• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

3 years ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

38 minutes ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

1 hour ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

2 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

2 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

3 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

4 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

16 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

17 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

17 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

18 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

18 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই

editor by editor
July 31, 2023
in উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
অস্থিৰ মণিপুৰ! ভাৰতীয় ফুটবলাৰৰ ঘৰো ভাঙি পেলালে দুৰ্বৃত্তই, সপোন ভঙাৰ বেদনা সামৰি কি ক’লে ফুটবলাৰ চিঙ্গলছানাই
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰ পূবৰ ৰাজ্য মণিপুৰত বিগত ৩মাহ ধৰি জ্বলি আছে হিংসাৰ দাৱানল। কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজতেই জাতি হিংসাৰ জুই জ্বলি আছে সমগ্ৰ মণিপুৰত। বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসা কমাৰ সলনি দিনকদিনে বৃদ্ধি পাইছে। এই গোষ্ঠী হিংসাত এতিয়ালৈকে ১৫০ জনে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কেইবা হাজাৰো লোক। এই হিংসাৰ বাবেই প্ৰতিদিনেই মণিপুৰত জ্বলি আছে এখনৰ পাছত আনখন ঘৰ।

জ্বলাই দিয়া হ’ল নেশ্ব্যনেল ফুটবলাৰ চিঙ্গলছানাৰ ঘৰ
এই জাতি হিংসাতেই কেইবা হাজাৰ মানুহে নিজা ঘৰ ত্যাগ কৰি শিবিৰত আশ্ৰয় লৈছে। ভাৰতীয় ফুটবলাৰ চিঙ্গলছানা সিঙো এই হিংসাৰ জুইত বিপৰ্যস্ত হৈ পৰিছে। তেওঁৰ ঘৰত জুই লগাই দিলে দুৰ্বৃত্তই। কেৱল ফুটবলাৰগৰাকীৰ ঘৰতেই নহয় সমগ্ৰ গাঁওখনেই জ্বলাই দিলে দুৰ্বৃত্তই। ফুটবলাৰগৰাকীৰ পৰিয়ালে যেনেতেনে ঘৰ এৰি পলাই আহিবলৈ সক্ষম হোৱা বুলি জনাইছে মণিপুৰৰ এক স্থানীয় সূত্ৰই। এই ঘটনাৰ সময়ত চিঙ্গলছানা সিঙে হায়দৰাবাদৰ এফ ছি ক্লাবৰ বিৰুদ্ধে কেৰালা কোঝিকোড়ৰ হৈ খেলত ব্যস্ত আছে। চিঙ্গলছানা সিঙৰ পৰিয়ালে চূড়াচান্দপুৰ জিলাৰ খুমুজামা এলেকাত বাস কৰিছিল।

কি কৈছে চিঙ্গলছানাই?
সম্প্ৰতি মণিপুৰৰ এই হিংসাক লৈ চিঙ্গলছানাই মুখ খুলিছে। এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত ফুটবলাৰগৰাকীয়ে কয়, ‘মই খবৰ পালো মোৰ ঘৰ জ্বলাই দিছে। ইয়াৰোপৰি চূড়াচান্দপুৰত আমি যি ফুটবল টাৰ্ফ বনাইছিলো সেয়াও জ্বলাই দিয়া হ’ল। এই ঘটনাৰ খবৰ পাই মন ভাঙি পৰিছে। স্থানীয় ফুটবলাৰসকলক লৈ সপোন দেখিছিলো। মণিপুৰৰ পৰা আৰু নতুন নতুন ফুটবলাৰ ওলিয়াই অনাৰ কথা ভাৱিছিলো। কিন্তু সেই সপোনকেই জ্বলাই দিলে। সৌভাগ্যক্ৰমে মোৰ পৰিয়ালৰ লোক পলাই হাৰিছে। তেওঁলোকক আৰক্ষীয়ে উদ্ধাৰ কৰি শিবিৰলৈ লৈ যোৱা বুলি খবৰ লাভ কৰিছো।’ এই হিংসাৰ খবৰক লৈ চিন্তিত হৈ পৰা বুলিও সাক্ষাৎকাৰটোত জনাইছে ফুটবলাৰগৰাকীয়ে। তেওঁ পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও সাক্ষাৎকাৰত বহা পৰ্যন্ত পৰিয়ালৰ লোকৰ সৈতে কথাবাৰ্তা হোৱা নাই বুলিও জনাইছে ফুটবলাৰগৰাকীয়ে।

২০২১ চনত ভাৰতীয় ফুটবল দলত সুযোগ লাভ কৰিছে চিঙ্গলছানাই
২৭বছৰীয়া খেলুৱৈ চিঙ্গলছানাই টিম ইণ্ডিয়াৰ হৈ বৰ্তমানলৈকে ১১খন মেচ খেলিছে। চিঙ্গলছানা এজন ডিফেণ্ডাৰ আৰু তেওঁ চেণ্টাৰ বেক পজিছনত খেলিছিল। ২০২১ চনৰ ২৫ মাৰ্চক মালদ্বীপৰ বিৰুদ্ধে এখন আন্তৰ্জাতিক মেচো খেলিছে চিঙ্গলছানাই। কিন্তু নিজা জন্মস্থানৰ এই পৰিবেশে চিঙ্গলছানাক মানসিকভাৱে ভাঙি পেলাইছে। যাৰবাবে ফুটবলাৰগৰাকীয়েও এই হিংসাৰ সমাধান বিচাৰিছে কেন্দ্ৰৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

April 19, 2026
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

April 19, 2026
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
Next Post
ভাৰত নে পাকিস্তান! মুছলমান জনসংখ্যাৰ নিৰিখত কোন দেশ আগবাঢ়ি আছে?

ভাৰত নে পাকিস্তান! মুছলমান জনসংখ্যাৰ নিৰিখত কোন দেশ আগবাঢ়ি আছে?

কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?

কোটি কোটি মহিলালৈ ভাল খবৰ! ১.৩৩ কোটি মহিলালৈ ফ্ৰী স্মাৰ্টফোন, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.