• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে

৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে

3 years ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

19 minutes ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

37 minutes ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

1 hour ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

2 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

3 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

3 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

4 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

7 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

20 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে

editor by editor
May 11, 2023
in খাদ্য, জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
৫টা অভ্যাসঃ বয়স বাঢ়িলেও আপোনাৰ ছালত একো প্ৰভাৱ নপৰে
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বয়সৰ সৈতে আমাৰ ছালত চাপ পৰাটো স্বাভাৱিক। নিজকে সদায়ে একে কৰি ৰখাটো কাৰোপক্ষে সম্ভৱ নহয়। কিন্তু বয়সৰ ছাপ মুখ আৰু ছালত পৰে। কিন্তু পৰিবৰ্তিত জলবায়ু, অতিৰিক্ত প্ৰদূষণে আমাৰ ছালত বেছিকৈয়ে প্ৰভাৱ পেলাই। কম বয়সতেই বহুতৰেই বাৰ্ধক্যৰ চাপ পৰে। কিন্তু কেইটামান বিশেষ উপায় অৱলম্বন কৰি অকাল বাৰ্ধক্য ৰোধ কৰিব পাৰি। কি কি কৰি অকাল বাৰ্ধক্য ৰোধ কৰিব পাৰি?

পৰ্যাপ্ত টোপনি
প্ৰতিদিনেই অন্তত ৭ৰ পৰা ৮ ঘণ্টা টোপনি যোৱাটো প্ৰয়োজন। নিশা ভালধৰণে টোপনি নহলেও সোনকালেই বাৰ্ধক্যৰ চাপ পৰে। টোপনিৰ সময়ত ছালৰ ৰক্তসঞ্চালন ভাল হয়। ফলত ছালৰ বালিৰেখাসমূহ আঁতৰি যায়। টোপনি কম হ’লে মানসিক চাপ আৰু উদ্বেগ বাঢ়ে। যাৰ ফলত কম বয়সতে বাৰ্ধক্যৰ চাপ পৰে।

স্বাস্থ্যকৰ খাদ্য

দৈনিক খাদ্য খোৱাৰ ক্ষেত্ৰত কেইটামান নীতি নিৰ্দেশনা মানি চলাটো খুবেই প্ৰয়োজন। খোৱা খাদ্যত এণ্টি অক্সিডেণ্টৰ পৰিমান বেছি থাকিলে ছাল ভালে থাকে। কাৰণ এণ্টি অক্সিডেণ্ট সমৃদ্ধ খাদ্যই অকাল বাৰ্ধক্যৰ সমস্যাক প্ৰতিহত কৰে। দৈনিক খাদ্যত পেপাৰ, ব্ৰকলি, গাজৰৰ দৰে খাদ্য খাব লাগে। দৈনিক বেদনা, ব্লুবেৰি জাতীয় ফলমূলো খাব পাৰে। দৈনিক একাপ গ্ৰীণ টি খাব পাৰে।

শৰীৰচৰ্চা

সুস্থ থাকিবলৈ শৰীৰচৰ্চাৰ বিকল্প একো নাই। ওজন কমোৱাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱালৈকে সকলোতেই ব্যায়ামৰ ভূমিকা আছে। পুষ্টিবিদৰ পৰা আৰম্ভ কৰি চিকিৎসকলৈ সকলোৱেই এটা পৰামৰ্শই দিয়ে। দৈনিক শৰীৰচৰ্চা কৰাটো খুবেই প্ৰয়োজন। বয়সৰ চাপ কমোাৱাৰ লগতে শৰীৰ সুস্থ ৰখাটো সহায় কৰে।

অত্যাধিক ৰ’দত থাকিব নালাগে
ছালত বয়সৰ যদি পৰে তেন্তে ৰ’দত বেছিসময় থাকিব নালাগে। কামৰ বাবে বেছিসয়মত বাহিৰত থাকিলে ছাতি আৰু কলা চছমা পৰিধান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। দীঘল হাতৰ কাপোৰ পৰিধান কৰিব। ছালস্ক্ৰিন লোচন লগোৱাটোও খুবেই গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!
জীৱনশৈলী

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

October 13, 2026
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
Next Post
প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ… উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?

প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ... উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?

আলিয়াই আকৌ দিছে ভাল খবৰ! মেট গালাৰ পৰা উভতি আহিয়েই আলিয়াই শ্বেয়াৰ কৰিছে ভাল খবৰটো

আলিয়াই আকৌ দিছে ভাল খবৰ! মেট গালাৰ পৰা উভতি আহিয়েই আলিয়াই শ্বেয়াৰ কৰিছে ভাল খবৰটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.