• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ঘণ্টাৰ বাবেহে মজুত অক্সিজেন, আটলাণ্টিক মহাসাগৰত টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ যোৱা পৰ্যটকৰ ছাবমেৰিন নিখোঁজ

৭০ঘণ্টাৰ বাবেহে মজুত অক্সিজেন, আটলাণ্টিক মহাসাগৰত টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ যোৱা পৰ্যটকৰ ছাবমেৰিন নিখোঁজ

3 years ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

21 minutes ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

1 hour ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

14 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

15 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

15 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

16 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

17 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

18 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭০ঘণ্টাৰ বাবেহে মজুত অক্সিজেন, আটলাণ্টিক মহাসাগৰত টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ যোৱা পৰ্যটকৰ ছাবমেৰিন নিখোঁজ

editor by editor
June 20, 2023
in বিবিধ, বিশ্ব
0
৭০ঘণ্টাৰ বাবেহে মজুত অক্সিজেন, আটলাণ্টিক মহাসাগৰত টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ যোৱা পৰ্যটকৰ ছাবমেৰিন নিখোঁজ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আটলাণ্টিক মহাসাগৰত এইবাৰ ডুব গৈছে পৰ্যটক কঢ়িওৱা এখন ছাবমেৰিন। মুঠ ৫যাত্ৰীসহিতে ডুব গৈছে টাইটান নামৰ ছাবমেৰিনখন। ছাবমেৰিনৰ পাইলটসহ ৪গৰাকী পৰ্যটকক লৈ টাইটানিক ডুব যোৱা সেই স্থানলৈকে আগবাঢ়িছিল ছাবমেৰিন টাইটান। কিন্তু ২৪ঘণ্টাৰো অধিক সময় ধৰি টাইটানৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আটলাণ্টিক মহাসাগৰত হঠাতেই নিখোজ হৈ পৰিছে ছাবমেৰিনখন। টাইটানক বিচাৰি অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। ইপিনে টাইটানত মাত্ৰ ৭০ঘণ্টাৰ বাবেহে অক্সিজেন মজুত আছে।

নিউ ফাউণ্ডলেণ্ডৰ চেণ্ট জন’ছৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ছাবমেৰিন টাইটানে। জৰুৰী পৰিস্থিতিৰ বাবে টাইটানত মজুত আছিল ৯৬ঘণ্টাৰ অক্সিজেন। বিশেষজ্ঞসকলৰ অনুমান যে, ইতিমধ্যে ২৪ঘণ্টা পাৰ হৈছে ছাবমেৰিনখন নিখোজ হোৱাৰ তেনেক্ষেত্ৰত এতিয়া মাত্ৰ ৭০ঘণ্টাৰহে অক্সিজেন মজুত আছে ছাবমেৰিনখনত।

উল্লেখ্য যে, টাইটানত যাত্ৰী হিচাপে আছিল ব্ৰিটেইনৰ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিং, ৫৯বছৰীয়া হামিশৰ প্ৰধান নিচাই হৈছে ন ন ঠাইলৈ যোৱা। নতুন নতুন বস্তু আৱিষ্কাৰ কৰা। বিগত দেওবাৰে সামাজিকমাধ্যমত তেওঁ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যোৱাৰ ইচ্ছা আছে বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল। ছাবমেৰিনেৰে সেই স্থানলৈ যাব বুলিও উল্লেখ কৰিছিল। আৰু ভৱামতেই টাইটান নামৰ ছাবমেৰিনখনত তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা কিছুদূৰ আগবাঢ়িছিলহে মাত্ৰ হঠাতেই সকলো সংযোগ বিচ্ছিন্ন হয় টাইটানৰ সৈতে। তাৰপিছৰে পৰা বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই টাইটানৰ।

টাইটানৰ তালাছিত নামি পৰিছে ওয়ানগেট নামৰ এটা উদ্ধাৰকাৰী সংস্থা। আমেৰিকান উপকুলৰক্ষী বাহিনীৰ লগতে কানাডাৰ সেনাও নামি পৰিছে অভিযানত। কেৱল নৌবাহিনীয়েই নহয় অভিযানত নামি পৰিছে বায়ুসেনা বাহিনীও। ছাবমেৰিনখন বিচাৰি উলিয়াই পৰ্যটকক দ্ৰুত উদ্ধাৰৰ আশ্বাস দিছে উদ্ধাৰকাৰী দলে। যি স্থানৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল সেই স্থানতেই পোনতে ছাবমেৰিনখনৰ সন্ধান কৰিছে উদ্ধাৰকাৰী দলে। অৱশ্যে সেই স্থানত ঢৌ বহু উচ্চতালৈ উঠাৰ বাবে বিপাঙতো পৰিছে উদ্ধাৰকাৰী দল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
Next Post
আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম

আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম

SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.