• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?

সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?

3 years ago
8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

8th Pay Commission: পেঞ্চনৰ পৰা গ্ৰেচুইটিলৈ, কেন্দ্ৰীয় কৰ্মচাৰীয়ে উত্থাপন কৰিছে ৩টা ডাঙৰ দাবী

1 hour ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

2 hours ago
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

3 hours ago
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

4 hours ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

4 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

5 hours ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

14 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

14 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

15 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

16 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

17 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?

editor by editor
July 21, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পত্তিৰ দিশেৰে দেশৰ সকলোতকৈ ধনী বিধায়ক হৈছে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। কৰ্ণাটকৰ এইগৰাকী কংগ্ৰেছী বিধায়কৰ বেংক একাউণ্টত জমা আছে ১৪০০ কোটি টকা। দেশৰ সকলোতকৈ ধনী বিধায়কৰ তালিকাত ডিকে শিৱকুমাৰ কিন্তু দেশৰ আটাইতকৈ দুখীয়া বিধায়ক কোন?

সকলোতকৈ ধনী ডি কে শিৱকুমাৰ
ADRৰ ৰিপৰ্ট অনুসৰি দেশৰ আটাইতকৈ ধনী বিধায়কৰ তালিকাত আছে ডি কে শিৱকুমাৰ। ১হাজাৰ ৪০০কোটি টকাতকৈ বেছি সম্পত্তি আছে ডি কে শিৱকুমাৰৰ। এছোচিয়েছন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে এই তথ্য। ADRৰ ৰিপৰ্টমতে দেশৰ দ্বিতীয় আৰু তৃতীয় ধনী বিধায়কো কৰ্ণাটকৰেই। সকলোতকৈ ধনী বিধায়কৰ তালিকাত দ্বিতীয় স্থানত আছে কেএইছ পুট্টস্বামী গৌড়া। তেওঁৰ ঘোষিত সম্পদৰ পৰিমাণ ১হাজাৰ ২৬৭কোটি টকা। তৃতীয় স্থানত আছে কংগ্ৰেছৰ বিধায়ক প্ৰিয় কৃষ্ণ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ ১৫৬ কোটি টকা। ডি কে শিৱকুমাৰে ধনী বিধায়কৰ তালিকাত স্থান লাভ কৰাৰ পাছতেই তেওঁ এই সন্দৰ্ভত কয়, ‘মই ধনী নহয়। সেইবুলি মই দুখীয়াও নহয়। দীৰ্ঘ সময় ধৰি মই কষ্টেৰে এই সম্পদ আহৰণ কৰিছো। মোৰ সম্পত্তি যি আছে সকলো মোৰ নিজৰ নামতেই আছে। অন্যৰ দৰে মই যাৰে তাৰে নামত সম্পদ আহৰণ কৰা নাই। মোৰ যি আছে সকলো দেখাকৈয়ে আছে।’

কংগ্ৰেছৰ বিধায়ক ধনী নে বিজেপিৰ?
দেশৰ সকলোতকৈ ধনী ১০ জন বিধায়কৰ ভিতৰত ৪জন কংগ্ৰেছৰ আৰু তিনিজন বিজেপিৰ। এই বিষয়টোক লৈ দুই দলৰ মাজতেই বাকযুদ্ধও চলি আছে। কংগ্ৰেছৰ বিধায়ক বিজোয়ান আৰশ্বাদে এই সন্দৰ্ভত কয়, ‘শিৱকুমাৰে ব্যৱসায় কৰি ধন উপাৰ্জন কৰিছে। এই ধন দুৰ্নীতিৰ ধন নহয়। কিন্তু বিজেপিৰ বিধায়কসকলে শিৱকুমাৰৰ দৰে ব্যৱসায় কৰি ধন উপাৰ্জন কৰা নাই এই ধন দুৰ্নীতিৰ ধন।

সকলোতকৈ দুখীয়া বিধায়ক কোন?
দুখীয়া বিধায়কৰ তালিকাত আছে পশ্চিমবংগৰ বিজেপি বিধায়ক নিৰ্মল কুমাৰ ধাৰা। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২হাজাৰ টকাতকৈয়ো কম। এই দৰিদ্ৰ বিধায়কসকলৰ তালিকাত আছে ওড়িশাৰ নিৰ্দলীয় বিধায়ক মকাৰান্দা মুদুলি, তাৰপাছতেই পঞ্জাৱৰ বিধায়ক নৰিন্দৰ পাল সিং। ওড়িশাৰ মকৰন্দ মুদুলিৰ সম্পত্তিৰ পৰিমান মাত্ৰ ১৫হাজাৰ টকা। আনহাতে তৃতীয় দুখীয়া বিধায়ক পঞ্জাৱৰ আপ বিধায়ক নৰিন্দৰ পাল সিঙৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ ৩৭০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক
জীৱনশৈলী

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

June 10, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

June 10, 2026
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
Next Post
পৃথিৱীৰ বুকুত খান্দিছে ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে, কিয় এই গাঁত খান্দিছে চীনে?

পৃথিৱীৰ বুকুত খান্দিছে ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে, কিয় এই গাঁত খান্দিছে চীনে?

ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?

ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.