• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

3 years ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

38 minutes ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

2 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

3 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

4 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

4 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

5 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

6 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

7 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

7 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

16 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

16 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

editor by editor
June 1, 2023
in জীৱনশৈলী
0
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ ৰ আইপিএল টুৰ্ণামেণ্টত চেন্নাই চুপাৰ কিংছ দলে ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হৈছে। দলটোৰ হৈ ভাল পাৰফৰ্মেন্স দেখুৱাই চৰ্চাত আহিছে শিৱম ডুবে নামৰ ক্ৰিকেটাৰগৰাকী। শিৱমৰ বেটিং ধামাকাতেই চেন্নাই চুপাৰ কিংছে ট্ৰফী আঁজুৰাৰ পথ কিছু হ’লেও সুচল হৈ উঠিছিল সেই কথা প্ৰতিজন ক্ৰিকেট অনুৰাগীয়েই চৰ্চা কৰিছে। কিন্তু শিৱম ডুবেৰ বিষয়ে বহুতেই আজিও অজ্ঞাত। শিৱম আইপিএলৰ জৰিয়তে সকলোৰে পৰিচিত মুখ হৈ পৰিছে সেয়ে বহুজনেই এতিয়া শিৱমৰ ব্যক্তিগত জীৱন সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে।

ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা শিৱমৰ ব্যক্তিগত জীৱনো কিছু পৃথক। ২০২১ চনত বিবাহপাশত আৱদ্ধ হৈছে ক্ৰিকেটাৰ শিৱম ডুবে। কৈশোৰৰ বান্ধৱী অঞ্জুম খানক বিয়া কৰাইছে শিৱমে। কিন্তু তেওঁৰ বিবাহৰ বিষয়ে চৰ্চা কৰাৰো আছে বিশেষ কিছু কাৰণ। এই বিবাহৰ পথ মসৃণ নাছিল। কাৰণ অঞ্জুম মুছলমান আৰু শিৱম হিন্দু। সামাজিক মাধ্যমতো সেই সময়ত শিৱম আৰু অঞ্জুমৰ বিবাহক লৈ যথেষ্ট চৰ্চাও চলিছিল। চলিছিল বিতৰ্কও। মুম্বাইতেই শিৱম আৰু অঞ্জুমে মুছলমান আৰু হিন্দু দুই নিয়মেৰে বিবাহপাশত আৱদ্ধ হয়।

বিবাহৰ অনুষ্ঠানত দুয়োৰে পৰিয়ালৰ ওপৰিও কেইবাজনো তাৰকা ক্ৰিকেটাৰ উপস্থিত আছিল। শিৱম ডুবেৰ পত্নী অঞ্জুমা খান উত্তৰ প্ৰদেশৰ বাসিন্দা। আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ পৰা ফাইন আৰ্টত ডিগ্ৰীধাৰী শিৱমৰ পত্নী আঞ্জুমা। ইপিনে শিৱমেও ক্ৰিকেটত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ চেন্নাই চুপাৰ কিংছে শিৱমক ৪ কোটি টকাৰ বিনিময়ত দলত লৈছিল।

ভাৰতীয় ক্ৰিকেট দলৰ হৈয়ো শিৱমে এদিনীয়া ক্ৰিকেটৰ লগতে ১৩ খন আন্তৰ্জাতিক মেছ আৰু টি-২০ও খেলিছে। বৰ্তমান পৰ্যন্ত ১৩ খন আন্তৰ্জাতিক টি-২০ মেচত শিৱমে ১৭.৫০ বেটিং ৰেটৰ লগতে মুঠ ১০৫ ৰান কৰিবলৈ সক্ষম হৈছে। যদি শিৱমৰ আইপিএল টুৰ্ণামেণ্টত পাৰফৰ্মেন্স চোৱা যায় তেন্তে চেন্নাই চুপাৰ কিংছৰ হৈ তেওঁ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ১৬ খন মেচত মুঠ ৪১৮ ৰান কৰিবলৈ সক্ষম হৈছে শিৱমে। তেওঁৰ সৰ্বাধিক স্ক’ৰ ৫২ হ’লেও তিনিটাকৈ হাফ চেঞ্চুৰিও মাৰিছে শিৱমে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
Next Post
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ...

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় 'শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.