• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

3 years ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

29 minutes ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

2 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

5 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

6 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

14 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

16 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

editor by editor
July 15, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও
0
SHARES
369
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত শাওন মাহক অতি পবিত্ৰ মাহ বুলি ধৰা হয়৷ এই মাহত শিৱক আৰাধনা কৰে প্ৰায়সংখ্যক হিন্দু লোকেই৷ লোকবিশ্বাস মতে ভক্তসকলে পূৰ্ণ নিষ্ঠাৰে শাওণ মাহত শিৱক আৰাধনা কৰিলে ভোলানাথৰ আশীৰ্বাদ লাভ কৰে৷ ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব শাওণ মাহ৷ জ্যোতিষ শাস্ত্ৰমতে এইবাৰ শাওন মাহত ৮টা সোমবাৰ পৰিছে৷

লোকবিশ্বাস মতে এই মাহত কি কি কাম কৰিলে শিৱৰ আশীৰ্বাদ লাভ কৰিব?

শাওণ মাহত প্ৰতিদিনে পুৱা উঠিয়েই গা ধুৱক৷ ইয়াৰ পাছতেই শিৱ মন্দিৰত গৈ জলাভিষেক কৰিব৷ শিৱলিংগত পানী ঢলাৰ পাছত ক’লা তিল অৰ্পণ কৰিব৷ এইধৰণে তিল আগবঢ়োৱাৰ পাছত ভোলানাথৰ মন্ত্ৰ জপ কৰিব৷ এনেকৈ সদায়ে জপ কৰিলে মানসিক শান্তি লাভ কৰিব৷ ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিদিনে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে৷ এই জপ কৰিলে সমস্ত মানসিক অশান্তি দূৰ হয় বুলি বিশ্বাস৷ যিসকলৰ পাৰিবাৰিক অশান্তি আছে তেওঁলোকে শাওন মাহত দৈনিক পুৱা ধূপ জ্বলাই গোমূত্ৰ ছটিয়াই ঘৰ পৰিষ্কাৰ কৰক৷ এনেকৈ কৰিলে ঘৰত একাত্মবোধতা তৈয়াৰ হয়৷

যিসকলৰ বিবাহত বাধা আছে তেওঁলোকে এই মাহত শিৱলিংগত কেশৰ মিশ্ৰিত গাখীৰ দান কৰিব পাৰে৷ তেনেকৈ শিৱলিংগত গাখীৰ থাকিলে অচিৰেই বিবাহ হ’ব এইসকল ব্যক্তিৰ৷ আৰ্থিক সংকটত থাকিলে শাওন মাহত শিৱ মন্দিৰত গৈ বেলপাত আৰু ধতুৰা নিবেদন কৰিলেই এই সমস্যাৰ সমাধান হয়৷ কথিত যে, মহাদেৱৰ দুবিধ সামগ্ৰী খুবেই প্ৰিয়৷ এবিধ ধতুৰা আৰু আনটো বেলপাত৷ পিতৃদোষৰ পৰা মুক্তি লাভ কৰিবলৈ দৰিদ্ৰ মানুহক শাওন মাহত খাদ্য দিব পাৰে৷ পিতৃপুৰুষৰ আত্মাই এনে কৰিলে শান্তি পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
Next Post
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

নাঙলৰ মুঠিতেই সাহ! বিলাহী বিক্ৰি কৰি অডি, বিলাসবহুল ফ্লেট ক্ৰয় কৰিব পৰাকৈ ধনী হ’ল মহাৰাষ্ট্ৰৰ তুকাৰাম

নাঙলৰ মুঠিতেই সাহ! বিলাহী বিক্ৰি কৰি অডি, বিলাসবহুল ফ্লেট ক্ৰয় কৰিব পৰাকৈ ধনী হ’ল মহাৰাষ্ট্ৰৰ তুকাৰাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.