• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ

‘নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ

3 years ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

25 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

1 hour ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

4 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

19 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

19 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

20 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

20 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

‘নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ

editor by editor
July 28, 2023
in উত্তৰ-পূব, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘নাৰীক সন্মান কৰিব নজনা শাসকীয় দলৰ সৈতে থাকি মই লাজ পাইছো!’ মণিপুৰৰ ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ পদত্যাগ
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰৰ ঘটনাৰ দোহাই দি বিজেপি নেতাৰ পদত্যাগ। বিহাৰৰ বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য বিনোদ শৰ্মাই পদত্যাগ কৰিছে বিজেপি দলৰ পৰা। ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। পদত্যাগৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীত মণিপুৰৰ ঘটনাক লৈ তীব্ৰ আক্ৰমণ কৰিছে বিনোদ শৰ্মাই। মণিপুৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে বিজেপি চৰকাৰ দায়ী বুলি মন্তব্য কৰিছে বিনোদ শৰ্মাই।

বিনোদ শৰ্মাই নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্টাৰ। সেই পোষ্টাৰত লিখিছে, ‘মান্যবৰ নাড্ডা ডাঙৰীয়া, মোদী চৰকাৰে ভাৰতত বেটি বাচাও বেচি পঢ়াও, শ্বেম অন ইণ্ডিয়া আদি শ্লোগান আনিছে। কিন্তু এইখন দেশৰেই মণিপুৰত দুগৰাকীকৈ নাৰীক বিবস্ত্ৰা কৰাই পদপথত ঘূৰাই ফুৰোৱা হৈছে। এই ঘটনাক লৈ বিশ্বই আজি ঘৃণা কৰিছে এই দেশক। বিশ্বৰ সন্মুখত ভাৰতবৰ্ষ লজ্জিত হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙো এই ঘটনাৰ বাবে দায়ী। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কিয় একো মাত মতা নাই? এনে নেতৃত্বৰ সৈতে কাম কৰি মই নিজেই লজ্জিত হৈছো। সেয়ে মই বিজেপিৰ সকলো পদৰ পৰা ইস্তাফা দিছো।’

ইয়াৰোপৰি বিনোদ শৰ্মাই কয় যে, মণিপুৰৰ ঘটনাক লৈ বিশ্ববাসী চিন্তিত হৈছে যদিও প্ৰধানমন্ত্ৰী আজিও গভীৰ নিদ্ৰাত আছে। এতিয়াও প্রধানমন্ত্ৰীয়ে এন বীৰেণ সিঙক মুখ্যমন্ত্ৰীৰ পদত ৰাখি থৈ মণিপুৰৰ জনতাক দুৰ্ভাৱনালৈ ঠেলি দিছে। দেশৰ সমূহ জনতাৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেও বিষয়টোত শাসকদলৰ পৰা জৱাব বিচাৰিছে কিন্তু একো জৱাব নাই মোদীৰ হাতত। এনে শাসকীয় দলৰ লগত থকাটোৱেই এতিয়া লাজৰ কথা বুলি প্ৰকাশ কৰিছে বিজেপি নেতাজনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #manipur violenceassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Next Post
নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

তেওঁৰ নাম ল’লেই অপৰাধীয়ে সলসলাই স্বীকাৰ কৰে অপৰাধ! যোগী চৰকাৰৰ বিশেষ দাবাং অফিচাৰ অমিতাভ যোশীৰ এইকেইটা কথাই কঁপায় দুষ্কৃতিকাৰীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.