• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

8 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

9 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

9 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

9 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

10 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

11 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

12 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

13 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

13 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

14 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

14 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

editor by editor
July 15, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতি তিনি বছৰ ধৰি নিৰলস পৰিশ্ৰমৰ শেষত আহিল বিশেষ সাফল্য৷ শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱাল স্পেছ চেণ্টাৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণ সফল হৈছে৷ ইছৰোৰ এই চন্দ্ৰাভিজানত বিজ্ঞানীসকলৰ ওপৰিও কঠোৰ পৰিশ্ৰম কৰিছে ইছৰোত কৰ্মৰত সৰুবল সকলো কৰ্মকৰ্তাইয়ে৷

ইছৰোৰ এইসকল কৰ্মচাৰীৰ ভিতৰত আছে ৰাঁচীৰ ‘হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেছন’ নামৰ সংস্থাৰ ইঞ্জিনিয়াৰৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে সকলোৱেই দৰমহা অবিহনেই কৰিছিল কাম৷ ১৭মাহ দৰমহা নোলোৱাকৈয়ে কাম কৰিছিল চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ থকা কৰ্মকৰ্তাসকলে৷ একাধিক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি কেন্দ্ৰৰ ওচৰত বাৰে বাৰে আৱেদন জনাইয়ো ডেৰ বছৰৰো অধিক সময় ধৰি দৰমহা লাভ কৰা নাই ইছৰোৰ কৰ্মকৰ্তাসকলে৷ দৰমহা অবিহনেও দিনে নিশাই চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে কাম কৰিছে এইসকল কৰ্মচাৰীয়ে৷

প্ৰকাশিত তথ্য অনুসৰি বিগত ৩বছৰ ধৰি আৰ্থিক সমস্যাৰ মাজত আছে চন্দ্ৰযান-৩ৰ বাবে যন্ত্ৰপাতি যোগান ধৰা বিশেষ কোম্পানীটো৷ এই সংস্থাৰ পৰিস্থিতিৰ সৈতে কেন্দ্ৰীয় টেলিকম সংস্থা বিএছএনএলৰ তুলনা কৰিছে বহুতেই৷ এই কোম্পানীৰ প্ৰায় ৩হাজাৰ ইঞ্জিনিয়াৰৰ পৰা কৰ্মীলৈ সকলোৱে ১৭মাহ ধৰি দৰমহা পোৱা নাই৷ সংস্থাটোৰ জয়েণ্ট চেক্ৰেটেৰী তথা ইঞ্জিনীয়াৰ সুভাষচন্দ্ৰই চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনক লৈ খুবেই উচ্ছ্বাসিত৷ কিন্তু তেওঁৰ সহকৰ্মীসকলৰ পাৰিশ্ৰমিকক লৈে তেওঁ কিছু চিন্তিত বুলি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘কৰ্মীসকল খুবেই সমস্যাত আছে৷ কিন্তু আৰ্থিক সমস্যাৰ মাজতো চন্দ্ৰযান-৩ সফলভাৱে উৎক্ষেপণ কৰি নথৈ আনন্দিত কৰ্মীসকল৷ গৰ্বিত হৈছো আমি, এই অভিযানত আমি সফল হৈছো৷ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাত আমি সফল হৈছো৷ ইয়াৰ মাজতেই যদি আমাৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰে তেন্তে আমি আৰু আনন্দিত হ’ম৷’

উল্লেখ্য যে দৰমহাৰ বিষয়টোক লৈ একাধিকবাৰ চিঠি লিখিছে কৰ্মচাৰীসকলে৷ চৰকাৰে কোনো সঁহাৰি দিয়া নাই এইসকল কৰ্মীক৷ পাবলগীয়া বেতন বিচাৰি বিগত বৰ্ষৰ ৩ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ধৰ্মঘটো কৰিছিল৷ চৰকাৰে ধৰ্মঘটৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে অচিৰেই তেওঁলোকে কৰ্মীসকলক ধন প্ৰদান কৰিব৷ তাৰপাছতেই এইসকল কৰ্মীয়ে উঠাই লৈছিল ধৰ্মঘট৷ আৰ্থিক দুৰাৱস্থাৰ কাৰণে বিগত ২বছৰ ধৰি সংস্থাটোৱে কোনো স্থায়ী ‘চীফ মেনেজিং ডাইৰেক্টৰ’ নিয়োগ কৰিব পৰা নাই৷ উল্লেখ্য যে চন্দ্ৰযান-৩ উৎক্ষেপণৰ সম্পূৰ্ণ প্ৰজেক্টত ব্যয় হৈছে প্ৰায় ৬১৫কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

April 25, 2026
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

April 25, 2026
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম
জীৱনশৈলী

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

April 25, 2026
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

April 25, 2026
Next Post
অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.