• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

3 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

50 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

1 hour ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

2 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

4 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

editor by editor
April 8, 2023 - Updated on June 3, 2024
in অসম, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিমন্ত বিশ্ব শৰ্মাই কিয় ত্যাগ কৰিছিল কংগ্ৰেছ দল? সকলোবোৰ কথা মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ নকৰিলেও প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নৱী আজাদে বৰ্ণনা কৰিলে সকলো কথা। গোলাম নৱী আজাদে বৰ্ণনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ কাহিনী।

সাংবাদিক বৰ্ষা দত্তৰে হোৱা এক সাক্ষাৎকাৰত এই সকলোবোৰ কথা বৰ্ণনা কৰিছে গোলাম নৱী আজাদে। গোলাম নৱী আজাদে এই সম্পৰ্কত কয়, ‘শ্ৰী নগৰত আছিলো। আহমেদ পেটেলৰ পৰা মোলৈ এটা ফোন আহে। ছোনীয়া গান্ধীয়ে সেইদিনা আহমেদ পেটেলৰ সৈতে কথা পাতিব বিচাৰে। অসমৰ বিসম্বাদক লৈ শ্ৰী নগৰৰ পৰা ছোনীয়া গান্ধীয়ে মোক মাতি পঠিয়ালে।’

গোলাম নৱী আজাদৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা। এই কথা ছোনীয়া গান্ধীয়ে গম পাইছিল। সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই ৪০-৫০ গৰাকী বিধায়কক লগত লৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগ পত্ৰ দাখিল কৰাৰ দিনাই সন্ধিয়া ৫ বজাত গোলাম নৱী আজাদে ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। হিমন্ত বিশ্ব শৰ্মা ব্ৰিগেডৰ বিধায়কসকলক দিল্লীলৈ লৈ অহাৰ কথা ক’লে গোলাম নৱী আজাদে। ৪৫ গৰাকী কংগ্ৰেছী বিধায়কক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই গোলাম নৱী আজাদক সাক্ষাৎ কৰে। দুটা দিনৰ বাবে সকলো বিধায়কক দিল্লীতেই থকাৰ কথা ক’লে আজাদে।

ইয়াৰ পাছত তৰুণ গগৈক ফোন কৰে গোলাম নৱী আজাদে। তৰুণ গগৈৰ সমৰ্থনত থকা বিধায়কক দিল্লীলৈ পঠিয়াবলৈ ক’লে। মাত্ৰ ৭ জন বিধায়কহে তৰুণ গগৈৰ সমৰ্থনত আছিল। ১০ জন বিধায়কে ক’লে তেওঁলোক হাইকামাণ্ডৰ লগত আছে। ছোনীয়া গান্ধীক এই সকলো নম্বৰৰ কথা উল্লেখ কৰিলে আজাদে। তৰুণ গগৈক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় সুনিশ্চিত হৈ পৰিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰিবলৈ গোলাম নৱী আজাদে অসমলৈ যাত্ৰা কৰিবলৈ সাজু হয়।
কিন্তু যাত্ৰাৰ এদিন পূৰ্বে হঠাৎ আজাদলৈ ৰাহুল গান্ধীৰ ফোন আহে। ৰাহুল গান্ধীয়ে তেতিয়া ক’লে, ‘আপোনালোক অসমলৈ যোৱাৰ প্ৰয়োজন নাই।’

১০ বজাত ৰাহুল গান্ধীৰ ঘৰলৈ মাতি পঠিওৱা হ’ল গোলাম নৱী আজাদ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদকক। ৰাহুল গান্ধীৰ ঘৰত তৰুণ গগৈ আৰু গৌৰৱ গগৈয়ে চাহ খাই আছিল। এই দৃশ্য দেখি আচৰিত হৈ পৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতাসকল। ৰাহুল গান্ধীক গোলাম নৱী আজাদে ক’লে, ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সংখ্যা আছে
মুখ্যমন্ত্ৰীৰ পদ নিদিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিব।’ তেতিয়া প্ৰত্তুত্তৰত ৰাহুল গান্ধীয়ে ক’লে, ‘হিমন্ত বিশ্বক গ’লে যাবলৈ দিয়ক। হিমন্তক আৰ এছ এছলৈ যাবলৈ দিয়ক।

এই উত্তৰ শুনি হতবাক হোৱা গোলাম নৱীৰ মনলৈ আহিছিল ইন্দিৰা গান্ধীৰ কথা। ইন্দিৰা গান্ধীয়ে বেয়া দিনটো কংগ্ৰেছৰ নেতাক ধৰি ৰখাৰ চেষ্টা কৰিছিল কিন্তু ৰাহুল সম্পূৰ্ণ বিপৰীত। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সপক্ষে নে বিপক্ষে কাম কৰে! এই প্ৰশ্ন আহিছিল গোলাম নৱী আজাদৰ মনত। বহু প্ৰশ্ন আহিলেও ৰাহুলে কিন্তু কোনো কথাৰেই উত্তৰ দিয়া নাছিল।

বৰ্ষা দত্তৰ এই সমগ্ৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, ‘গোলাম নৱী আজাদ বিফল হোৱাৰ পাছতো মই ১২ মাহ কংগ্ৰেছত আছিলো। এই ১২ মাহৰ কাহিনী যথেষ্ট আকৰ্ষণীয় আছিল। ২০১৫ৰ আগষ্ট মাহত মই কংগ্ৰেছ ত্যাগ কৰিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam congressassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
Next Post
‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

'আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.