অসম লাইভ২৪ঃ
ৰে’লৱে বিভাগত এটাৰ পাছত আনটো অঘটন
কৰমণ্ডল এক্সপ্ৰেছৰ পাছত দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই
তিনিটাকৈ এচি ডবালৈ বিয়পি পৰে জুই
জুই দেখি আতংকিত হৈ যাত্ৰীৰ মাজত হুৱাদুৱা
ওড়িশাৰ নোৱাপাৰা জিলাত এই অঘটন
ঘৰ্ষণ আৰু ব্ৰেকৰ খেলিমেলিৰ বাবেই জুই লাগে ডবাকেইটাত
অগ্নি নিৰ্বাপন বাহিনীৰ সহযোগত জুই নিৰ্বাপন
ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জনাইছে ৰে’ল বিভাগে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ