• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

3 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

4 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

5 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

6 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

6 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

7 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

8 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

9 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

11 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

12 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

12 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস

editor by editor
June 9, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
কেৱল মিঠা খালেই ডায়বেটিছ নহয়! আঁৰত আছে এই ৫ বদভ্যাস
0
SHARES
20.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অত্যাধিক মিঠা খোৱা মানুহৰেই ডায়বেটিছ হয়, এই ধাৰণা একেবাৰেই সত্য নহয়। অত্যাধিক মিঠা খোৱাৰ প্ৰৱণতাই তেজত ৰক্ত শৰ্কৰাৰ পৰিমাণ বঢ়াই দিব পাৰে। কিন্তু কেৱল মিঠা খালেই ডায়বেটিছ হয় সেই ধাৰণা সম্পূৰ্ণ ভুল। অইন কি কি কাৰণত ডায়বেটিছ হ’ব পাৰে?

সকলো সময়তে কামত ব্যস্ত থকা
কামক লৈ সকলোসময়তে ব্যস্ত থকাটো প্ৰায়সংখ্যক লোকৰেই প্ৰধান সমস্যা। ব্যস্ততা মানেই নানান চিন্তা, উদ্বেগত মন ভাৰাক্ৰান্ত হৈ থকা। সেইসমূহৰো প্রভাৱ শৰীৰত পৰে। কামৰ চাপত খাদ্য খোৱাৰ কথা বহুতৰেই মনত নাথাকে। দীৰ্ঘ সময় ধৰি পেট খালি থাকিলে শৰ্কৰাৰ মাত্ৰাও বাঢ়ি যায়। এই অভ্যাস আঁতৰালে ডায়বেটিছ দূৰ কৰিব পাৰি।

পৰ্যাপ্ত পৰিমানে পানী খাব লাগে
পানীতেই বহু সমস্যাৰ সমাধান লুকাই আছে। ডায়বেটিছো এই তালিকাত আছে। দিনত কামৰ মাজতেই পানী খোৱাৰ কথাটো মনত ৰখা খুবেই প্ৰয়োজন। কামৰ মাজতো পানী খোৱাৰ কথা মনত ৰাখিবলৈ সদায়ে পানী বটলটো চকুৰ সন্মুখত ৰাখক। শৰীৰত আদ্ৰতাৰ অভাৱতেই ডায়বেটিছ হোৱাৰ আশংকা বাঢ়ে।

টোপনি কম হোৱা
আধুনিক ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়সংখ্যকেই প্ৰধান সমস্যা হৈছে নিদ্ৰাহীনতা। পৰ্যাপ্ত পৰিমানে টোপনি নহ’লেও ডায়বেটিছৰ আশংকা বাঢ়ি যায়। শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমানে টোপনি যোৱাটো নিতান্তই প্ৰয়োজন।

হৰমনজনিত সমস্যা
হৰমনৰ ভাৰসাম্য বৰ্তি নথকাৰ বাবেও শৰীৰত বহু ৰোগে দেখা দিয়ে। হৰমনৰ এই ধাৰাবাহিক ভাৰসাম্যহীনতাই ডায়বেটিছৰ জন্ম দিয়ে। হৰমনজনিত সমস্যা থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাওক

কেইমাহ মানৰ মূৰে মূৰে শৰীৰৰ পৰীক্ষা কৰোৱাটো খুবেই প্ৰয়োজন। কিন্তু বহুতেই সময়ৰ অভাৱত শৰীৰৰ পৰীক্ষা কৰাত অৱহেলা কৰে। ফলত শৰীৰত কোনো সমস্যা হৈ থাকিলেও সঠিকসময়ত ধৰা নপৰে। মাজে মাজে ডায়বেটিছৰ পৰীক্ষা কৰি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
Next Post
ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

ওড়িশাৰ বালাছৰৰ দুৰ্ঘটনাৰ বাবেই ভাঙিব লগা হৈছে এখন বিদ্যালয়! বিদ্যালয়খনত মৃতদেহ থৈছিল বাবেই অভিভাৱকে সন্তানক নপঠিয়াই বিদ্যালয়লৈ

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.