• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

3 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

19 minutes ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

2 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

4 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

19 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

20 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

20 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

editor by editor
July 28, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল দীঘলীয়াই নহয় ৰক্তক্ষয়ীও। ভাৰতক ব্ৰিটিছৰাজৰ পৰা মুক্ত কৰিবলৈকে দেশৰ অগণন বীৰ সেনা শ্বহীদ হৈছিল। কিন্তু তাৰমাজতো এনে বহু স্বাধীনতা সংগ্ৰামী আছে যিসকলৰ চৰ্চা ক’তোৱেই নহ’ল। ইতিহাসৰ ক’তোৱেই নাম নথকা এজন স্বাধীনতা সংগ্ৰামী হৈছে নীৰা আৰ্য। তেওঁ ইণ্ডিয়ান নেশ্ব্যনেল আৰ্মি অৰ্থাৎ আজাদ হিন্দ ফৌজৰ তেওঁ এগৰাকী যোদ্ধা আছিল।

বীৰাংগনা নীৰা ‘ঝান্সীৰ ৰাণী’ ৰেজিমেণ্টৰ সদস্য আছিল। একাংশৰ মতে নীৰা আইএনএপ গুপ্তচৰ আছিল। ভাৰতৰ স্বাধীনতাৰ ৭দশক পাৰ হৈ গ’ল কিন্তু নীৰা আৰ্যই আজিকোপতি নাপালে কোনো চৰ্চা। তেওঁৰ পৰিয়ালেও লাভ নকৰিলে স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বিশেষ মৰ্যাদা। ৰাষ্ট্ৰীয় সংবাদমাধ্যৰ এক প্ৰতিবেদনৰ প্ৰকাশ পোৱামতে নীৰা আৰ্যৰ জন্ম হৈছিল ১৯০৫ চনৰ ৫ মাৰ্চত উত্তৰপ্ৰদেশৰ বাগপত জিলাৰ খেকৰা চহৰত। নীৰা আছিল সেই অঞ্চলৰ বিশিষ্ঠ ব্যৱয়াসী শেঠ ছাজুমলৰ কন্যা। খুব কম বয়সতেই দেশৰ প্ৰতি ভালপোৱাৰ ভাৱ থকাৰ বাবেই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰে নীৰাই।

কন্যাই স্বাধীনতা সংগ্ৰামীৰ সৈতে সহযোগ কৰাত ছাজুমলে শীঘ্ৰেই কন্যাৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি বিয়া দিবলৈ যো-জা চলায়। ঔপনিবেশিক ভাৰতৰ এজন উচ্চপদস্ত চৰকাৰী বিষয়া শ্ৰীকান্ত জয়ৰঞ্জন দাসৰ সৈতে পিতৃয়ে বিয়া দিয়ে নীৰাক। প্ৰতিবেদনত উল্লেখ থকা অনুসৰি বিবাহৰ পাছতেই স্বামীৰ পেছাৰ কাৰণে তেওঁ অৰ্ন্তদ্বন্দ্বত ভূগিবলৈ আৰম্ভ কৰে। দুয়োৰে মাজত কাজিয়াৰো সূত্ৰপাত হয়। নীৰাৰ স্বামী শ্ৰীকান্ত ব্ৰিটিছ চৰকাৰৰ অত্যন্ত আনুগত্যশীল বিষয়া আছিল। আনহাতে নীৰাই আকৌ সেই ব্ৰিটিছৰ পৰাই ভাৰতৰ স্বাধীনতা বিচাৰিছিল। দেশৰ প্ৰতি থকা ভালপোৱাৰ বাবেই নীৰাই বিবাহৰ পাছত আজাদ হিন্দ ফৌজত যোগ দিয়ে। এই ৰেজিমেণ্টে সেই সময়ত সক্ৰিয়ভাৱে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে কাম কৰিছিল।

১৯৪৩ চনৰ ২১ অক্টোবৰত ‘আজাদ হিন্দ ফৌজ’ তৈয়াৰ কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুয়ে। ভাৰতৰ পৰা ব্ৰিটিছ সাম্ৰাজ্যক উৎখাত কৰাৰ বাবে ১৯৪২ চনত ৰাসবিহাৰী বসু আৰু মোহন সিঙৰ নেতৃত্বত তৈয়াৰ হৈছিল আইএনএ সেনাবাহিনীৰ দল। তাৰপাছতেই নেতাজীৰ হাতত ধৰি ‘আজাদ হিন্দ ফৌজ’ তৈয়াৰ হয়। নীৰাৰ স্বামীয়ে পোনতে পত্নী নীৰাই আজাদ হিন্দ ফৌজত যোগ দিয়াৰ কথা গম পোৱা নাছিল। পাছলৈ তেঁও পত্নীয়ে আজাদ হিন্দ ফৌজত যোগ দিয়াৰ কথা গম পায়। শ্ৰী কান্ত যিহেতু ব্ৰিটিছৰ কৰ্মচাৰী আছিল সেয়ে তেওঁৰ পত্নীয়ে এই সংগ্ৰামত জড়িত থকাৰ কথা গম পাবলৈ ব্ৰিটিছ বাহিনীকো বেছি সময় নালাগিল। শ্ৰী কান্তকেই নেতাজীৰ গুপ্তচৰ নীৰাক হত্যা কৰাৰ নিৰ্দেশ দিয়ে ব্ৰিটিছে। ইয়াৰোপৰি সুযোগ বুলি নেতাজীকো হত্যা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল শ্ৰী কান্তক। কিন্তু পত্নীক কেনেকৈ হত্যা কৰে শ্ৰী কান্তই?

নীৰাই যিহেতু দেশ ৰক্ষাৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ ইতিমধ্যে মানসিকভাৱে সাঁজু হৈ উঠিছিল। নীৰাই আজাদ হিন্দ ফৌজৰ নেতাজীক যিকোনো স্বাৰ্থৰ বিনিময়ত বচাই ৰাখিবলৈকো দৃঢ়প্ৰতিজ্ঞ আছিল। নীৰাইয়ো স্বামীক যে ব্ৰিটিছে নেতাজীক হত্যা কৰিবলৈ জাননী দিছে সেই কথা বুজি উঠিছিল। তাৰপিছতেই নীৰাই লৈছিল ভাৱিব নোৱাৰা এক সিদ্ধান্ত। নীৰাই নিজ স্বামীকেই দেশৰ স্বাৰ্থত, নেতাজীক ৰক্ষা কৰাৰ স্বাৰ্থত হত্যা কৰে। নীৰাই স্বামী শ্ৰী কান্তক হত্যাা কৰাৰ পাছতেই ব্ৰিটিছ প্ৰশাসনে তেওঁলোকৰ কৰ্মচাৰীক হত্যা কৰাৰ অপৰাধত নীৰাক যাৱজ্জীৱন কাৰাদণ্ড বিহে। নীৰা আৰ্যক কাৰাবাসৰ বাবে আন্দামানলৈ পঠিয়াই। বিভিন্ন প্ৰতিবেদন অনুসৰি নীৰাৰ ওপৰত প্ৰতিদিনেই অত্যাচাৰ চলিছিল। নীৰাক এটা সৰু কোঠালীত লোহাৰ শিকলিকে বান্ধি ৰখা হৈছিল। নেতাজীৰ সম্পৰ্কীয় তথ্য উলিয়াবৰ বাবে বিভিন্ন প্ৰলোভনো দিয়া হৈছিল নীৰাক।

কিন্তু কোনো প্ৰলোভনতেই ভুল যোৱা নাছিল নীৰা। দেশৰ প্ৰতি গভীৰ ভালপোৱা আৰু নেতাজীৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণে ব্ৰিটিছ চৰকাৰক কোনোধৰণৰ তথ্য প্ৰদান কৰা নাছিল নীৰাই। নীৰাক ব্ৰিটিছ চৰকাৰে তথ্য নিদিয়াৰ অপৰাধত অবৰ্ণনীয় শাস্তি বিহিছিল ব্ৰিটিছ সেনাই। শাস্তি বিহিবলৈ গৈ ব্ৰিটিছ সেনাই কাটি পেলাইছিল স্তন। কিন্তু সকলো শাস্তি সহ্য কৰিও নীৰা জীয়াই থাকিল। নীৰাৰ চকুত কাৰাগাৰৰ অন্ধকাৰতো উজ্বলিছিল এটাই সপোন, স্বাধীন ভাৰতৰ সপোন। এখন মুক্ত আকাশৰ সপোন। ১৯৮৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত নীৰা কাৰাগাৰৰ পৰা মুক্ত হয়।

কাৰাগাৰৰ পৰা ওলাই নীৰা স্বাধীন দেশৰ বাসিন্দা হয় যদিও নীৰাৰ সন্মুখত ৰৈ আছিল কেৱল একাকীত্বৰ জীৱন। সেই জীৱনত প্ৰাপ্তি আছিল কিন্তু কোনো ৰং নাছিল। কাৰাগাৰৰ পৰা ওলাই দুবেলা দুমুঠি নীৰাক দিবলৈ কাষত কোনো নাছিল। সেয়ে জীৱনৰ বাকীছোৱা কাল নীৰাই এগৰাকী পাচলি বিক্ৰেতা হিচাপেই পাৰ কৰে। হায়দৰাবাদৰ ফুটপাথত তেওঁ পাচলি বিক্ৰি কৰি ভাতমুঠি মোকলাই কোনোমতে জীয়াই আছিল। ১৯৯৮ চনত নীৰাই হায়দৰাবাদতেই মৃত্যুক আঁকোৱালি লয়। নীৰাই জীয়াই থকা সময়ত কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰিলে। মৃত্যুৰ পাছতো তেওঁ স্বাধীনতা সংগ্ৰামীৰ সেই স্বীকৃতিৰ পৰাও বঞ্চিত হৈ থাকিল। শেহতীয়াকৈ কানাড়া ছবিৰ পৰিচালক ৰূপা আইয়াৰে নীৰাৰ জীৱন কাহিনীক লৈ এখন ছবি কৰাৰ কথা ঘোষণা কৰিছে। এই ছবিত নীৰাৰ চৰিত্ৰত তেঁও নিজেই অভিনয় কৰিব বুলিও এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
Next Post
তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.