• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

3 years ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

13 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

13 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

14 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

15 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

16 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

17 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

18 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

18 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

19 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

20 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

20 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

editor by editor
October 12, 2023
in বিবিধ, বিশ্ব, লেখা
0
পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰহ্মাণ্ডৰ অন্য কৰোবাত প্ৰাণৰ অস্তিত্ব আছে নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই যুগ যুগ ধৰি গৱেষণা চলাই আছে বিভিন্ন দেশৰ বিজ্ঞানীয়ে। বিজ্ঞানীলৈ বহু সাধাৰণ জনতাৰেই প্ৰশ্ন আছে, প্ৰাণৰ অস্তিত্ব মহাবিশ্বৰ কৰোবাত লাভ কৰিছেনে বিজ্ঞানীয়ে? বিজ্ঞানীয়ে কিন্তু হাৰ মনা নাই। তেওঁলোক আশাবাদী। অদূৰ ভৱিষ্যতে নিশ্চয় ব্ৰহ্মাণ্ডত জীৱৰ সন্ধান পোৱা যাব।

বৃহস্পতি গ্ৰহতো বিশেষ গৱেষণা চলাইছে এদল বিজ্ঞানীয়ে। বৰফে ঢকা এই গ্ৰহত প্ৰাণী আছে নেকি? আৰু যদি প্ৰাণী নাই কিয় নাই? নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপে সম্প্ৰতি সৌৰজগতৰ বাহিৰত এটা বিশেষ গ্ৰহত জীৱনৰ অস্তিত্ব সম্পৰ্কে বিশেষ ইংগিত দিছে। পৃথিৱীৰ বাহিৰত প্ৰাণৰ সন্ধান কোনো দেশৰ বিজ্ঞানীয়ে লাভ কৰিলে সেই দেশ মহাকাশ গৱেষণাত বিশেষভাৱে সফল হ’ব। নাছাই সেই প্ৰচেষ্টাৰেই প্ৰতিনিয়ত গৱেষণা অব্যাহত ৰাখিছে। নাছাৰ অত্যাধুনিক জেমছ ৱেব স্পেছ টেলিস্কোপক কাম লগাইছে বৃহস্পতি গ্ৰহৰ চন্দ্ৰ ‘ইউৰোপাৰ’ ৰহস্য উদঘাটনৰ বাবে।

ইউৰোপাৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিছে নাছাৰ দলে। টেলিস্কোপৰ অত্যাধুনিক ইনফ্ৰাৰেড কেমেৰা ‘ইউৰোপাৰ’ কেইবাখনো উন্নতমানৰ ছবিও তুলিছে। এই ছবিত বৰফৰ আৱৰণৰ তলত জীৱ থকাৰ ইংগিত লাভ কৰিছে নাছাৰ দলে। নাছাৰ দলে এই তথ্য লাভ কৰাৰ পাছতেই গৱেষণা আৰু খৰতকীয়া কৰিছে। ছায়েন্স জাৰ্নেলত উল্লেখ কৰা অনুযায়ী ২১ ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বিজ্ঞানীয়ে। এই গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰীক্ষাসমূহৰ নেপথ্যত অৱদান আছে দুটা পৃথক টিমৰ।

উল্লেখ্য যে, বৃহস্পতিৰ চন্দ্ৰ ইউৰোপাত কাৰ্বন ডাই অক্সাইডৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে। ইউৰোপাত প্ৰচুৰ পৰিমানৰ কাৰ্বন-ডাই-অক্সাইড আছে। কাৰ্বন জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদানসমূহৰ মাজত এটা। জীৱ বাচি থাকিবৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কাৰ্বন অন্যতম। বিশেষ বৈশিষ্ট্যৰ বাবে কাৰ্বনে বিভিন্ন ধৰণৰ বৃহৎ আৰু জটিল অনু গঠনত সহায় কৰে। ইউৰোপাত প্ৰাণৰ অস্তিত্ব আছেনে? যুগ যুগ ধৰি এই প্ৰশ্ন বিজ্ঞানীৰ মনত। প্ৰাণৰ অস্তিত্বৰ সম্ভাৱনাও প্ৰবল বুলি ধাৰণা কৰিছে বিজ্ঞানীয়ে। কঠিন বৰফৰ সমুদ্ৰৰ তলত অন্য এখন প্ৰাণী জগত থাকিব পাৰে বুলি অনুমান কৰিছে বিজ্ঞানীয়ে। বিপুল পৰিমানৰ বৰফৰ উপস্থিতিয়ে প্ৰাণৰ অস্তিত্ব আছেনে নাই বিষয়টোৰ ওপৰত সন্দেহো আনিছে।

কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ বিষয়টোক লৈ অইন কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলোৱাৰ প্ৰয়োজন। নাছাৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি প্ৰাণৰ সন্ধান পাবলৈ কেৱল মাত্ৰ কাৰ্বনডাই অক্সাইড বিচাৰি পালেই নহ’ব। জীৱ জীয়াই থাকিব পৰা অইন উপাদানসমূহো থাকিব লাগিব। প্ৰাণৰ অস্তিত্ব নিৰ্ভৰ কৰে শক্তিৰ উৎস, জৈৱ পুষ্টি, জৈৱ অনুৰ ওপৰত। সেইসমূহৰ সন্ধান লাভ কৰিলেহে জীৱ থকা বিষয়টো স্পষ্ট হ’ব।

গৱেষকসকলে ইউৰোপাৰ ৰুক্ষ টাৰো ৰেজিঅ’ অঞ্চলৰ দিশটো নিৰীক্ষণ কৰি আছে। মূলত সেই স্থানক তেওঁলোকে নজৰত ৰখাৰ কেইবাটাও কাৰণো আছে। বৰফ আবৃত এই অঞ্চলত যথেষ্ট পৰিমাণৰ কাৰ্বনডাই অক্সাইডৰ ঘনত্ব নিশ্চিত কৰিছে নাছাই। বিজ্ঞানীৰ অনুমান যে, ইউৰোপাৰ গভীৰ বৰফৰ সমুদ্ৰৰ তলৰ পৰাই এই কাৰ্বনডাই অক্সাইড উৎপন্ন হৈছে। ইয়াৰ পূৰ্বে ইউৰোপাৰ বৰফৰ সমুদ্ৰত উৎপন্ন হয় লৱণো। এই লৱণৰ সন্ধান লাভ কৰিছে নাছাৰ টেলিস্কোপে। কিন্তু সকলোবোৰৰ মাজত বৃহস্পতিত প্ৰাণ আছেনে নাই সেই কথা স্পষ্ট নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!
বিনোদন

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

এইবাৰ গংগাজলৰ ওপৰতো ১৮ শতাংশ GST, এই কথা কিমান সত্য?

এইবাৰ গংগাজলৰ ওপৰতো ১৮ শতাংশ GST, এই কথা কিমান সত্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.