• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

3 years ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

41 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

8 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

editor by editor
August 26, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৱশেষত ভাৰাতীয়া সৈন্যৰ প্রধান মুৰব্বী য়েভগেনিৰ মৃত্যুক লৈ মুখ খুলিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে য়েভগেনিৰ মৃত্যুৰ ২৪ ঘণ্টা পাছত মুখ খুলিছে। কেনেকৈ তেওঁৰ জেটখন দুৰ্ঘটনাত পতিত হৈছিল সেই কথাও প্ৰকাশ কৰিছে পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত কয়, ‘য়েভগেনি এজন লেখত ল’বলগীয়া যুদ্ধা আছিল। কিন্তু সুনিপুন যুদ্ধাৰো ভুল হয়। তেঁৱো জীৱনত ডাঙৰ কেইটামান ভুল কৰিলে।’

জেটখনত থকা ১০ জন ব্যক্তিৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি পুটিনে। বুধবাৰে সন্ধিয়া মস্কোৰ উত্তৰ-পশ্চিমাঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে। সমগ্ৰ বিশ্বজুৰি এই দুৰ্ঘটনাৰ চৰ্চা চলিলেও পুটিনে কিন্তু বিষয়টোক লৈ কোনোধৰণৰ মন্তব্য কৰা নাছিল। য়েভগেনিৰ বিমান দুৰ্ঘটনা হোৱাৰ পাছতেই নানান গুজৱ আৰম্ভ হৈছে। ইয়াৰ মাজতেই বিমানখন কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল? কিমানগৰাকী যাত্ৰী এই বিমানত আছিল সমূহ কথাই আলোচনাৰ আওতালৈ আহিছে। বৃহস্পতিবাৰে এই ঘটনাক লৈ পেণ্টাগনৰ মুখপাত্ৰই এখন সংবাদমেল সম্বোধন কৰিছিল। তেওঁ এই দুৰ্ঘটনা সন্দৰ্ভত কৈছিল, ‘বিমান দুৰ্ঘটনাই এজন সুদক্ষ যুদ্ধাক আমাৰ মাজৰ পৰা কাঢ়ি নিলে।’

বিমানখন টিভৰ যি এলেকাত দুৰ্ঘটনাত পতিত হৈছে সেই এলেকাৰ স্থানীয় বাসিন্দাসকলে কয় যে, বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে এটা বিকট শব্দ হৈছিল। ৰাছিয়াৰ বিভিন্ন সংবাদমাধ্যমেও প্ৰকাশ কৰা মতে এই বিমানত বোমা আছিল। আৰু সেই বোমা বিষ্ফোৰণ হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।’ এজন মাৰ্কিন সেনাই এই সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কৈছে যে, এয়া সাধাৰণ দুৰ্ঘটনা নহয়। য়েভগেনিয়ে যাত্ৰা কৰা বিমানখনত বিস্ফোৰক পদাৰ্থ আছিল, হয়তো বোমা আছিল। এই বোমাৰ বিস্ফোৰণতেই য়েভগেনিৰ মৃত্যু হৈছে। এই সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছে। কিন্তু কি কাৰণত এনেকৈ হত্যা কৰা হ’ল সেয়া আমি নাজানো।’

প্ৰিগোজিনৰ মৃত্যু সম্পৰ্কে এটা চেনেলে আন এক সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে। তেওঁলোকৰ মতে, ৰাছিয়াৰ এণ্টি-এয়াৰক্ৰাফ্ট বাহিনীয়ে জেটখন গুলীবৰ্ষণ কৰিছিল।’ কিন্তু সেয়া এতিয়াও নিশ্চিত নহয়। এই সন্দৰ্ভত কোনো তথ্যও এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মস্কোৰ শ্বেৰেমেটিয়েভো বিমানবন্দৰৰ পৰা য়েভগেনিয়ে যাত্ৰা কৰা বিমানখনে উৰণ আৰম্ভ কৰিছিল। বিমানখনে ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ উৰা মাৰিছিল। য়েভগেনিৰ মৃত্যুৰ পাছতেই তেওঁলোকে উৰণ আৰম্ভ কৰা এয়াৰপৰ্টৰ গ্ৰাউণ্ড ষ্টাফসকলকো সোধা-পোছা অব্যাহত ৰখাৰ লগতে চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে। প্ৰিগোজিন য়েভগেনিয়ে ৰাছিয়াৰ ভাৰাতীয়া সৈন্যৰ সংগঠন ৱাগনাৰ গ্ৰুপৰ মুৰব্বী আছিল। তেওঁ এসময়ত পুটিনৰো অতি ঘনিষ্ঠ আছিল। কিন্তু বিগত জুন মাহত ৰাছিয়াত হোৱা এটা বিদ্ৰোহৰ পাছতেই য়েভগেনিৰ সৈতে পুটিনৰ সম্পৰ্কত ফাঁট মেলে।

তেওঁৰ এসময়ৰ ঘনিষ্ঠ ব্যক্তি য়েভগেনিৰ মৃত্যুক লৈ পুটিনে একো মন্তব্য নকৰাক লৈ বহুতেই সামাজিক মাধ্যমত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছিল। এই দুৰ্ঘটনা সংগঠিত হোৱাৰ পিছদিনাই পুটিনে ব্ৰিকছ সন্মিলনত ভাগ ল’বলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হয়। কিন্তু এই সন্মিলনৰ পাছত হোৱা সংবাদমেলত এই দুৰ্ঘটনাক লৈ কোনো মন্তব্য নকৰিলে পুটিনে। পুটিনে মন্তব্য নকৰাক লৈ সমালোচনা আকৌ বৃদ্ধি পালে। তাৰপিছতেই তেওঁ মুখ খুলিবলৈ বাধ্য হৈ পৰিল। শেহতীয়াভাৱে তেওঁ এই দুৰ্ঘটনাক লৈ কয়, ‘নিহত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। প্ৰাথমিক তদন্তত আমি গম পাইছো যে এয়া এক দুৰ্ঘটনাই। য়েভগেনিয়ে আমাক বহু কিবাকিবি দিছে। তেওঁ এজন সুদক্ষ যোদ্ধা। আমাৰ ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত তেওঁ বহু অৱদান আগবঢ়াই গৈছে।’

পুটিনৰ সৈতে এসময়ৰ ঘনিষ্ঠ য়েভগেনিৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি এটা অভিযোগ আহিছিল। য়েভগেনিয়ে ইউক্ৰেইন সেনাক সহায় কৰি ৰুছ সেনাক প্ৰতাৰণা কৰিছে। বিগত ২০২২ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধত পুটিনক সকলোপ্ৰকাৰে সহায় কৰি আহিছিল য়েভগেনিয়ে। পুটিনে তেওঁৰ অৱদানৰ কথা সোঁৱৰি কয়, ‘য়েভগেনিক মই ৯০ ৰ দশকৰ পৰাই চিনি পাও। তেওঁ অতি কষ্টেৰে আজিৰ এই অৱস্থা পাইছিল। মই এজন ৰাষ্ট্ৰপতি হিচাপে নহয় তেওঁৰ বন্ধু হিচাপে এই কথা ক’ব খোজো যে তেওঁ জীৱনত এটা গুৰুতৰ ভুল কৰিছিল। মোৰ আৰু তেওঁৰ লক্ষ্য একে আছিল যদিও তেওঁ হঠাতেই মোক বিশ্বাসঘাতকতা কৰিলে।’

প্ৰিগোজিন য়েভগেনিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিবলৈ গৈ বিদ্ৰোহৰ প্ৰসংগও টানি আনে পুটিনে। উল্লেখ্য যে, প্ৰিগোজিন আৰু তেওঁৰ সশস্ত্ৰ যোদ্ধাই বিগত দুমাহ পূৰ্বে বিদ্ৰোহ ঘোষণা কৰিছিল। তেতিয়াই মি পুটিনে তেওঁৰ কৰ্মকাণ্ডক ‘বিশ্বাসঘাতকতা’ আৰু ‘পিঠিত ছুৰিকাঘাত’ কৰা বুলি কৈছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ৰাছিয়াৰ ফৰেনছিক বিশেষজ্ঞসকলে নিহতৰ পৰিচয় চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। পুটিনে এই সন্দৰ্ভত কয়,’ডিএন এ পৰীক্ষা কৰিবলৈ সময় লাগিব।’

ৰাছিয়াৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মতে, এই বিমানখনত ৱাগনাৰৰ সহ-প্ৰতিষ্ঠাপক ডিমিত্ৰী উটকিন, ৱাগনাৰৰ বিত্ত বিভাগ ভেলেৰী চেকালোভও বিমানত আছিল। বিমানখনত থকা ৭জন লোকৰ ভিতৰত তিনিজন ক্ৰু সদস্যও আছিল বুলি প্ৰকাশ কৰিছে বিমান কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন
বাণিজ্য

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

October 8, 2026
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
Next Post
শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে 'দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.