• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

3 years ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

16 minutes ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

1 hour ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

1 hour ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

2 hours ago
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

2 hours ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

3 hours ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

4 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

4 hours ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

5 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

5 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

6 hours ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

editor by editor
March 27, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
‘এই দেশৰ প্ৰধানমন্ত্ৰী এজন কাপুৰুষ, লগাই দিয়ক মোৰ ওপৰতো দুটা কেছ, লৈ যাওক মোক কাৰাগাৰলৈ। মোৰ শ্বহীদ দেউতাক অপমান কৰিছে, মোৰ দেউতাৰ মৃতদেহ ত্ৰিৰংগাত মেৰিয়াই অনা হৈছিল। সেই পিতৃৰেই সন্তান আমি। শ্বহীদৰ পুত্ৰক আপোনালোকে দেশদ্ৰোহী কয়? আপোনালোকহে একোজন মীৰজাফৰ। গণতন্ত্ৰ কাক কয় আমি জানো। সেয়া আমাৰ তেজত ৰোপন কৰি থোৱা আছে। মোৰ মাতৃক অপমান কৰিছে৷ আমি পিছুৱাই আহিম বুলি নাভাৱিব, আমি আমাৰ আদৰ্শলৈয়েই আগবাঢ়ি যাম৷’

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে দেওবাৰে দিয়া এক মন্তব্যক লৈ চলিছে সমগ্ৰতে চৰ্চা৷ প্ৰিয়ংকা গান্ধীয়ে কৰা মন্তব্যৰ পিছতেই প্ৰিয়ংকাৰ সাহসিকতাক বহুতেই ধন্যবাদো জনাইছে৷ প্ৰিয়ংকাৰ ভিতৰত এনে কি গুণ কি যিয়ে সকলোকে আকৰ্ষিত কৰে?

প্ৰিয়ংকাৰ ভিতৰত আছে এইকেইটা ভাল গুণ
ৰাহুলৰ তুলনাত প্ৰিয়ংকাই সাধাৰণ নাগৰিকক ভাষণেৰে সহজে আকৃষ্ট কৰিব পাৰে৷ ৰাহুল গান্ধীয়ে বহু সময়ত হিন্দীত ভাষণ দিওতে ৰৈ যাবলগীয়া হয়৷ তাৰবিপৰীতে প্ৰিয়ংকাই হিন্দীত প্ৰত্যেকটো কথাই সুন্দৰৰূপত ফুটাই তুলিব পাৰে৷ ভাৰতবৰ্ষত প্ৰায় ৪৮ শতাংশ মহিলা ভোটাৰ আছে৷ মহিলা আৰু যুৱপ্ৰজন্মৰ মাজত প্ৰিয়ংকাৰ ৰাহুলতকৈ বেছি জনপ্ৰিয়তাও আছে৷ ৰাহুলক শাসক দল বিজেপিয়ে পাপ্পু টেগ দিয়াৰ বিপৰীতে প্ৰিয়ংকাক তেনে কোন টেগ দিয়া হোৱা নাই৷ সেয়ে প্ৰিয়ংকাৰ বাঢ়ি অহা জনপ্ৰিয়তাক অন্য নামেৰে সহজে উপলুঙা কৰা এতিয়া সহজ নহয়৷ প্ৰিয়ংকাৰ আৰু এটা বিশেষ গুণ হৈছে প্ৰিয়ংকাই মৰমেৰেও কথাবোৰ বুজাই ক’ব পৰাৰ দৰে সময়ত খঙেৰেও প্ৰত্ত্যুত্তৰ দিব পাৰে৷ প্ৰিয়ংকাই আইতাক ইন্দিৰা গান্ধীৰ জীৱনশৈলীক যেন ভালধৰণেই অনুসৰণ কৰিছিল৷ তাৰেই প্ৰমাণ প্ৰিয়ংকাই কালি দিয়া বিশেষ ভাষণটো৷ বহুসংখ্যকেই এতিয়া প্ৰিয়ংকাৰ মাজত আইতাক ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবিও দেখা পায়৷

সক্ৰিয় ৰাজনীতিত অচিৰেই আহিব প্ৰিয়ংকা
ৰাহুল গান্ধীৰ কাৰাগাৰ যাত্ৰা হওক বা নহওক কিয় প্ৰিয়ংকাই সক্ৰিয় ৰাজনীতিত অচিৰেই আহিব৷ আগন্তুক নিৰ্বাচনত প্ৰিয়ংকাই নিৰ্বাচন খেলাৰ পূৰ্ণ সম্ভাৱনা আছে৷ প্ৰিয়ংকাই বায়নাড সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ইপিনে যদি ৰাহুলৰ ওপৰত থকা গোচৰসমূহ উঠাই লয় তেন্তে ’২৪ ত ৰাহুলে আমেথি বা ৰায়বৰেলিৰ পৰা নিৰ্বাচন খেলাৰ পূৰ্ণ সম্ভাৱনা আছে৷

সক্ৰিয় ৰাজনীতিত প্ৰিয়ংকাই সন্মুখীন হ’ব পৰা প্ৰতিবন্ধক কি কি?
ভাৰতৰ ৬৫ সংখ্যক ভোটাৰেই ৩৫ বছৰৰ তলৰ৷ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বিৰুদ্ধে ভাৰতীয় যুৱসমাজে প্ৰায় প্ৰতিসময়তে বিৰোধ কৰি আহিছে৷ তেনেক্ষেত্ৰত প্ৰিয়ংকা অথৱা ৰাহুলে সক্ৰিয় ৰাজনীতিত নিৰ্বাচন জিকাটো সম্ভৱ হ’বনে সেই বিষয়টোক লৈ একাংশ সচেতন ৰাজনীতিবিদেও মন্তব্য কৰিছে৷ বৰ্তমান সময়ত বিজেপি এক শক্তিশালী দল হৈ পৰিছে৷ তেওঁলোকৰ ৰাজনৈতিক ষ্ট্ৰেটেজিও বহুত উন্নত৷ সেয়ে ইমান শক্তিশালী দলৰ বিৰুদ্ধে যুঁজি জয়লাভ কৰাটো সহজ নহয়৷

প্ৰিয়ংকাই শেষ ভৰষা নেকি কংগ্ৰেছৰ?
ৰাহুলৰ তুলনাত বহুতেই অধিক ভৰষা কৰে প্ৰিয়ংকাৰ ওপৰত৷ বিগত তিনি-চাৰি বছৰত যিসকলে কংগ্ৰেছ দল ত্যাগ কৰিছে তেওঁলোকৰ বেছিভাগেই ৰাহুলৰ বিৰুদ্ধে ক্ষোভিত হৈয়ে দল ত্যাগ কৰিছে৷ কিন্তু দলত্যাগ কৰাসকলেও কাহানিও প্ৰিয়ংকাৰ বিৰুদ্ধে বেয়া মন্তব্য কৰা নাই৷ ৰাহুলৰ বাবেই এদিন দলত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্রশংসা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ৷ ইপিনে শেহতীয়াভাৱে হিমাচল প্ৰদেশৰ নিৰ্বাচনী যুঁজত প্ৰিয়ংকাৰ নেতৃত্বতেই কংগ্ৰেছ দলটোৱে জয়ৰ মুখ দেখিছে৷ একেদৰে ছত্তিচগড়তো প্ৰিয়ংকাৰ নেতৃত্বতেই ভূপেশ বাঘেলে চৰকাৰ গঢ়িবলৈ সক্ষম হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

May 19, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ
জীৱনশৈলী

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

May 19, 2026
Next Post
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.