• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

3 years ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

12 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?

editor by editor
July 21, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
সীমাৰ পৰা উদ্ধাৰ ৫খন পাকিস্তানী পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু বহু সন্দেহজনক সামগ্ৰী, অচিৰেই পাকিস্তানলৈ সীমাই উৰা মাৰিব নেকি?
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সীমা হায়দৰ, দেশৰ সকলোৰে মুখ বাগৰি চিনাকী নাম হৈ পৰিছে। সীমা হাইদৰে প্ৰেমৰ বাবেই ভাৰতলৈ আহিল নে আন কিবা উদ্দেশ্য? বহুতেই সন্দেহ কৰিছে সীমা পাকিস্তানৰ স্পাই নেকি? সীমাক সন্দেহ কৰাৰ থলো আছে। সীমা হাইদৰৰ পৰা ইতিমধ্যে তদন্তকাৰী সংস্থাই লাভ কৰিছে কেইবাটাও সন্দেহজনক তথ্য।

সীমা হাইদৰৰ পৰা ৫খন পাকিস্তানৰ পাছপৰ্ট, এখন অব্যৱহৃত পাছপৰ্ট আৰু এখন বিশেষ পৰিচয় পত্ৰ লাভ কৰিছে তদন্তকাৰী দলে। এই তথ্য প্ৰকাশ কৰিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে। পাকিস্তানৰ পৰা বেআইনীভাৱে নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছে সীমাই। ইতিমধ্যে সীমাক দুদিন ধৰি উত্তৰপ্ৰদেশৰ এণ্টি টেৰৰ স্কোয়াডে সোধপোছ কৰিছে। উত্তৰপ্ৰদেশৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিছৰ তৰফৰ পৰা জনোৱা অনুসৰি সীমাৰ পৰা ৪টা মোবাইল ফোন আৰু দুটা ভিডিঅ’ কাষ্টেছ লাভ কৰিছে আৰক্ষীয়ে। বেআইনীভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবেই এই সোধপোছ অব্যাহত ৰখা বুলিও জনাইছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে।

ইয়াৰোপৰি এটিএছ কৰ্মীসকলে জনোৱা অনুসৰি সীমাই বেআইনীভাৱে ভাৰতত প্ৰৱেশৰ কাৰণ কি তাকে লৈ অব্যাহত আছে সোধপোছ। সোধপোছৰ অন্তত প্ৰকাশ কৰা তথ্যত উল্লেখ থকা অনুসৰি, ‘বিগত ১০মাৰ্চত পাকিস্তানৰ কৰাচি বিমানবন্দৰৰ পৰা শাৰজা বিমানবন্দৰলৈ গৈছিল সীমা। তাৰপৰাই ১৫ দিনৰ পৰ্যটন ভিছা লৈ কাঠমাণ্ডু বিমানবন্দৰত উপস্থিত হৈছিল। ১৭ মাৰ্চত আকৌ নেপালৰ পৰা পাকিস্তানলৈ উভতি যায়। ইফালে ৮ মাৰ্চত শচীন গোৰখপুৰলৈ যায়। ৯মাৰ্চত শচীন সৌনাউলি সীমান্তলৈ যায়। তাৰপাছতেই শচীন কাঠমাণ্ডুলৈ যায়। ১০মাৰ্চত তেওঁ কাঠমাণ্ডুৰ নিউ বিনায়ক হোটেলৰ এটা ৰুম ভাড়া লয়। ইয়াৰ পাছতেই বিমান বন্দৰৰ পৰা সীমাক লৈ আকৌ ৰুমলৈ যায়। ১৭মাৰ্চ পৰ্যন্ত হোটেলতেই থাকে শচীন-সীমা।

প্ৰথম নেপাললৈ আহি আকৌ উভতি গৈছিল সীমা। তাৰপিছত পুনৰ ১০ মে’ত ভাৰতলৈ আহে সীমা। সেইবাৰো পুনৰ ১৫ দিনৰ পৰ্যটন ভিছা লৈ পাকিস্তান এৰে সীমাই। দ্বিতীয়বাৰ আহোতে সীমাই ৪সন্তানক লগত লৈ আহিছিল। তাৰপৰা ডুবাইলৈ তেওঁ পোনতে যাত্ৰা কৰে। ডুবাইৰ পৰা তেওঁ নেপালৰ ফ্লাইট লয়। নেপালত উপস্থিত হৈ পোখৰাৰ এখন হোটেলত নিশা কটায় সীমাই। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ১২ মে’ত পোখৰাৰ পৰা তেওঁ সিদ্ধাৰ্থনগৰ জিলাৰ ৰূপানদেহী-খুনওয়া সীমান্ত হৈ ভাৰতত প্ৰৱেশ কৰে। ডিজিপি দফতৰৰ তৰফৰ পৰা জনোৱা অনুসৰি আগ্ৰা হৈ গ্ৰেটাৰ নয়ডাৰ বাবুপুৰালৈ আহে সীমা। তাতেই শচীনে ভাড়া লোৱা বিশেষ ঘৰত সংসাৰৰ পাতনি মেলে। তেতিয়াৰে পৰা সেই বিশেষ ঘৰটোতেই আছে সীমা আৰু শচীন।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰামতে অনলাইন গেম পাবজি খেলৰ মাধ্যমেৰে ২০১৯ চনত শচীনৰ সৈতে পৰিচিত হৈছিল সীমা। তাৰপৰাই প্ৰেম। ২২ বছৰীয়া যুৱক শচীনৰ সৈতে প্ৰেম কৰিয়েই ১৩০০ কিঃমিঃ দূৰৰ পৰা ভাৰতত ভৰি দিয়ে সীমাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

চন্দ্ৰলৈ যোৱা সহজ কথা নহয়! চন্দ্ৰপৃষ্ঠত উপস্থিত হোৱাৰ পূৰ্বে কি কি বাধাৰ সন্মুখীন হ’ব চন্দ্ৰযান-৩?

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.