• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ… উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?

প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ… উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?

3 years ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

49 minutes ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

2 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

3 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

3 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

4 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

5 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

6 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

7 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

7 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

8 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ… উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?

editor by editor
May 11, 2023
in ভাৰত
0
প্ৰথমে আবেদন, তাৰপাছত বিতৰ্ক, এইবাৰ ৰায়দান আৰু আগলৈ… উচ্চতম ন্যায়ালয়ৰ ৰায়দানে সলাই দিব নেকি দিল্লীৰ প্ৰেক্ষাপট?
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উচ্চতম ন্যায়ালয়ে দেশৰ ৰাজধানী দিল্লীৰ প্ৰশাসনিক সেৱাৰ নিয়ন্ত্ৰণক লৈ কেন্দ্ৰ চৰকাৰ আৰু দিল্লীৰ ৰাজ্য চৰকাৰৰ মাজত চলি থকা বিবাদৰ ৰায়দান কৰিছে। ইয়াৰ পূৰ্বে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ যুক্তি শুনি ১৮ জানুৱাৰীতেই বিশেষ আদেশ প্ৰদান কৰিছিল। বৃহস্পতিবাৰে ৫টা বিশেষ বিষয়ক লৈ ৰায়দান কৰিছে চন্দ্ৰচুড়ৰ বিচাৰপীঠে।

দিল্লী চৰকাৰে অসামৰিক সেৱা নিজৰ নিয়ন্ত্ৰণত ৰাখিব

উচ্চতম ন্যায়ালয়ে দিয়া ৰায় মতে সকলোৰে সন্মতিতেই ন্যায়ালয়ে অসামৰিক সেৱাৰ ওপৰত দিল্লীৰ ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব বুলি জনাইছে। দিল্লী চৰকাৰৰ সেৱাসমূহৰ ওপৰত আইনী আৰু চৰকাৰী ক্ষমতা থাকিব।

২০১৯ ৰ ৰায়ৰ সৈতে সন্মত হোৱা নাছিল বিচাৰপীঠ

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাংবিধানিক বিচাৰপীঠে কয় যে, চৰকাৰৰ প্ৰশাসনৰ ওপৰত নিয়ন্ত্ৰণ থকা প্ৰয়োজন। ন্যায়াধীশ অশোক ভূষণে ২০১৯ৰ ৰায়ৰ সৈতে একমত হোৱা নাছিল তেওঁৰ মতে সেৱাসমূহৰ ওপৰত দিল্লীৰ কোনো অধিকাৰ নাই।

লেফটেনেণ্ট গভৰ্ণৰৰ ভুমিকাক লৈয়ো ৰায়
উচ্চতম ন্যায়ালয়ে কয় যে, লেফটেনেণ্ট গভৰ্ণৰৰ ভূমি, ৰাজহুৱা শৃংখলা আৰু আৰক্ষী সম্পৰ্কীয় বিষয়ৰ বাহিৰে কোনো বিষয়ত মাত মতাৰ অধিকাৰ নাই। চৰকাৰক পৰামৰ্শহে দিব পাৰিব লেফটেনেণ্ট গভৰ্ণৰে।

দিল্লী বিধানসভা গণতন্ত্ৰৰ নীতি-সিদ্ধান্তৰ প্ৰতীক
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে কয় যে, দিল্লী বিধানসভাই গণতন্ত্ৰৰ নীতি সিদ্ধান্তক সন্মান জনাইয়েই সকলো কাম কৰি গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
Next Post
আলিয়াই আকৌ দিছে ভাল খবৰ! মেট গালাৰ পৰা উভতি আহিয়েই আলিয়াই শ্বেয়াৰ কৰিছে ভাল খবৰটো

আলিয়াই আকৌ দিছে ভাল খবৰ! মেট গালাৰ পৰা উভতি আহিয়েই আলিয়াই শ্বেয়াৰ কৰিছে ভাল খবৰটো

ঘণ্টাত প্ৰায় ৩৫ কিঃমিঃ বেগেৰে পৃথিৱীৰ দিশেৰে আহি আছে গ্ৰহাণু! সতৰ্কতা জাৰি নাছাৰ

ঘণ্টাত প্ৰায় ৩৫ কিঃমিঃ বেগেৰে পৃথিৱীৰ দিশেৰে আহি আছে গ্ৰহাণু! সতৰ্কতা জাৰি নাছাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.