• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

3 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

3 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

3 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

4 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

5 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

6 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

7 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

7 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

8 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

9 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

10 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

editor by editor
July 30, 2023
in ভাৰত, ৰাজনীতি
0
ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ
0
SHARES
561
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ বিয়া কেতিয়া কৰাব, এই প্ৰশ্নই লগ এৰা নাই ৰাহুল গান্ধীক। ৫৩ বছৰ বয়সত দেশৰ মষ্ট এলিজিবল বেচেলাৰ ৰাগা। ৰাজনীতিৰ বাকযুদ্ধৰ মাজত বাৰে বাৰে বিয়াক লৈ প্ৰশ্নৰ মুখামুখি হৈছে ৰাহুল। এইবাৰ ৰাহুল নহয় মাতৃ ছোনীয়া গান্ধীও সন্মুখীন হৈছে এই প্ৰশ্নৰ। পুত্ৰৰ বিবাহ কৰাবনে? কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক এই প্ৰশ্ন কৰিলে হাৰিয়ানাৰ এগৰাকী মহিলা কৃষকে। সম্প্ৰতি দিল্লীত ছোনিয়া গান্ধীৰ ঘৰলৈ আহিছিল হাৰিয়ানাৰ ছোনিপতৰ মহিলা কৃষকৰ এটা দল। তাতেই ছোনীয়া, ৰাহুল আৰু প্ৰিয়ংকা তিনিও উপস্থিত আছিল। ৰাহুল, ছোনীয়া, প্ৰিয়ংকাৰ সৈতে কৃষকৰ দলটোৱে কথা পতাৰ টুকুৰা টুকুৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। তাৰেই এটা ভিডিঅ’ত ছোনীয়া গান্ধীৰ কাষত বহি এগৰাকী মহিলা কৃষকে ৰাহুল সম্পৰ্কত প্ৰশ্ন কৰিছে যে ৰাহুলে বিয়া কেতিয়া কৰাব। সোনকালে পাত্ৰী চাই ৰাহুলক বিয়া পাতি দিব লাগে।

ছোনীয়াই তেতিয়া লাজুক হাঁহি মাৰি কয় যে আপোনালোকে ৰাহুললৈ পাত্ৰী চাওক। কেৱল মহিলা কৃষকৰ দলটোৱেই নহয়, পাটনাত বিৰোধীৰ দলীয় বৈঠকত ৰাজনৈতিক আলোচনাৰ মাজতেই আৰজেডি প্ৰধান লালুপ্ৰসাদ যাদৱেও ৰাহুলক বিবাহৰ পৰামৰ্শ দিছিল। লালুৰ কথা শুনিয়েই সেই মিটিঙৰ গুৰুগম্ভীৰ পৰিবেশত হাঁহিৰ কোঢ়াল বিয়পি পৰে। ৰাহুলক উদ্দেশ্য কৰি লালুপ্ৰসাদ যাদৱে কয়, ‘ৰাহুলে এইবাৰ বিয়া কৰাই ল’ব লাগে। এতিয়া বিয়াৰ বয়স বৰ বেছি পাৰ হৈ যোৱা নাই। আমাৰ কথা শুনা। বিয়াখন পাতিয়েই লোৱা।’ ইয়াৰোপৰি লালুপ্ৰসাদ যাদৱে কয়, ‘তোমাৰ মায়েও মোক কৈছিল তুমি তেওঁৰ কথা নুশুনা। বিয়াৰ বাবে তেৱেই মোক ক’বলৈ কৈছে। তোমাৰ বিয়াত আমি বৰযাত্ৰী হৈ যাম বুলি আশা কৰি আছো।’

ৰাহুলৰ বিবাহক লৈ মাজে মাজে আলোচনা হৈয়েই থাকে। ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তো এই প্ৰশ্নৰ মুখামুখি হৈছিল ৰাহুল। সকলো সময়তেই এই প্ৰশ্ন শুনিলে কেৱল এটা মিছিকিয়া হাঁহিৰে সম্ভাষণ জনায়। কেতিয়াবা উপায়হীন হৈ ৰাহুলে উত্তৰ দিয়ে যে তেওঁৰ জীৱনত তেনে বিশেষগৰাকীক বিচাৰি পোৱা নাই। কেনে পাত্ৰী পছন্দ ৰাগাৰ সেই কথাও বহুবাৰ জনাইছে ৰাহুলে। ৰাহুলে এই সন্দৰ্ভত কৈছিল, ‘মন পছন্দৰ পাত্ৰী পালেই বিয়া কৰাম।’ আকৌ এবাৰ এক সাক্ষাৎকাৰত ৰাহুলে কৈছিল, ‘মই এনে এগৰাকী সংগী বিচাৰো যাৰ মাজত মই মোৰ মা ছোনীয়া গান্ধী আৰু আইতা ইন্দিৰা গান্ধীৰ গুণসমূহ দেখা পাও।’

উল্লেখ্য যে এইবাৰ হাৰিয়ানাৰ মহিলা কৃষকসকলে ৰাহুলৰ বিবাহক লৈ ছোনীয়া গান্ধীকেই প্ৰশ্ন কৰিছে। হাৰিয়ানাৰ মহিলা কৃষকৰ সৈতে কটোৱা মুহূৰ্তৰ কথা নিজেই টুইট কৰিছে ৰাহুলে। এটা ভিডিঅ’ টুইট কৰিছে তেওঁ। সেই ভিডিঅ’তেই এইসমূহ মুহূৰ্ত আছে। ৰাহুলৰ পৰিয়ালক সেই মহিলাসকলে ঘৰতে তৈয়াৰ কৰা ঘীঁ, লাচি, ঘৰতে তৈয়াৰ কৰা আঁচাৰ উপহাৰ দিছে। ৰাহুলক আনকি খাদ্যও খোৱাই দিছে মহিলাকেইগৰাকীয়ে। এই দৃশ্যও দেখা পোৱা গৈছে ভিডিঅ’টোত। জি, এছ টি, নাৰীশক্তিক লৈয়ো কথা পাতিছে ৰাহুলে। ৰাহুলে সেই মহিলাসকলক উদ্দেশ্যি কৈছে, ‘দেশৰ মহিলাসকলৰ স্বনিৰ্ভৰ হ’ব লাগে।’ কিন্তু এইসমূহৰ মাজতেই ছোনীয়া গান্ধীক ৰাহুলৰ বিয়াকলৈ কৰা প্ৰশ্নইহে দৃষ্টি কাঢ়িছে বহুতৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.