• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…

বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…

3 years ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

25 minutes ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

37 minutes ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

1 hour ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

2 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

3 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

4 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

4 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

5 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

7 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…

editor by editor
April 8, 2023
in জীৱনশৈলী, বিনোদন
0
বিবাহিত জানিও কুমাৰ চানুৰ প্ৰেমত পৰিছিল এইগৰাকী অভিনেত্ৰী, অভিনেত্ৰীৰ বাবেই সংসাৰ ভাঙিছিল কুমাৰে, কিন্তু প্ৰেমিকাও হ’লগৈ অন্যৰ পত্নী, তাৰপিছত…
0
SHARES
10.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আশীৰ দশকৰ শেষৰ ফালে বলীউডৰ বিখ্যাত কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম হৈছে কুমাৰ চানু। ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত ‘হিৰো হিৰালাল’ ছবিত প্ৰথমে গীত গাইছিল কুমাৰ চানুৱে। সেই গীতটোৰেই আৰম্ভ হৈছিল বলীউড যাত্ৰা। এই গীতটোৰ পাছতেই বলীউডৰ বিখ্যাত বিখ্যাত সংগীত পৰিচালকৰ পৰা গীত গাবলৈ প্ৰস্তাৱ আহে কুমাৰ চানুলৈ। বাংলা ছবিৰ লগে লগে হিন্দী ছবিতো গীত গাবলৈ আৰম্ভ কৰে কুমাৰ চানুৱে। সংগীতৰ ক্ষেত্ৰত যেনেকৈ দোপতদোপে আগুৱাই থাকিল তেনেকৈয়ে পৰকীয়া প্ৰেমৰ সম্পৰ্কও বাঢ়ি গৈ থাকিল কুমাৰ চানুৰ।

১৯৯০ চনত কুমাৰ চানুৱে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ সফল গীতটোত কণ্ঠদান কৰে।
‘আশিকি’ ছবিৰ গোটেইকেইটা গানেই গাবলৈ অফাৰ লাভ কৰে চানুৱে। তেওঁ গোৱা প্ৰতিটো গীতেই মুক্তিৰ লগে লগেই জনপ্ৰিয় হৈ পৰিল। তাৰপাছতেই মহেশ ভাট্ট পৰিচালিত ‘জুৰ্ম’ ছবিত গীত পৰিবেশন কৰে কুমাৰ চানুৱে। ‘জুৰ্ম’ ছবিত কুমাৰ চানুৱে গোৱা ‘যব কই বাত বিগৰ যায়ে’ গীতটো সেই সময়ত দেশৰ প্ৰায় প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰেই প্ৰিয় গীত হৈ পৰিছিল। সেই গীতটোত কুমাৰ চানুৰ সৈতে কণ্ঠদান কৰিছিল সাধনা সৰগমে। চানুৰ এই বিশেষ গীতটো শুনিয়েই তেওঁৰ প্ৰতি আকুল হৈ উঠিছিল অভিনেত্ৰী মিনাক্ষী। এই ছবিত গীত গোৱাৰ পূৰ্বেই বিবাহিত আছিল কুমাৰ চানু। বলীউডত ভৰি দিয়াৰ পূৰ্বেই ৰীতা ভট্টাচাৰ্যক বিবাহ কৰাইছিল কুমাৰ চানুৱে। বিয়াৰ পাছতো কিন্তু কেইবাবাৰো অন্য যুৱতীৰ প্ৰেমত পৰিছে কুমাৰ চানু।

জুৰ্ম ছবিত কণ্ঠদান কৰাৰ প্ৰায় ১০ বছৰ আগতেই বিয়া কৰাইছিল কুমাৰ চানুৱে। কিন্তু এই সকলোবোৰ জানিও মীনাক্ষি কুমাৰ চানুৰ প্ৰেমত পৰে। চানুৰ এই বিবাহ বহিৰ্ভূত সম্পৰ্ক সেই সময়ত বাতৰিৰ শিৰোনামো হৈছিল। এই প্ৰেমৰ কথা কুমাৰৰ পত্নীৰ কাণতো পৰে। কিন্তু কুমাৰ চানুৰ পত্নীয়ে এই সম্পৰ্কৰ বাবে পোনছাটেই দোষাৰোপ কৰে মীনাক্ষিক। তেওঁ কয় যে, বিবাহিত জানিও সম্পৰ্ক ৰাখি আমাৰ সংসাৰ ভাঙিবলৈ যত্ন কৰিছে।

কুমাৰ চানুৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰখাৰ বাবে বলীউডত কামো নোপোৱা হৈ পৰে মীনাক্ষিয়ে। ১৯৯৪ চনত পত্নী ৰীতাৰ সৈতে বিচ্ছেদ হয় কুমাৰ চানুৰ। ছবিত কামো পোৱা নাছিল বাবে বিবাহৰ সিদ্ধান্ত লয় মীনাক্ষিয়েও। কিন্তু কুমাৰ চানুৰ সৈতে তেওঁ বিয়া নকৰাই। ১৯৯৫ চনত আমেৰিকাৰ এজন বেংক কৰ্মচাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মীনাক্ষি। ইপিনে প্ৰথম বিবাহ বিচ্ছেদৰ পাছত চালোনিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কুমাৰ চানুও। প্ৰথমা পত্নীৰ পৰা কুমাৰৰ আছে তিনিটা সন্তান। আৰু দ্বিতীয়া পত্নীৰ পৰা কুমাৰৰ আছে দুটাকৈ সন্তান। তেওঁৰ প্ৰেয়সী মীনাক্ষি এতিয়া টেক্সাচৰ বাসিন্দা। বলীউডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক বৰ্তমান আৰু নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
Next Post
কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

'আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.