• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

3 years ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

11 minutes ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

48 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

1 hour ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

14 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

15 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

16 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

17 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

18 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

editor by editor
June 8, 2023
in অসম, জীৱনশৈলী, ৰাজনীতি
0
কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০ জন বিধায়কৰ ঘৰত ১২২ টা AC, প্ৰত্যেকজন বিধায়কৰ কোঠাই কোঠাই ডেৰ টনৰ একো একোটা এচি৷ শেহতীয়াকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনতাক গৰমৰ বাবে গছৰ তলত থাকিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই সামাজিক মাধ্যমত চৰ্চা চলিছিল৷ বহুজনে সামাজিক মাধ্যমত, গছৰ তলত বহি ফটো শ্বেয়াৰ কৰি বিশ্বজিৎ দৈমাৰীৰ টুলুঙা মন্তব্যৰ প্ৰতিবাদো কৰিছে৷

কিন্তু এইসমূহৰ মাজতেই শেহতীয়াকৈ পোহৰলৈ আহিছে বিধায়ক আৱাসৰ এটা ভিডিঅ’৷ ভিডিঅ’টোত দেখা গৈছে যে বিধায়ক আৱাসৰ প্ৰায় প্ৰত্যেকটো কোঠাতেই আছে এচি৷ ২০ জন বিধায়কে ব্যৱহাৰ কৰে ১২২ টা এচি৷ ইফালে জনতাক অধ্যক্ষই গৰমৰ বাবে গছৰ তলত থাকিবলৈ নিৰ্দেশ দিয়ে৷ বিধায়ক আৱাসৰ ২ টা বিল্ডিঙতেই আছে ১২২ টা এচি৷ এই ১২২ টা এচিৰ বিলো পৰিশোধ কৰিব নালাগে ৰজাঘৰীয়াই৷

উল্লেখ্য যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়েও কৈছে যে গুৱাহাটীৰ জনতাই বেছি পৰিমানে এচি ব্যৱহাৰ কৰাৰ বাবেহে বিদ্যুতৰ নাটনি হৈছে৷ অসমত বিদ্যুৎ উৎস নথকাৰ বাবে বাহিৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি ৰাজ্য চৰকাৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
এনেকুৱা কাহিনী আমি TVত দেখো… মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

এনেকুৱা কাহিনী আমি TVত দেখো... মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.