• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

3 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

6 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

6 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

7 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

7 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

9 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

9 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

10 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

11 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

11 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

13 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব

editor by editor
July 30, 2023
in বিবিধ, ভাৰত, লেখা
0
শাওন মাহত এই ৭টা ধৰণ মানি বেলপাত আগবঢ়ালেহে সুফল পাব! নিয়ম নমনাকৈ বেলপাত অৰ্পণ কৰিলে কোনো লাভালাভ আপুনি নাপাব
0
SHARES
397
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ মাহাত্ম্য আছে। সেই কাৰণেই শাওন মাহত মহাদেৱৰ বিশেষ আৰাধনা কৰে ভক্তসকলে। শাওন মাহত মহাদেৱক ভক্তি আৰু নিষ্ঠা সহকাৰে পুজা কৰিলে মনৰ সকলো ইচ্ছা পূৰ্ণ হয়। শাস্ত্ৰ অনুসৰি দেবাদিদেৱৰ প্ৰিয় সামগ্ৰী এই মাহতেই তেওঁক আগবঢ়াব লাগে। দেৱাদিদেৱৰ প্ৰিয় সামগ্ৰী এবিধ হৈছে বেলপাত। শাওণ মাহত সেয়ে শিৱক বেলপাত অৰ্পণ কৰিব লাগে। কোৱা হয় যে, বেলপাত শিৱ পাৰ্বতীসহ বহু দেৱতাৰেই বাসস্থান। শাওন মাহত বেলপাতৰ সেয়ে বিশেষ মাহাত্ম্য আছে।

মহাদেৱক বেলপাত নিবেদন কৰাৰ নিয়ম
১) শাস্ত্ৰ অনুসৰি মহাদেৱক ৩ৰ পৰা ১১খনকৈ বেলপাত নিবেদন কৰাটো শুভ।
২) বেলপাত নিবেদন কৰাৰ সময়ত মনত ৰাখিব লাগে যে পাতৰ কোমল অংশটোহে শিৱলিংগৰ গাত দিব লাগে।
৩) জ্যোতিষ শাস্ত্ৰ অনুসৰি সোমবাৰ হ’ল শিৱৰ দিন। কিন্তু মহাদেৱক নিবেদন কৰাৰ বাবে সোমবাৰে কেতিয়াও গছৰ পৰা বেলপাত ছিঙিব নালাগে। সোমবাৰে নিবেদন কৰিবলৈ হ’লে আগদিনাই বেলপাত ছিঙি থব লাগে।
৪) শিৱ পুৰাণ অনুসৰি এখন বেলপাতেই মহাদেৱক একাধিকবাৰ নিবেদন কৰিব পাৰে। যদি সদায়ে বেলপাত নাপায় তেন্তে আগতে নিবেদন কৰা বেলপাত পানীৰে ধুই আকৌ নিবেদন কৰিব পাৰে।
৫) শাস্ত্ৰ অনুসৰি শিৱলিংগত দিয়াৰ সময়ত বেলপাত কেতিয়াও ফলা বেলপাত নিদিব। ফলা বেলপাত দিলে আপুনি একো ফল লাভ নকৰিব।
৬) সোমবাৰৰ ওপৰিও চতুৰ্থ, অষ্টম, নৱম, অমাবস্যা আৰু সংক্ৰান্তিত বেলপাত কেতিয়াও নিচিঙিব।
৭) বেলপাত ছিঙি আনি কেতিয়াও টুকুৰা টুকুৰকৈ কাটি নষ্ট নকৰিব। বেলগছ কাটি পেলোৱাও অত্যন্ত অশুভ বুলি কোৱা হয়। বেলগছ কাটিলে মহাদেৱৰ ৰোষত পৰি ব্যক্তিজনৰ জীৱনলৈ নানান সমস্যা আৰু সংকট আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?
বাণিজ্য

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
Next Post
ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, ‘ডাঙৰ হৈ মই সিঁহতক নেৰো!’

ক্লান্ত মণিপুৰবাসী, ক্লান্ত নিৰাপত্তাৰক্ষীও, শিশুৱে ক’লে, 'ডাঙৰ হৈ মই সিঁহতক নেৰো!’

অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.