• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

3 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

4 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

5 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

6 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

7 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

8 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

8 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

9 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

10 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

10 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

11 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

editor by editor
August 30, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত এই মুহূৰ্তত আটাইতকৈ চৰ্চিত অভিনেত্ৰী হৈ পৰিছে অমিশা পেটেল। অমিশা পেটেল চৰ্চালৈ অহাৰ প্ৰধান কাৰণ হৈছে গদৰ-২ৰ সাফল্য। ২০০১ চনত মুক্তিলাভ কৰিছে অনিল শৰ্মা পৰিচালিত গদৰ-২য়ে। প্রথম ছবিৰ মুক্তিৰ ২২ বছৰ পাছত ১১ আগষ্টত মুক্তি লাভ কৰিছে গদৰ-২য়ে। প্রথম সপ্তাহতেই ছবিখনে বক্স অফিচত ১০০ কোটিৰ সীমা পাৰ কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় সপ্তাহত ৩০০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। তৃতীয় সপ্তাহত ছবিখনে প্ৰায় ৫০০ কোটিৰ সীমা প্ৰায় চুইছেগৈ। বক্স অফিচৰ হিচাপত শ্বাহৰুখৰ পাঠান, আমিৰ খানৰ দঙ্গল আৰু ছলমান খানৰ বজৰংগী ভাইজান, কেজিএফ-২ ৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে গদৰ-২য়ে।

গদৰ-২ ৰ সফলতাই আত্মবিশ্বাস ওভতাই দিছে অমিশা পেটেলকো। বলীউডৰ পৰা প্ৰায় আঁতৰি যোৱা অমিশাই এই ছবিৰ পাছতেই বলীউডত পুনৰ কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছে। গদৰ-৩ ও পুনৰ নিৰ্মাণ কৰিব নেকি পৰিচালকে? এই ছবিত আকৌ এবাৰ অমিশাক দেখা যাব নেকি? এইসমূহ কথাৰ উত্তৰ দিছে অমিশাই। ‘গদৰ’ৰ জড়িয়তে দেশবাসীৰ মনত বিশেষ সাঁচ বহুওৱা অভিনেত্ৰীগৰাকীৰ এই ছবিৰ পাছত বিগত ২২ বছৰে বিশেষ কোনো চৰ্চিত ছবি নাই। বলীউডৰ পৰা একপ্ৰকাৰে প্ৰায় হেৰাই যোৱা অভিনেত্ৰীয়ে এইবাৰ ‘গদৰ-২’ ৰ জৰিয়তে ছবিত প্ৰত্যাবৰ্তন কৰিছে। গদৰ সেই দিশেৰে অমিশাৰ বাবে লাকী। প্ৰযোজকে এই সফলতাৰ বাবে গদৰ-৩ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে আৰু সেই ছবিত অমিশা, ছানী দেওলেই মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব নেকি? এই বিষয়টো চৰ্চাত আছে। অমিশাই এই সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কয়, ‘গদৰ-২ ছবিত তাৰা সিং আৰু শাকিনাক তুলনামূলকভাৱে কম সময়ৰ বাবে দৰ্শকে দেখিছে। আমি অভিনেতা। আমাৰো কিছু চৰ্ত থাকে।’ অমিশাৰ কি এই চৰ্ত বুলিও সাক্ষাৎকাৰটোত সোধা হৈছিল। অমিশাই এই সন্দৰ্ভত কয়, ‘গদৰ-২ৰ দৰে গদৰ-৩ তো যদি স্ক্ৰিণটাইম কম হয় তেন্তে এই ছবি কৰিবলৈ মই ৰাজী নহয়। টাইটানিক ছবি দেখুৱাই যদি লিঅ’নাৰ্ডো ডিক্যাপিও আৰু কেট উইন্সলেটকেই দৰ্শকে চাব বিচাৰিব। অন্যক দেখুৱাই থাকিলে দৰ্শক জানো আকৰ্ষিত হ’ব।’

বলীউডলৈ প্ৰত্যাবৰ্তন কৰি আকৌ এবাৰ হৃতিক ৰোশনৰ সৈতে ছবি কৰিবলৈ আগ্ৰহী বুলি জনাইছে অমিশাই। ২০০০ চনত , ‘ক’হ না প্যায় হে’ ছবিত মুখ্য চৰিত্ৰত কাম কৰি বলীউডলৈ আহিছিল অমিশা। প্রথম ছবিতেই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অমিশাই। এই ছবিখনত হৃতিক ৰোশন মুখ্য অভিনেতাৰ চৰিত্ৰত আছিল। শেহতীয়াকৈ অমিশাই সেই সময়ৰ কথাবোৰ সোঁৱৰি পুনৰ তেনেধৰণে আকৌ কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছে। সুযোগ পালে আকৌ এবাৰ হৃতিক ৰোশনৰ সৈতে কাম কৰাৰ মন আছে বুলিও জনাইছে অমিশা পেটেলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
বাদশ্বাহ নামতেই নহয়! শ্বাহৰুখে অভিনয় কৰা প্ৰতিখন ছবিয়েই বিগ বাজেটৰ…কিং খানৰ কেৰিয়াৰৰ সকলোতকৈ ব্যয়বহুল ছবি কোনখন?

বাদশ্বাহ নামতেই নহয়! শ্বাহৰুখে অভিনয় কৰা প্ৰতিখন ছবিয়েই বিগ বাজেটৰ...কিং খানৰ কেৰিয়াৰৰ সকলোতকৈ ব্যয়বহুল ছবি কোনখন?

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.