• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

3 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

6 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

7 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

8 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

9 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

9 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

11 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

11 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

12 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

13 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

14 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

1 day ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

editor by editor
June 20, 2023
in অপৰাধ, অসম
0
SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল
0
SHARES
969
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ৰহস্যৰ সন্ধানত মাৰাথন অভিযান চলাইছে CBIৰ দলে। বিগত কেইবাদিনে অসমত বাহৰ পাতি থকা CBIৰ দলটোৱে আজি পুৱাই ৰাওনা হৈছে লখিমপুৰলৈ। নগাঁওৰ জখলাবন্ধাত জোনমণিৰ দুৰ্ঘটনা হৈছিল যদিও লখিমপুৰৰ সৈতেও এটা সম্পৰ্ক আছিল জোনমণিৰ। নকল সোনৰ বিৰুদ্ধে অভিযান চলাবলৈ কেইবাবাৰো লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা। জোনমণিৰ মৃত্যুৰ পাছতো লখিমপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথাবোৰ পোহৰলৈ আহিছিল। সেয়ে এইবাৰ নগাঁওৰ পৰা লখিমপুৰলৈ ৰাওনা হৈছে চিবিআইৰ দলটো। গুৱাহাটী আৰু নগাঁৱত তদন্ত কৰি এইবাৰ জোনমণি কাণ্ডৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱেই হওক জড়িত হৈ থকা লখিমপুৰতো তদন্ত চলাব চিবিআইৰ দলটোৱে।

জোনমণি ৰাভা কাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল লখিমপুৰৰ নকল সোণ আৰু জালনোট চক্ৰ। নগাওঁ জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, জোনমণি ৰাভাই বহুবাৰ লখিমপুৰলৈ অভিযান চলাবলৈ গৈছিল। লখিমপুৰ আৰক্ষীক অৱগত নকৰাকৈ জোনমণি ৰাভাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে লখিমপুৰত অভিযান চলাইছিল। সেই অভিযানক কেন্দ্ৰ কৰিয়েই পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পূৰ্বে ১৫ মে’ত লখিমপুৰ সদৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ১৮৩/২০২৩ নম্বৰত এক গোচৰ। ভাৰতীয় দণ্ডবিধিৰ 120B, 395, 397, 342, 387 ধাৰাত এই গোচৰ ৰুজু হৈছিল।

গোচৰটো ৰুজু কৰছিল আমিনা খাতুন নামৰ এগৰাকী মহিলাই। আমিনাৰ অভিযোগ আছিল যে, তেওঁৰ পুত্ৰ আজগৰ আলীক কৰায়ত্ত কৰিবলৈ নগাঁৱৰ পৰা লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা আৰু নগাঁৱত আটক কৰা কেইবাজনো অভিযুক্ত। পৰৱৰ্তী সময়ত ধনৰ বিনিময়ত অত্যাচাৰ চলাই আমিনা খাটুনৰ পুত্ৰক এৰি দিয়া বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। আমিনা খাটুনে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰক এৰি দিয়াক কেন্দ্ৰ কৰি নগদ ৬ লাখ ৮০ হাজাৰ টকাৰ লেনদেন হৈছিল।

প্ৰথমে আজগৰ আলী নকল সোণ চক্ৰৰে জড়িত নহয় বুলি দাবী কৰিছিল যদিও আজগৰ আলীয়ে সোণ কাটি থকা এটা ভিডিঅ’ পোহৰলৈ আহিছিল। জোনমণি ৰাভা কাণ্ডৰ পাছতো নিজকে নিৰ্দোষী আৰু নকল সোণ ব্যৱসায়ৰ সৈতে জড়িত নহয় বুলি দাবী কৰা আজগৰ আলীয়ে অৱশ্যে পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰ লখিমপুৰৰ নতুন এছ পি হিচাপে যোগদান কৰাৰ সময়ত আত্মসমৰ্পণ কৰে।

ইফালে হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি ৰাভাৰ এয়া দুৰ্ঘটনা নহয় বৰঞ্চ হত্যাহে বুলি মুকলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নাওবৈচাৰ আই চিৰ বিৰুদ্ধেও উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। হাছিনাই মুকলিকৈ কৈছিল যে, নকল সোণ চক্ৰৰ সৈতে জড়িত হৈ আছে নাওবৈচাৰ আই চি গৰাকী। এই সমূৰ অভিযোগ-প্ৰতিঅভিযোগলৈ লক্ষ্য ৰাখিয়েই অধিক তথ্য বিচাৰি লখিমপুৰলৈ ৰাওনা হৈছে ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত ৮ জনীয়া চিবিআইৰ দলটো।

চি বি আইৰ তদন্তকাৰী বিষয়া ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত ৮ জনীয়া দলটো নগাঁৱৰ পৰা লখিমপুৰলৈ ৰাওনা হৈছে। ইফালে চি বি আইৰ দলটোৱে জব্দ কৰিছে জোনমণি ৰাভাই ব্যৱহাৰ কৰা কম্পিউটাৰ। দেওবাৰ আৰু সোমবাৰে জোনমণিৰ মৃত্যুৰে নাম সাঙোৰ খোৱা আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী, মনোজ বৰুৱাক দুদিন ধৰি জেৰা চলাইছিল চিবিআইৰ দলটোৱে। অৱশ্যে বৰ্তমানলৈ চিবিআইয়ে কিবা তথ্য লাভ কৰিছেনে সেয়াহে বৰ্তমানো জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

June 16, 2026
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?
ভাৰত

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

June 16, 2026
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা... ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, 'একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু বিবাহ ভাঙিলে ভাৰত-চীনৰ যুদ্ধই! ৰতন টাটা অবিবাহিত কিয়, জানেনে?

প্ৰেমত পৰিছিল, প্ৰতিশ্ৰুতিও দিছিল, কিন্তু বিবাহ ভাঙিলে ভাৰত-চীনৰ যুদ্ধই! ৰতন টাটা অবিবাহিত কিয়, জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.