• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

3 years ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

57 minutes ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

2 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

3 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

3 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

4 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

14 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

14 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

15 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

15 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

editor by editor
July 30, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় হিন্দু মহিলা। প্ৰেমৰ টানতেই পাকিস্তান পালেগৈ হিন্দু মহিলা অঞ্জু। পাকিস্তানলৈ গৈয়েই ধৰ্ম পৰিবৰ্তন কৰি দীৰ্ঘদিনীয়া প্ৰেমিক নাছৰুল্লাৰ সৈতে বিয়াত বহে অঞ্জু। শেহতীয়াকৈ অঞ্জুৰ স্বামী তথা প্ৰেমিক নাছৰুল্লাহে কৰিছে বিশেষ পোষ্ট। পোষ্টটোৰ জৰিয়তে নাছৰুল্লাহে জনাইছে যে অচিয়েই অঞ্জুৱে লাভ কৰিব পাকিস্তানৰ নাগৰিকত্ব। ইয়াৰোপৰি থাকিবৰ বাবে অঞ্জুক প্ৰদান কৰা হ’ব ভূমিও। পাকিস্তানৰ পাখতুনখোয়াত অঞ্জুক দিয়া হ’ব ভূমি। অঞ্জুৰ নথিপত্ৰৰ পৰীক্ষা নিৰীক্ষা শেষ হ’লেই তেওঁক দিয়া হ’ব চাকৰিও। চাকৰিত জইন কৰিলেই মোটা অংকৰ ধন লাভ কৰিব অঞ্জুৱে।

এটা ব্যক্তিগত সংস্থাৰ মালিক আব্বাচিয়ে এই সন্দৰ্ভত কয়, ‘অঞ্জুক ২৭২ বৰ্গফুটৰ মাটি প্ৰদান কৰা হৈছে। ৫০ হাজাৰ পাকিস্তানী ৰুপিৰ ওপৰিও কিছু উপহাৰ প্ৰদান কৰিছো। পাকিস্তানত অঞ্জুক স্বাগতম জনাবলৈকে এই সমূহ আয়োজন।’ অঞ্জুৱে যাতে কোনো কাৰণতে তেওঁ ভাৰতৰ নিচিনা এখন দেশ এৰি আহিছো বুলি পস্তাবলগীয়া নহয় তাৰবাবেই এই সমূহ আয়োজন বুলিও জনাইছে পাকিস্তানী ব্যৱসায়ীজনে।

ইফালে অঞ্জুৰ প্ৰেমিক নাছৰুল্লাহে পাকিস্তানৰ এক স্থানীয় সংবাদমাধ্যমে জনোৱা অনুসৰি, ‘ভিছাৰ ম্যাদ শেষ হ’লেই অঞ্জু ভাৰতলৈ উভতি যাব। তাৰপৰাই সন্তানকেইটাক লৈ আকৌ পাকিস্তানলৈ উভতি আহিব। নাছৰুল্লাহে লগতে কয়, অঞ্জুৱে অচিৰেই পাকিস্তানৰ নাগৰিকত্ব লাভ কৰিব। আনহাতে অঞ্জুৱে এক সাক্ষাৎতকাৰত উল্লেখ কৰিছে যে তেওঁক লৈ ভুৱা বাতৰি প্ৰচাৰ হৈছে। তেওঁ বৰ্তমানলৈ বিয়াত বহা নাই। ধৰ্মও সলনি কৰা নাই। শীঘ্ৰেই তেওঁ ভাৰতলৈ উভতিব। অৱশ্যে কোন সঁচা কোন মিছা সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?
জীৱনশৈলী

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

August 1, 2026
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা
জীৱনশৈলী

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

August 1, 2026
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি
বিশ্ব

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

August 1, 2026
Next Post
কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.