীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
Next Post
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.