• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?

ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?

3 years ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

28 minutes ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

2 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

2 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

3 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

3 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

4 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

5 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

17 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

18 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

18 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

19 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?

editor by editor
July 21, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডাষ্টবিন ঘৰৰ য’তে ত’তে থয় নেকি? য’তে ত’তে ডাষ্টবিন থলেই ঘৰলৈ দৰিদ্ৰতা আহে! ঘৰৰ কোণটো কোণত ডাষ্টবিন ৰাখিব?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰত্যেকৰ ঘৰতেই ডাষ্টবিন থাকে। কিন্তু ডাষ্টবিন এটা ঘৰৰ ক’ত ক’ত থোৱাটো বাস্তু শাস্ত্ৰমতে ভাল সেই বিষয়েও জ্যোতিষ শাস্ত্ৰই দিছে বিশেষ কেইটামান উপায়। ঘৰৰ য’তে য’তে ডাষ্টবিন থোৱাটো বেয়া বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে। ঘৰৰ ক’ত ডাষ্টবিন থোৱাটো বেয়া বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে?

ডাষ্টবিনটো বাস্তু শাস্ত্ৰৰ নিয়ম মানি ৰাখিলে নিশ্চিতভাৱে আপোনাৰ ভাগ্যত ইয়াৰ প্ৰভাৱ পৰিব। ঘৰৰ এইকেইটা স্থানত ডাষ্টবিন ৰাখিলে ঘৰত অমংগল হয়।
একোখন ঘৰত ডাষ্টবিন কেতিয়াও পাকঘৰ, পূজাঘৰ, ড্ৰয়িং ৰুমত ৰাখিব নালাগে। এনেকৈ ডাষ্টবিন ৰাখি থোৱাটো অশুভ বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এনেকৈ ৰখা ডাষ্টবিনে ভাগ্যক প্ৰভাৱিত কৰে। পাকঘৰত অস্থায়ীভাৱে ডাষ্টবিন ৰাখিব পাৰে কিন্তু কেতিয়াও ইয়াক স্থায়ীভাৱে ৰাখিব নালাগে। ঘৰৰ মূল গেটত ডাষ্টবিন ৰাখিব নালাগে। ডাষ্টবিন সদায়ে মুখ্য গেটৰ ভিতৰত বা বাহিৰত একদম মূল গেটৰ কাষত নাৰাখিব। কিবা কাৰণত ডাষ্টবিন ৰাখিলেও সদায়ে লোকচক্ষুৰ পৰা আঁতৰত ৰাখিব। বাস্তু বিশেষজ্ঞৰ মতে চিৰিৰ তলত ডাষ্টবিন ৰখাটো অশুভ বুলি গণ্য কৰা হয়। এনেকৈ ডাষ্টবিন ৰাখিলে ঘৰলৈ দৰিদ্ৰতা আহে। ইয়াৰোপৰি ঘৰৰ উত্তৰ পূবত বা উত্তৰ কোণত ডাষ্টবিন ৰখাটো বেয়া।

ডাষ্টবিন ঘৰৰ ক’ত ক’ত ৰাখিব লাগে?
ঘৰৰ দক্ষিণ-পশ্চিম কোণত বা উত্তৰ-পশ্চিম কোণত ডাষ্টবিন ৰাখিব পাৰে। এই দিশক বাদ দি আন দিশত কেতিয়াও ডাষ্টবিন নাৰাখিব। ডাষ্টবিনৰ বাহিৰত কোনোধৰণৰ জাবৰ নেপেলাব। সকলো জাবৰ ডাষ্টবিনৰ ভিতৰতেই ৰাখিব। যদি সম্ভৱ হয় ডাষ্টবিন থোৱা স্থানৰ চৌদিশে আপুনি উদ্ভিদ আদি ৰোপণ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamesenewsportalassamnewsdustbinvastu tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত
জীৱনশৈলী

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

April 19, 2026
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
Next Post
মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব

মলমাহত এই ৫কাম কৰিবই! নাৰায়ণৰ কৃপাত আপুনি ধনী হোৱাৰ লগতে ঘৰলৈ সুখ-শান্তি আহিব

সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.