• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

3 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

19 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

editor by editor
July 30, 2023
in অসম, ভাৰত, ৰাজনীতি
0
শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমৰ্থন কৰিবলৈ গৈ ন-কংগ্ৰেছী তথা প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই লাভ জেহাদৰ নতুন ব্যাখ্যা দাঙি ধৰিলে। ৰামায়ন, মহাভাৰতৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘ৰামৰো ভুল হৈছিল যাৰবাবে সীতা বনবাস লৈ যাব লগা হৈছিল। যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিল।’

ইয়াৰোপৰি ভূপেন বৰাৰ সমৰ্থনত আৰ পি শৰ্মাই কয়, ‘শ্লিপ অৱ টাং কাৰ নহয়? ৰামৰো ভুল হৈছিল, যুধিষ্ঠিৰৰো ভুল হৈছিল। আমি মানুহহে ভগৱান নহয়।
ভূপেন বৰাই ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে, সমাজে মানিও ল’লে। লাভ জেহাদ অৰ্থ কোনেও ভালদৰে নাজানে। মুখ্যমন্ত্ৰীয়েও ৰাজনীতিৰ বাবেই লাভ জেহাদৰ অৰ্থ ভালদৰে নুবুজে। মই আৰএছ এছ কৰি কোৰাণ, গীতা, বাইবেল সকলো পঢ়িছো। ৰমজানৰ সময়ত মই কোৰাণ পঢ়ো। বিজেপিত চতুৰ্থ, পঞ্চম শ্ৰেণীলৈকে পঢ়া বহু জ্ঞানীলোক আছে। তেওঁলোকে যদি এই কথা বুজা নাই আমি কি কৰিম। মোদীয়েও ছোনীয়া গান্ধীক বিদেশী গাই বুলি কৈছিল। ৰাহুল গান্ধীকো জাৰ্চী গাইৰ পোৱালী বুলি কৈছিল মোদীয়ে। ৰাহুল গান্ধীয়ে ৭-৮ বছৰ ধৰি একো এটা মাত মতা নাই। ক্ষমা কৰাৰ শক্তি ৰাহুল গান্ধীৰ আছে, সেয়ে তেওঁ গ্ৰেট মেন।’

আৰ পি শৰ্মাই লগতে কয়, ‘ভুল মুখ্যমন্ত্ৰীয়েও কৰে কিন্তু ক্ষমা খুজে জানো? বিজেপিয়ে অকল ধৰ্মৰ ৰাজনীতিহে কৰে। হিন্দু মুছলমান কৰি চিবিআই, ইডিৰ ভয় খুওৱাই শাসনলৈ আহিব খুজিছে বিজেপিয়ে। এইবোৰত ৰাইজ অতিষ্ঠ হৈছে। বাজপেয়ীৰ সময়ত লাভ জেহাদ নাছিল মোদীৰ সময়তহে লাভ জেহাদ হৈছে। কোৰাণ ভালদৰে পঢ়িলেহে জেহাদ কি বুজিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
Next Post
শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’

ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, 'ডাঙৰ হৈ মই সিঁহতক নেৰো!’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.