• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

3 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

48 seconds ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

33 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

58 minutes ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

10 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

11 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

12 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

12 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

13 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

editor by editor
May 31, 2023
in জীৱনশৈলী, ভাৰত, সংগীত
0
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জীৱনৰ শেষ কনছাৰ্ট৷ মঞ্চ এৰাৰ আগে আগে কে কেই গাইছিল, ‘হাম ৰহে ইয়া না ৰহে কাল, ইয়াদ আয়েঙ্গে ইয়ে পল…৷’ এয়াই আছিল কে কেৰ জীৱনৰ শেষ গান৷ কেকে ই কোৱাধৰণেই দেশবাসীয়ে মনত জীয়াই আছে কে কে৷ মানুহে মনত ৰাখিছে সংগীতজ্ঞজনক৷ সময়ৰ সৈতে কেকে ক হেৰুৱাৰ শোক আঁতৰিলেও কে কেৰ গীতৰ সৈতে আজিও একাত্ম দেশৰ প্ৰতিজন লোক৷ আজি কে কে অৰ্থাৎ কৃষ্ণকুমাৰ কুন্নাথৰ প্ৰথম মৃত্যুবাৰ্ষিকী৷

কি হৈছিল ২০২২ বৰ্ষৰ ৩১ মে’ত?

বিগত বৰ্ষৰ ৩১ মে’ত নজৰুল মঞ্চতেই মৃত্যুশয্যাত ঢলি পৰিছিল কে কে৷ শেষবাৰৰ বাবে কলিকতাবাসীয়ে দেখা পাইছিল জনপ্ৰিয় সংগীত শিল্পীগৰাকীক৷ অনুষ্ঠানত কোনো গাফিলতি নকলাকৈ সুকলমে সামৰিছিল যদিও জীৱন নাট কিন্তু আকস্মিকভাৱেই সামৰিলে কেকেই৷ অনুষ্ঠান শেষ কৰি কিছুসময়ৰ ভিতৰতেই অসুস্থ হৈ পৰিল, তাৰপাছতেই হাস্পতালত ভৰ্তী৷ চিকিৎসকে দিয়ে দেশবাসীয়ে সেই দুঃখবৰ কে কে আৰু নাই৷

কে কে সোঁৱৰি সামাজিক মাধ্যমত পত্নীৰ পোষ্ট
কে কে এবছৰীয়া মৃত্যু তিথিত তেওঁৰ পত্নীয়ে কৰিছে এটা বিশেষ পোষ্ট৷ সামাজিক মাধ্যমত কেকে ৰ সৈতে এখন যুগ্ম ফটো শ্বেয়াৰ কৰি পত্নীয়ে লিখিছে, ‘মই আকৌ ছবি আঁকিবলৈ যত্ন কৰিছো৷ মিছ ইউ ছুইটহাৰ্ট৷’

উল্লেখ্য যে, জ্যোতি কৃষ্ণৰ সৈতে কে কে ৰ বন্ধুত্ব শৈশৱতেই গঢ়ি উঠিছিল৷ তাৰপিছত প্ৰেম, প্ৰেমৰ অন্তত বিবাহ৷ ১৯৯১ চনত বিবাহপাশত আৱদ্ধ হৈছিল কেকে আৰু জ্যোতি৷ দুই সন্তানৰ সৈতে পত্নীক অকলশৰীয়া কৰি এৰি যোৱাৰ এবছৰৰ অন্তত পত্নীয়ে সামাজিক মাধ্যমত কে কেক সোঁৱৰি শ্বেয়াৰ কৰা পোষ্ট এতিয়া সমগ্ৰতে ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
Next Post
অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.