• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম

আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম

3 years ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

48 minutes ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

1 hour ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

2 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

3 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

3 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

3 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

4 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

4 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

5 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম

editor by editor
June 20, 2023
in খাদ্য, বিবিধ, ভাৰত
0
আমৰ দাম প্ৰতি কিঃগ্ৰাঃত ২.৫লাখ টকা! বিৰল আমৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতেই বাগানৰ পৰাই হেৰাই গ’ল আম
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এক কিঃগ্ৰাঃ আমৰ দাম ২.৫লাখ টকা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমৰ এখন বিশেষ ফটো। ফটোত থকা আমটোৰ দামেই ২.৫লাখ। সামাজিক মাধ্যমত ফটোখন ভাইৰেল হোৱাৰ পাছতেই বাগানৰ পৰাই চুৰি হৈছে আমটো। ওড়িশাৰ নুয়াপাড়া জিলাত সংঘটিত হৈছে এই ঘটনা। ঘটনাত হতভম্ব হৈ পৰিছে আম বাগানখনৰ স্বত্ত্বাধিকাৰীও। আৰক্ষীৰ ওচৰত আম চুৰিৰ অভিযোগ দাখিল কৰিছে কৃষকজনে। আমৰ বাগান থকা কৃষকজনৰ নাম লক্ষ্মীনাৰায়ণ।

আমৰ খেতি তেওঁৰ ব্যৱসায়ো নহয় চখো। সম্প্ৰতি নিজৰ বাগানত ৩৮ বিধ বিৰল প্ৰজাতিৰ আমৰ খেতি কৰিছে লক্ষ্মীনাৰায়ণে। লক্ষ্মীনাৰায়ণে পোনতে তেওঁৰ বাগানত থকা আমৰ দাম ইমান বুলি ভৱা নাছিল। কিন্তু তেওঁৰ বাগানত থকা এবিধ আমৰ দাম যে প্ৰতি কিঃগ্ৰাঃৰ দাম ২ লাখতকৈয়ো অধিক বুলি গম পায় তেওঁ আনন্দত একো নাই হৈ পৰে। লগে লগেই সামাজিক মাধ্যমত তেওঁৰ বাগানত লাগি থকা আমৰ ফটো শ্বেয়াৰ কৰে। আমবিধৰ দামৰ কথাও তেওঁ পোষ্টটোত উল্লেখ কৰে। কিন্তু এই পোষ্টটোৰ বাবেই লক্ষ্মীনাৰায়ণ লোকচানৰ সন্মুখীন হ’ল।

তেওঁ সামাজিক মাধ্যমত আমৰ ফটো শ্বেয়াৰ কৰাৰ পাছতেই তেওঁৰ বাগানৰ পৰা এটা এটাকৈ বিশেষ আমবিধ হেৰাবলৈ ধৰে। বৰ্তমানলৈ ২.৫লাখ টকীয়া আমবিধৰ ৪টা হেৰাই যোৱা বুলি জানিবলৈ দিছে লক্ষ্মীনাৰায়ণে। ঘটনাক লৈ লক্ষ্মীনাৰায়ণে আৰক্ষীৰ কাষ চাপিছে। এজাহাৰত তেওঁ নিৰাপত্তাহীনতাৰ কথাও উল্লেখ কৰিছে। লক্ষ্মীনাৰায়ণৰ প্ৰশ্ন যে, এনেকৈ যদি খেতিৰ ফচল হেৰাই তেন্তে কৃষকে কেনেকৈ খেতি কৰিব? তেওঁক অৰ্থনৈতিক ক্ষতিপূৰণ কোনে দিব?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?
জীৱনশৈলী

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

May 20, 2026
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক
জীৱনশৈলী

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

May 20, 2026
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
Next Post
SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

SI জোনমণি ৰাভাৰ মৃত্যু তদন্ত! দুদিন নগাঁৱত বাহৰ পাতি এইকেইটা তথ্য লৈ লখিমপুৰলৈ ৰাওনা CBIৰ দল

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা… ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, ‘একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা... ৰাভা কাৰ দৃষ্টিত কেনেকুৱা? ৰাভাৰ মৃত্যুত কোনে কৈছিল, 'একুৰা জুইক চিতাৰ জুইয়ে এক কৰি অমৰ জুইত পৰিণত কৰি পেলালে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.