• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?

ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?

3 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

38 minutes ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

57 minutes ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

1 hour ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

2 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

3 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

4 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

5 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

5 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

6 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

7 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

7 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?

editor by editor
April 17, 2023
in জীৱনশৈলী, ভাৰত
0
ঘড়ীৰ দাম ১৮ কোটি! আৰু কি কি মূল্যবান সম্পত্তি আছে আম্বানী পুত্ৰ অনন্তৰ হাতত?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ’ৰ উদ্বোধনী অনুষ্ঠানৰ পৰাই অনন্ত আম্বানীৰ চৰ্চা বিশেষভাৱে চলিছে৷ ৰাধিকা মাৰ্চেণ্টৰ হাতত ধৰি বিশেষ অনুষ্ঠানটোত ঘূৰি ফুৰা অনন্ত আম্বানীয়ে হাতত পিন্ধা ঘড়ীটোক লৈয়ো চলিছে চৰ্চা৷ সেউজীয়া আৰু ৰূপালী ৰং থকা ঘড়ীটোৰ দাম কিমান হ’ব পাৰে? ঘড়ীটোৰ দাম প্ৰায় ১৮ কোটি টকা৷ ঘড়িটোৰ নাম হৈছে ‘গ্ৰেণ্ডমাষ্টাৰ চাইম’৷ অনন্তই পিন্ধা ঘড়ীটোত মূল ডায়েলৰ ওপৰিও আছে দুটা পৃথক ডায়েল৷ ‘পেটেক ফিলিপ’ সংস্থাৰ এই ঘড়ীটো বিশ্বৰ দামী ঘড়ীসমূহৰ ভিতৰত অন্যতম৷

See pictures: Indian billionaire Mukesh Ambani's youngest son Anant Ambani,  Radhika Merchant get engaged at Antilia | Bollywood – Gulf News

অনুষ্ঠানটোৰ পাছৰে পৰাই অনন্তৰ ঘড়ীৰ সমানেই চৰ্চাত আছে তেওঁৰ বাগদত্তা ৰাধিকাও৷ ছাহাব দুৰাজিৰ ডিজাইন সম্বলিত ইন্দো ৱেষ্টাৰ্ণ এখন শাৰী পৰিধান কৰিছিল ৰাধিকাই৷ ‘হাৰ্মেছ কেলি’ সংস্থাৰ মিনিবেগ লৈ থকা দেখা গৈছিল ৰাধিকাক৷ ৰাধিকাৰ হাতত থকা বেগটো ইমানেই ক্ষুদ্ৰ আছিল যে তাৰভিতৰত ৰাধিকাই কি ৰাখিছিল সেই লৈয়ো একাংশই চৰ্চা চলাইছিল৷ এক সংবাদ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাধিকাৰ এই বেগটোৰ মূল্য প্ৰায় দুইকোটি টকা৷ পোছাকৰ সমান্তৰালকৈ ‘হিমালয়ান প্ৰিমিয়াৰ চেণ্ডেল’ পৰিধান কৰিছিল ৰাধিকাই৷ হাৰ্মেছ সংস্থাৰ এই জোতাৰ দাম প্ৰায় ৪ লাখ টকাৰ ওচৰত৷

Anant Ambani and Radhika Merchant twin in black for Nita Mukesh Ambani  Cultural Centre opening - India Today

আম্বানি পুত্ৰ অনন্তৰ সম্পত্তিৰ পৰিমান যদি চোৱা হয় তেন্তে অনন্তৰ আছে ডুবাইৰ পাম জুমেইয়াৰৰ সমূদ্ৰৰ পাৰত আছে বিলাসবহুল ভিলা৷ এই ভিলাৰ ভিতৰত আছে ১০টাকৈ বেডৰুম৷ ইয়াৰোপৰি প্ৰাইভেট স্পাও আছে ভিলাৰ ভিতৰত৷ ভিলাৰ ভিতৰত আছে চুইমিং পুলৰ পৰা আৰম্ভ কৰি বহু সা সুবিধা৷ এক সূত্ৰই প্ৰকাশ কৰা মতে অনন্তৰ এই ভিলাটোৰ মূল্য প্ৰায় ৬৫৫ কোটি৷ বিলাসবহুল গাড়ী সংগ্ৰহৰো চখ আছে অনন্তৰ৷ ‘মাৰ্ছিডিছ বেঞ্জ এছ ক্লাছ ডব্লিও ২২০’ মডেলৰ গাড়ী ক্ৰয় কৰিছে তেওঁ৷ এই গাড়ীৰ সৰ্বনিম্ন দাম হৈছে ১.৪১ কোটি টকা৷ ‘মাৰ্ছিডিছ বেঞ্জ জি ৬৩’ বাহনো আছে অনন্তৰ৷ এই বাহনখনক নিজৰ পছন্দমতে ডিজাইন কৰি লৈছে অনন্তই৷ এই গাড়ীৰ অনুমানিক দাম হৈছে প্ৰায় ২.৫৫ কোটি৷ ইয়াৰোপৰি অনন্তৰ আছে বিএমডব্লিউ চিৰিজৰ আই৮ মডেলৰ এখন বাহন৷ সংবাদ সংস্থাৰ খবৰ অনুসৰি এই বাহনৰ দাম হৈছে প্ৰায় ২.৬২ কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
Next Post
শতাধিক স্কুলীয়া ছাত্ৰীক ধৰ্ষণ! ভয়তে মুখ খোলা নাছিল কোনোৱে? কেনেকৈ ধৰা পৰিল দুই ধৃত? সবিশেষ…

শতাধিক স্কুলীয়া ছাত্ৰীক ধৰ্ষণ! ভয়তে মুখ খোলা নাছিল কোনোৱে? কেনেকৈ ধৰা পৰিল দুই ধৃত? সবিশেষ...

পিতৃ-মাতৃৰ ডায়বেটিছ থাকিলে সন্তানো আক্ৰান্ত হয় নেকি? ছালৰ কোনবোৰ লক্ষণ দেখিলে ডায়বেটিছ পৰীক্ষা কৰোৱাব?

পিতৃ-মাতৃৰ ডায়বেটিছ থাকিলে সন্তানো আক্ৰান্ত হয় নেকি? ছালৰ কোনবোৰ লক্ষণ দেখিলে ডায়বেটিছ পৰীক্ষা কৰোৱাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.