• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?

মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?

3 years ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

23 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

46 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?

editor by editor
July 28, 2023
in জীৱনশৈলী, বিবিধ
0
মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে নিজেই কেইটামান সংকেত লাভ কৰে। এজন ব্যক্তিয়ে মৃত্যুৰ ওচৰ চাপি আহোতে প্ৰকৃতিয়ে সংকেত দিবলৈ আৰম্ভ কৰে। এই চিহ্নবোৰ যদি বুজি পায় তেন্তে এজন মানুহে মৃত্যুৰ পূৰ্বানুমান কৰাত সুবিধা হয়।

কি কি সংকেত লাভ কৰিব?

ধৰ্মীয় বিশ্বাস অনুসৰি, যেতিয়াই এজন ব্যক্তিয়ে আইনাত তেওঁৰ প্ৰতিচ্ছবি নেদেখা হয় তেতিয়াই বুজিব লাগে যে ব্যক্তিজনৰ মৃত্যু সমাগত। এনে লক্ষণে দেখা দিলে ব্যক্তিজন কেইঘণ্টামানতেই মৃত্যুৰ মুখত পৰিব পাৰে। পুৰাণত এনে ধৰণৰ বহুতো ঘটনাৰ বৰ্ণনা দিয়া হৈছে।

যদি ব্যক্তি এজন বহু দিন ধৰি অসুস্থ হৈ থাকে। কিন্তু হঠাতে স্বাস্থ্য সম্পূৰ্ণৰূপে ভাল হয়। তেওঁৰ গৃহত যদি কিবা চাকি জ্বলাই থোৱা থাকে আৰু সেই চাকি হঠাৎ নুমাই যায় আৰু নুমুৱাৰ পাছত শিখাৰ পৰা যি গোন্ধ ওলাই সেই গোন্ধও নোলোৱা হয় তেন্তে নিশ্চিত হৈ পৰিব যে ব্যক্তিজনৰ প্ৰায় এসপ্তাহৰ ভিতৰত মৃত্যু নিশ্চিত।

বহুলোকৰ ক্ষেত্ৰত হঠাতেই তেওঁৰ পৰিয়ালত মৃত্যু হোৱা আত্মীয় স্বজনৰ ছবি অনবৰতে চকুৰ সন্মুখত ভাহি থাকে সেয়াও কিন্তু মৃত্যুৰ পূৰ্বানুমানেই।

কোৱা হয় যে যেতিয়াই মৃত্যুৰ সময় আহে, প্ৰায় এমাহ আগতে, এজন ব্যক্তিয়ে গোটেই জীৱনত কৰা কামবোৰ নিজে নিজেই মনত পেলাবলৈ যত্ন কৰে। তেওঁ জীৱনত যিকোনো ভাল বা বেয়া কাম কৰিলে, সেই সকলোবোৰ তেওঁ নিজেই অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

শিৱ মহাপুৰাণৰ মতে, আমাৰ শৰীৰেও দীৰ্ঘদিনৰ পৰা মৃত্যুৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰে। যেতিয়া গোটেই শৰীৰটো নীলা হৈ পৰে বা কোনো ৰোগ নোহোৱাকৈ শৰীৰত অত্যাধিক ৰঙা দাগ পৰে তেতিয়াই প্ৰায় ৬ মাহত এনে ব্যক্তিৰ মৃত্যু হয়।

পৌৰাণিক বিশ্বাস অনুসৰি, যিসকলে ধৰ্মীয় কাম কৰে আৰু সত্ত্বিক জীৱন যাপন কৰে। তেওঁলোকে তেওঁলোকৰ সপোনৰ জৰিয়তে মৃত্যুৰ সময় জানিব পাৰে।

(ওপৰত দিয়া তথ্যসমূহ জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু কেৱল তথ্যৰ উদ্দেশ্যে দিয়া হৈছে। অসম লাইভ২৪ য়ে ইয়াক নিশ্চিত কৰা নাই। এই বিষয়ে বিশদ জানিবৰ বাবে সংশ্লিষ্ট বিষয়টোৰ বিশেষজ্ঞৰ পৰামৰ্শলৈহে নিশ্চিত হ’ব।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
Next Post
‘নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ

'নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.