• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

3 years ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

9 minutes ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

54 minutes ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

2 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

3 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

4 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

4 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

17 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

18 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

18 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

19 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

19 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

editor by editor
July 15, 2023
in ভাৰত
0
৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অমৰনাথ যাত্ৰাত বিগত ৩৬ঘণ্টাত ৫গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে বুলি জনাইছে জম্মু-কাশ্মীৰ প্রশাসন৷ এই যাত্ৰা আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ মৃত্যু হৈছে ২৪গৰাকী তীৰ্থযাত্ৰীৰ৷ জম্মু প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি মৃত্যু হোৱা তীৰ্থযাত্ৰীৰ সৰহসংখ্যকেই হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুক সাবটিছে৷

বিগত ৩৬ ঘণ্টাত পহেলগাওঁত চাৰিগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে৷ আনহাতে বালতালতেই মৃত্যু হৈছে আন এগৰাকী তীৰ্থযাত্ৰীৰ৷ মৃত চাৰিগৰাকী তীৰ্থযাত্ৰী হৈছে উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটৰ৷ বুধবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে জম্মু বেছ কেম্পৰ পৰা দশম তীৰ্থযাত্ৰীৰ দলটো ৰাওনা হৈছে অমৰনাথ যাত্ৰাৰ বাবে৷ এই দলটোত আছে ৭,৮০০ তীৰ্থযাত্ৰী৷ ৰামবনত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অত্যাধিক বৰষুণৰ বাবে বন্ধ কৰি দিয়া হৈছিল৷ বৰ্তমান পৰ্যন্ত ১লাখ ৬২হাজাৰ তীৰ্থযাত্ৰীয়ে অমৰনাথ দৰ্শন কৰিছে বুলি জনাইছে প্রশাসনে৷ চলিত মাহৰেই ১ জুলাইৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা৷ এই যাত্ৰাৰ সমাপ্তি ঘটিব ৩১ আগষ্টত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…
অপৰাধ

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

August 21, 2026
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা
বিনোদন

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.