• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

3 years ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

59 minutes ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

4 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

5 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

13 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

14 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

15 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?

editor by editor
July 15, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
অমিতাভ-জয়াৰ পাছত ৰাজনীতিত অভিষেক! কোন পাৰ্টীৰ হৈ এলাহবাদৰ পৰা নিৰ্বাচন খেলিব অভিষেক বচ্চনে?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে এইবাৰ ভৰি দিবলৈ আগবাঢ়িছে ৰাজনীতিৰ পথাৰত৷ বলীউডত ভাইৰেল হৈ পৰিছে অভিষেকৰ ৰাজনীতিত প্ৰৱেশৰ কথা৷ ৰূপালী পৰ্দাত এখনৰ পাছত আনখন ফ্লপ ছবিৰে কেৰিয়াৰ প্ৰায় শেষ হোৱা অভিষেকে এইবাৰ ৰাজনীতিলৈ ওলাই অহাক লৈ সমগ্ৰতে চলিছে চৰ্চা৷

অমিতাভ পুত্ৰ অভিষেকে অখিলেশ যাদৱৰ পাৰ্টী সমাজবাদী পাৰ্টীত যোগ দিব৷ আগন্তুক নিৰ্বাচনত এলাহবাদৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে অভিষেক বচ্চনৰ৷ বৰ্তমানলৈ অভিষেক বচ্চন বা সমাজবাদী পাৰ্টীৰ তৰফৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক বিবৃত্তি দিয়া হোৱা নাই যদিও বহুতেই এতিয়া এই বিষয়টোক লৈ চৰ্চা অব্যাহত ৰাখিছে৷ টুইটাৰতো ট্ৰেণ্ডিং হৈ আছে অভিষেক বচ্চন৷

২০১৩ চনৰ এটা সাক্ষাৎকাৰত অভিষেক বচ্চনে কৈছিল, ‘মোৰ মা দেউতা দুয়ো ৰাজনীতিত আছে৷ কিন্তু মই এই পৰ্যন্ত ৰাজনীতিলৈ যোৱাৰ কথা ভৱা নাই৷ পৰ্দাত এজন ৰাজনীতিবিদৰ চৰিত্ৰত মই অভিনয় কৰিছো কিন্তু বাস্তৱ জীৱনত মোৰ দ্বাৰা এয়া সম্ভৱ নহয়৷’

উল্লেখ্য যে, অভিষেকৰ মাতৃ জয়া বচ্চনো এগৰাকী ৰাজনীতিবিদ৷ জয়াও ২০০৪ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে আছে৷ পিতৃ অমিতাভেও চিনেমাৰ কেৰিয়াৰ বাদ দি ১৯৮৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল৷ ৰাজীৱ গান্ধীৰ আমন্ত্ৰণতেই ৰাজনীতিলৈ আহিছিল অমিতাভ বচ্চন৷ কিন্তু তেওঁৰ ৰাজনৈতিক জীৱন দীঘলীয়া নহ’ল৷ এলাহবাদৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিগ-বীয়ে ৬৮শতাংশতকৈয়ো অধিক ভোট লাভ কৰি ৮ নম্বৰ লোকসভা নিৰ্বাচনত জয়ী হয়৷

কিন্তু ১৯৮৭ চনৰ জুলাই মাহত বোফৰ্ছ কেলেংকাৰীত তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাত অমিতাভ বচ্চনে ইস্তাফা দিয়ে৷ বলীউডৰ নায়কে ৰাজনীতিত টিকি থকা সম্ভৱ নহয় সেই কথা তেতিয়াই বুজি উঠিছিল অমিতাভে৷ শেহতীয়াকৈ পিতৃয়ে প্ৰতিদ্বন্দিতা কৰা সেই সমষ্টিৰ পৰাই পুত্ৰ অভিষেকে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
Next Post
শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

শাওনৰ প্ৰতি সোমবাৰে এই কাম কৰিবই, এই ৫কাম কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব আপুনিও

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ল ৰাহুলৰ অধিবক্তা! উচ্চতম ন্যায়ালয়ে ৰক্ষা কৰিব পাৰিবনে ৰাহুলৰ পদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.