• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

3 years ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

10 minutes ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

57 minutes ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

2 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

2 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

15 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

16 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

16 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

17 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

17 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

17 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

18 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

editor by editor
June 9, 2023
in বিবিধ, ভাৰত
0
ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ
0
SHARES
380
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওড়িশাৰ বালাছ’ৰৰ ৰে’ল দুৰ্ঘটনাৰ পাছতেই এখন বিদ্যালয়ক অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল। মৃতদেহৰ সংখ্যা ইমানেই বৃদ্ধি হৈছিল যে হাস্পতালৰ মৰ্গত ঠাইৰ অভাৱ হয়। উপায়হীন হৈ প্রশাসনে বাহানগা বজাৰ হাইস্কুলক অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰে। বগা কাপোৰেৰে মেৰিয়াই শাৰী শাৰী মৃতদেহ বিদ্যালয়ৰ কোঠাসমূহত ৰখা হৈছিল। কিন্তু শীততাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাত বিদ্যালয়তেই দেহসমূহ পচিবলৈ ধৰে। দেহসমূহৰ পৰা পচন ধৰি পানী নিৰ্গত হোৱাত দুৰ্গন্ধ বিয়পি পৰাত স্থানীয় লোকে আপত্তি দৰ্শাই। পাছত সেই মৃতদেহসমূহ ভুৱনেশ্বৰৰ চাৰিখন হাস্পতালত ৰখাৰ ব্যৱস্থা কৰি তাৰ পৰা লৈ যোৱা হয়।

মৃতদেহ সমূহ লৈ যোৱাৰ পাছতেই বিদ্যালয়খন প্রশাসনে ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে পুৱাৰ পৰা বিদ্যালয় ভঙাৰ কাম আৰম্ভ হৈছে। অভিভাৱকসকলেও বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীক পঠিয়াবলৈ আপত্তি দৰ্শোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগত ওড়িশা প্ৰশাসনে। সেই স্থানতেই আকৌ নতুনকৈ এখন বিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলিও জনাইছে প্রশাসনে। পুৱাৰে পৰাই আৰম্ভ হৈছে বিদ্যালয় ভঙাৰ যাৱতীয় কাম।

উল্লেখ্য যে শুকুৰবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই সেই স্থানৰ পৰা মৃতদেহসমূহ আনি বাহানগা হাইস্কুলৰ ভিতৰত ৰখা হৈছিল। শনিবাৰৰ নিশালৈকে মৃতদেহসমূহ তাত থোৱা হয়। চিনাক্ত হোৱা মৃতদেহসমূহ তাৰপৰাই একাংশই লৈ গৈছিল যদিও চিনাক্ত নোহোৱা মৃতদেহসমূহ তাতেই শনিবাৰৰ নিশা পৰ্যন্ত ৰখা হয়। শনিবাৰে নিশা সেই মৃতদেহসমূহ আকৌ নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰি বিজনেছ পাৰ্কলৈ লৈ যোৱা হয়। মৃতদেহসমূহ লৈ যোৱাৰ পাছতেই বিদ্যালয় চৌহদ পৰিস্কাৰ কৰি চেনিটাইজো কৰা হৈছিল। কিন্তু তাৰ পাছতেই অভিভাৱকসকলে সেইখন বিদ্যালয়লৈ সন্তানক পঠিয়াবলৈ মান্তি নোহোৱাত প্ৰশাসনে উপায়হীন হৈ বিদ্যালয় ভঙাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যালয়খনত প্রথম শ্ৰেণীৰ পৰা দশমমানলৈকে প্ৰায় ৫৬৫ জন ছাত্ৰই শিক্ষাগ্ৰহণ কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
Next Post
বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.