• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

3 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

5 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

6 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

7 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

8 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

8 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

9 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

9 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

10 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

10 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

11 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

editor by editor
September 21, 2023
in বিনোদন, ভাৰত
0
এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দক্ষিণী চিনেমাজগতৰ তেওঁ অন্যতম নামজ্বলা তাৰকা৷ বিনোদন জগতত ৰজনীকান্ত, কমল হাছান, নাগাৰ্জুনৰ দৰে ছুপাৰষ্টাৰৰ সৈতে কাম কৰিছে তেঁও৷ শেহতীয়াকৈ বলীউডত প্ৰৱেশ কৰিয়েই প্ৰথমখন হীট ছবি দৰ্শকক উপহাৰ দিছে৷ তেওঁ আন কোনো নহয়৷ তেওঁ দক্ষিণী ছুপাৰষ্টাৰ নয়নতাৰা৷ নয়নতাৰাৰ একটিং স্কীল দেখি সকলোৱে আচৰিত হয়৷ সামান্থা ৰুথ প্ৰভুৰ দৰে তাৰকাইয়ো নয়নতৰাক দেখি অনুপ্ৰাণিত হয়৷ এই কথা নিজেই একাধিকবাৰ সাক্ষাৎকাৰত স্বীকাৰ কৰিছে সামান্থাই৷

দক্ষিণী বিনোদন জগতৰ পৰা সম্প্ৰতি বলীউডত আত্মপ্ৰকাশ কৰিছে নয়নতাৰাই৷ প্ৰথম ছবিয়েই তেওঁ বাদশ্বাহ শ্বাহৰুখৰ সৈতে কৰিছে৷ বিগত ৭ ছেপ্টেম্বৰত মুক্তি পাইছে এটলী পৰিচালিত ছবি জাৱানে৷ জাৱানত নয়নতাৰা আৰু শ্বাহৰুখৰ যুঁটিটোক দৰ্শকে ভালো পাইছে৷ শ্বাহৰুখ-নয়নতাৰাৰ ছবিয়ে বলীউডৰ কেইবাখনো ছবিত ৰেকৰ্ড ভাঙিছে৷ ইমান হীট ছবিত কাম কৰিও কিয় নয়নতাৰাই বলীউডৰ আৰু কাম কৰিবলৈ আগ্ৰহী নহয় বুলি প্ৰকাশ কৰিছে?

জাৱানেই বলীউডৰ প্রথম আৰু শেষ ছবি নয়নতাৰাৰ৷ এটলীৰ জাৱানত শ্বাহৰুখ প্ৰধান চৰিত্ৰ হ’লেও নয়নতাৰা, দীপিকাৰ বিশেষ ৰুল আছে৷ ইয়াৰোপৰি চানা মলহোত্ৰা, প্ৰিয়ামণি আদিয়েও ছবিখনত বিশেষ চৰিত্ৰত আছে৷ জাৱানত মুখ্য নাৰী চৰিত্ৰ ৰূপায়ন কৰিও সুখী নহয় নয়নতাৰা৷ জাৱানত তেওঁক দিয়া চৰিত্ৰটোক লৈ মুঠেও সুখী নহয় নয়নতাৰা৷ ছবিখনৰ বাবে চুক্তিবদ্ধ হওঁতে তেওঁক কোৱা হৈছিল যে তেঁৱেই ছবিখনৰ মুখ্য নায়িকা৷ ছবি মুক্তিৰ পাছত তেওঁ অনুভৱ কৰিলে যে ছবিখনত তেওঁক কোনো কাৰণতে দৰ্শকে মুখ্য অভিনেত্ৰী হিচাপে দেখা নাই৷ তেওঁক উপেক্ষা কৰা হৈছে৷ নয়নতাৰাৰ মতে ছবিখনত দীপিকাক হে বেছি গুৰুত্ব দিয়া হৈছে৷

শ্বাহৰুখৰ গাৰ্লছ গেঙৰো স্ক্ৰিণটাইম নয়নতাৰাতকৈ বেছি৷ সকলো মিলি তেওঁৰ চৰিত্ৰক মুঠেই কম সময় দিয়া হৈছে৷ যি ছবিক নয়নতাৰা আৰু শ্বাহৰুখৰ ছবি বুলি বিজ্ঞাপন দিয়া হৈছিল কিন্তু ছবিখন প্ৰকৃততে দীপিকা আৰু শ্বাহৰুখৰ ছবি হিচাপেহে দৰ্শকে দেখিছে৷ এই ক্ষোভতেই নয়নতাৰাই আৰু বলীউডত কাম কৰিব নিবিচাৰে৷ এটলীৰ ওপৰতো খৰ্গহস্থ হৈছে অভিনেত্ৰী নয়নতাৰা৷ এটলীৰ সৈতেও ভৱিষ্যতে কাম নকৰে নয়নতাৰাই বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ জাৱানৰ সাফল্য উদযাপনৰ অনুষ্ঠানত উপস্থিত নাথাকিল নয়নতাৰা৷ নয়নতাৰা উপস্থিত নথকাত সেইদিনাও শ্বাহৰুখৰ হাতত ধৰি দীপিকাই বিশেষ গীতত নৃত্যও কৰিছিল৷ নয়নতাৰাৰ স্থান বাৰে বাৰে দীপিকাই দখল কৰাটোক লৈ বেছিকৈ খৰ্গহস্থ হৈছে নয়নতাৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?
বিনোদন

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

May 30, 2026
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!
বিনোদন

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

May 29, 2026
Next Post
সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.