• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

3 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

7 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

8 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

9 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

12 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

13 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

14 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

15 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

16 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

17 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

editor by editor
July 28, 2023
in জীৱনশৈলী, ভাৰত
0
তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰ প্ৰদেশ সৰ্বাধিক এনকাউণ্টাৰ হোৱা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। তাৰেই এগৰাকী অফিচাৰেই কৰিছে ১৫০ টাতকৈ অধিক এনকাউণ্টাৰ। দুষ্কৃতিকাৰীৰ দমনৰ বাবে এই কঠোৰ পদক্ষেপ উত্তৰপ্ৰদেশৰ আইপিএছ বিষয়াগৰাকীৰ। তেওঁক দেখিলেই এতিয়া বুকু কঁপে অপৰাধীৰ। অপৰাধী বাদেই দেশৰ আৰক্ষীয়েও অন্য দৃষ্টিৰে চায় এইগৰাকী বিষয়াক। আইপিএছ অমিতাভ যশ এতিয়া এনকাউণ্টাৰৰ বাবেই দেশৰ পৰিচিত আৰক্ষী বিষয়া। যেতিয়াৰে পৰাই উত্তৰপ্ৰদেশত এনকাউণ্টাৰৰ ট্ৰেণ্ড গঢ়ি উঠিছে তেতিয়াৰে পৰাই আৰক্ষী বিষয়া অমিতাভ যশ চৰ্চিত নাম হৈ পৰিছে।

বিগত কেইমাহমান পূৰ্বে ভাইৰেল হোৱা উমেশ পাল হত্যাকাণ্ডত জড়িত ৭দুষ্কৃতিকাৰীৰ ভিতৰত এজনক এনকাউণ্টাৰ কৰিছিল অমিতাভেই। বিগত ২৪ ফেব্ৰুৱাৰীত ঘৰৰ কাষতেই গুলী কৰি হত্যা কৰা হৈছিল সমাজবাদী পাৰ্টীৰ বিধায়ক ৰাজু পালৰ হত্যাৰ একমাত্ৰ সাক্ষী উমেশক। এই হত্যাকাণ্ডত জড়িত এগৰাকী দুষ্কৃতিকাৰীক এনকাউণ্টাৰ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই।

উত্তৰপ্ৰদেশ আৰক্ষীৰ স্পেছিয়েল টাস্ক ফৰ্ছ বা এছটিএফৰ এডিজি পদত কৰ্মৰতক হৈ আছে অমিতাভ। উমেশ পাল হত্যাকাৰীক শাস্তি দিয়েই সংবাদ শিৰোনামলৈ আহিছিল অমিতাভ। সৰুৰে পৰাই অমিতাভৰ সৈতে খাকী পোছাকৰ খুবেই নিবিড় সম্পৰ্ক। কিয়নো তেওঁৰ পিতৃ ৰাম যশো আৰক্ষী বিভাগতেই কৰ্মৰত আছিল। বিহাৰৰ ভোজপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল অমিতাভে। পাটনাতেই পঢ়াশুনা কৰিছিল অমিতাভে। পাছলৈ দিল্লীৰ ষ্টিফেন্স কলেজৰ পৰা স্নাতক পাছ কৰে অমিতাভে। কলেজৰ পঢ়া শেষ কৰিয়েই অমিতাভৰ ঠিকনা হৈ পৰে আইআইটি কানপুৰ।

আইআইটি কানপুৰৰ পৰা ৰাসায়ন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লয় অমিতাভ যশে। ১৯৯৬ চনত আইপিএছ পাছ কৰে অমিতাভে। উত্তৰপ্ৰদেশৰ আইপিএছ অফিচাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে অমিতাভে। আৰক্ষী মানেই দুষ্টক দমন। পিতৃৰ পৰাই এই শিক্ষা লাভ কৰি আহিছে অমিতাভে। অমিতাভ যশে দায়িত্বভাৰ লোৱাৰ পাছতেই উত্তৰপ্ৰদেশত দুষ্কৃতিকাৰীৰ দৌৰাত্ম কমিবলৈ ধৰিছে।

একাধিক এনকাউণ্টাৰৰ সৈতে তেওঁৰ নাম জড়িত হৈ পৰিছে। তাৰমাজতেই অন্যতম এটা এনকাউণ্টাৰ হৈছে বিকাশ ডুবেৰ এনকাউণ্টাৰ। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত উত্তৰপ্ৰদেশৰ কুখ্যাত দুষ্কৃতিকাৰী বিকাশৰ মৃত্যু হৈছিল। এই ঘটনাক লৈ উত্তৰপ্ৰদেশ আৰক্ষী বিতৰ্কতো সোমাই পৰিছিল। বিভিন্ন সংবাদমাধ্যমে দাবী কৰা অনুসৰি ১৫০টাতকৈয়ো অধিক এনকাউণ্টাৰ কৰিছে অফিচাৰ অমিতাভে। ১৫০টাৰো অধিক এনকাউণ্টাৰ কৰিছে আইপিএছ অমিতাভে। ২০১৭ চনত যোগী ক্ষমতাত অহাৰ পাছতেই কুখ্যাত অপৰাধীৰ উদ্দেশ্যে, ‘ঠৌক দুঙ্গা’ নীতি অনা হৈছে উত্তৰপ্ৰদেশত। চিএমে এই নীতি লোৱাৰ পাছতেই এটাৰ পাছত আনটো এনকাউণ্টাৰ চলিছে উত্তৰপ্ৰদেশত। নিহত হৈছে কেইবাশতাধিক অপৰাধী। কিন্তু বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে এই এনকাউণ্টাৰ সঠিক নে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
Next Post
জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.