• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

3 years ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

13 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

13 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

14 hours ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

15 hours ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

15 hours ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

16 hours ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

16 hours ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

17 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

17 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

17 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

18 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?

editor by editor
April 8, 2023
in অসম, ফেশ্বন
0
অসমীয়া ৰেচম শিল্পক বিশ্বৰ ফেশ্বন জগতত চিনাকি কৰোৱা ডিজাইনাৰ সংযুক্তা দত্ত, সংযুক্তাৰ ডিজাইনৰ প্ৰশংসাত কি ক’লে বলীউড শিল্পী সংগীতা বিজলানীয়ে?
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেশ্বন আৰু গ্লেমাৰৰ জগতত গৌৰৱোজ্জল ১০ টা বছৰ। এই দহবছৰীয়া যাত্ৰাক উদযাপনৰ বাবে গুৱাহাটীস্থিত সংযুক্তা ষ্টুডিঅ’ত আয়োজন কৰা বিশেষ অনুষ্ঠানত বলীউডৰ শিল্পীকে ধৰি অসমৰ বহুকেইগৰাকী শিল্পীও উপস্থিত হৈছে।

অসমৰ ৰেচমী শিল্প বিশ্বৰ বিভিন্ন কোণলৈ প্ৰসাৰ কৰাৰ বাবেই বৰ্তমানৰ ডিজাইনাৰসকলৰ ভিতৰত অন্যতম হৈছে সংযুক্তা দত্ত। সংযুক্তা দত্তই অসমীয়া পাট-মুগাৰ চাদৰ মেখেলাত নিজা ডিজাইন দি দেশ-বিদেশৰ মডেলৰ দ্বাৰা অসমীয়া হস্ততাঁত শিল্পক তুলি ধৰিছে। হেৰাই যাব ধৰা অসমীয়াৰ ৰেচমী শিল্পক পুনৰুদ্ধাৰত সংযুক্তা দত্তৰ বিশেষ ভুমিকা আছে। আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংযুক্তা দত্তৰ বিশেষ সপোনটোৱে পোখা মেলিছিল ‘সংযুুক্তা ষ্টুডিঅ’ৰ পৰা। তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টিও কাঢ়িছে। ১০ বছৰীয়া বৰ্ষপূৰ্তিত সংযুক্তা ষ্টুডিঅ’ত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। সেই অনুষ্ঠানত ভাগ ল’বৰ বাবেই মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি বলীউড অভিনেত্ৰী সংগীতা বিজলানীও। সংযুক্তাৰ এই যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউড অভিনেত্ৰী সংগীতা বিজলানীয়েকয় যে, সংযুক্তা বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰো উৎস।

সংযুক্তাই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূৰ্বে তেওঁ আছিল এগৰাকী ইঞ্জিনীয়াৰ বা অভিযন্তা। ইঞ্জিনীয়াৰিঙৰ ক্ষেত্ৰখনৰ পৰা ডিজানিঙৰ ক্ষেত্ৰলৈ এই যাত্ৰা ইমান সহজো নহয়। সংযুক্তাই বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্ৰিণ্টৰ সংমিশ্ৰণত কাপোৰত ডিজাইন দিয়ে। তেওঁ ডিজাইনিঙৰ বাবে বাছি লয় অসমৰ ৰেচমী কাপোৰক। মেখেলা-চাদৰতেই বিশেষকৈ তেওঁ ডিজাইন দিবলৈ আৰম্ভ কৰে। সংযুক্তাই তাৰপিছত আৰু পিছুৱাই আহিব লগা হোৱা নাই। তেওঁ ডিজাইন কৰা চাদৰ-মেখেলাই সকলোৰে সমাদৰ লাভ কৰিবলৈ ল’লে। তেৱেঁই প্ৰথমগৰাকী অসমীয়া ডিজাইনাৰ যিয়ে Lakme Fashion Week অসমৰ ৰেচমী শিল্পক তুলি ধৰে। কেৱল ভাৰততেই নহয় বহু ফেশ্বন উইকত তেওঁ অংশগ্ৰহণ কৰিছে। বিশেষকৈ FDCI, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তাই নিউৱৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰিছে।

নিউৱৰ্ক ফেশ্বন উইক ডিজাইনাৰসকলৰ বাবে এনে এক প্লেটফৰ্ম য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা ডিজাইনাৰসকল আহি উপস্থিত হয়। তেওঁলোকে নিজা ডিজাইনসমূহ তুলি ধৰে। সেই ফেশ্বন উইকতেই বহুতেই সংযুক্তাই ডিজাইন কৰা কাপোৰৰ প্ৰশংসাও কৰিছে। ইয়াৰোপৰি দেশ বিদেশৰ বহুকেইখন বাতৰি কাকত, মেগাজিনতো সংযুক্তাৰ ডিজাইনৰ চৰ্চা চলিছিল।

উল্লেখ্য যে সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো। সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধিয়েই ৰেড কাৰ্পেটত খোজ দিছিল কেইবাগৰাকীও জনপ্ৰিয় মডেলে। শেহতীয়াকৈ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত পেৰিছ ফেশ্বন উইকতো জিলিকি উঠিছিল সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা-চাদৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

June 2, 2026
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত
অসম

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

June 1, 2026
Next Post
বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…

বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত...

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.