• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

3 years ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

10 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

2 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

3 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

8 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

17 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

17 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

18 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

19 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

editor by editor
July 30, 2023
in জীৱনশৈলী, ভাৰত
0
কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন
0
SHARES
772
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰক্ষী আৰু প্ৰশাসনৰ নিৰ্দেশত ঘৰৰ পৰা ওলাব নোৱাৰে। ভাৰতলৈ পলাই আহি বিপদত এতিয়া সীমা। খাবলৈ নাই, হাতত কামো নাই, সাঁচতীয়া টকাও প্ৰায় শেষ। অনবৰতে ইউটিউবাৰ, সংবাদমাধ্যমে ঘৰত ভীৰ কৰি থাকে। মহা-সমস্যাত পৰিছে সীমা-শচীন। শচীন-সীমাৰ ঘৰত হোৱা সংবাদমাধ্যম ইউটিউবাৰৰ ভীৰৰ বাবেই ভাড়াঘৰৰ মালিকেও ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে।

গ্ৰেটাৰ নয়ডাৰ বিশেষ ভাড়াঘৰটো এৰি আন এটা ভাড়াঘৰ লৈছে শচীন-সীমাই। ঘৰ সলনি কৰিলেও আৰক্ষীৰ চোকা নজৰত আছে সীমা-শচীন। গৃহবন্ধি কৰি ৰখা হৈছে সীমা-শচীনৰ পৰিয়ালটোক। শচীনৰ পিতৃ নেত্ৰপালে সংবাদ মাধ্যমৰ সন্মুখত দিছে বিশেষ সাক্ষাৎকাৰ। পিতৃয়ে কয়, ‘আমি এদিনৰ সাঁজ এদিন কাম কৰিলে আহে। দিনহাজিৰা কৰিয়েই খাওঁ আমি। কিন্তু আৰক্ষীৰ নিৰ্দেশত এতিয়া আমি ঘৰৰ পৰা ওলাব নোৱাৰো। গৃহবন্দী হৈ থকাৰ বাবে আমাৰ ঘৰত এতিয়া খাবলৈকো নাই। পৰিস্থিতি খুবেই বেয়া, আমি নাখায় নাখায় জীৱনত্যাগ কৰিব লগাকৈ অৱস্থা শোচনীয় হৈ পৰিছে।’

পিতৃ নেত্ৰপালে সংবাদমাধ্যমকো আৰ্জি কৰিছে যে, যিমানপাৰে সিমান সোনকালে এই সমস্যাৰ সমাধান ওলালে আমাৰ বাবে ভাল হয়। দ্ৰুত সমাধানৰ বাবে ৰাজ্য চৰকাৰক তেওঁ সংবাদমাধ্যমৰ জড়িয়তে আৰ্জি কৰিছো। শচীনৰ পিতৃয়ে লগতে কয় যে, ‘ঘৰবন্দী হোৱাৰ ফলত ঘৰত যি খাদ্যবস্তু আছিল সকলো শেষ। আমি নাখায় মৰিব লগা অৱস্থা। আমাক জীয়াই থাকিবলৈ এইখিনি কৰি দিয়ে নথৈ কৃতজ্ঞ হম।’

উল্লেখ্য যে, সীমাক লৈ এতিয়াও তদন্ত অব্যাহত ৰাখিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে। সীমা পাকিস্তানৰ স্পাই নেকি বুলি বহুতেই সন্দেহো প্ৰকাশ কৰি আহিছে, ইতিমধ্যে সীমাৰ সকলো নথি পাকিস্তানী দূতবাসত পৰীক্ষাৰ বাবে পঠোৱা হৈছে। ইয়াৰোপৰি গাজিয়াবাদ ফৰেন্সিক লেবলৈ সীমাৰ মোবাইল পঠোৱা হৈছে। পাকিস্তান দূতবাস আৰু গাজিয়াবাদৰ ফৰেন্সিক লেবৰ পৰা ৰিপৰ্ট পালেই সকলোবোৰ স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
Next Post
ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

ৰাহুল গান্ধীৰ বিয়াৰ দিন কেতিয়া ঠিক কৰিছে? মাতৃ ছোনীয়াৰ সন্মুখত লাজুক হাঁহি ৰাহুলৰ, মাতৃ ছোনীয়াই কৃষক মহিলাক উত্তৰ দিলে সকলো কথাৰ

শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

শ্লিপ অৱ টাং কাৰ নহয়? যুধিষ্ঠিৰৰো ভুল হৈছিল, স্বৰ্গলৈ যাঁওতে নৰকত উপস্থিত হৈছিল। মহাভাৰতৰ যুদ্ধ জেহাদে আছিলঃ আৰ পি শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.