• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?

আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?

3 years ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

25 minutes ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

54 minutes ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

2 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

3 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

4 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

5 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

5 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

6 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

7 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

7 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

8 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?

editor by editor
November 2, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আপোনাৰ হাতত এতিয়াও ২০০০ টকীয়া নোট আছে নেকি? পোষ্ট অফিচৰ সহায়তেই সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷ কিন্তু কেনেকৈ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০০০ টকাৰ নোট সলনিৰ যাৱতীয় সময় প্ৰায় শেষ৷ ২০০০ টকীয়া নোট সলনিৰ শেষ দিন আছিল ২০২৩ চনৰ ৭ অক্টোবৰ৷ ম্যাদ শেষ হোৱাৰ পাছতো যদি কোনো ব্যক্তিয়ে ২০০০ টকাৰ নোট সলনি কৰিব বিচাৰে তেন্তে কি কৰিব? ম্যাদ শেষ হোৱাৰ পাছত বহুতেই ঘৰত ৰৈ যোৱা ২০০০ টকীয়া নোট পেলাই দিবলগীয়াও হৈছে৷ এই নোটসমূহ কেৱল ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয়লৈ গৈহে সলনি কৰিব পৰা যাব বুলিও উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে৷ কিন্তু দেশৰ বহু স্থানত আৰবিআইৰ আঞ্চলিক কাৰ্যালয়লৈ গৈ নোট সলনি কৰিবলৈকো কোনো উপায় নাথাকে৷ তেনেক্ষেত্ৰত গ্ৰাহকে কেনেকৈ নোট সলনি কৰিব সেই বিষয়টোক লৈ চিন্তাত পৰিছিল বহুজন৷

শেহতীয়াকৈ গ্ৰাহকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰিজাৰ্ভ বেংকে লৈছে বিশেষ সিদ্ধান্ত৷ পোষ্ট অফিচৰ সহায়ত ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব গ্ৰাহকে৷ ইয়াৰ বাবে এজন ব্যক্তিয়ে কি কৰিব লাগিব? RBIৰ আঞ্চলিক ডাইৰেক্টৰে জনোৱা অনুসৰি ২০০০ টকীয়া নোট পোষ্ট অফিচৰ ৰেজিষ্টাৰ পোষ্টৰ মাধ্যমেৰে RBIৰ আঞ্চলিক অফিচলৈ পঠিয়াব লাগিব৷ এই সন্দৰ্ভত RBIৰ আঞ্চলিক ডাইৰেক্টৰে কয়, ‘আমি গ্ৰাহকক সকলোতকৈ সুবিধাজনক আৰু নিৰাপদ পদ্ধতিৰে ৰেজিষ্টাৰ কৰা পোষ্টৰ মাধ্যমেৰে RBIৰ কাৰ্যালয়লৈ এই নোট পঠিয়াবলৈ আহ্বান জনাইছো৷ আমি এই ধন লাভ কৰাৰ লগে লগেই তেওঁলোকৰ একাউণ্টত ধন সোমোৱাই দিম৷ এজন সাধাৰণ গ্ৰাহকে RBI শাখালৈ অহাৰ পাছত লাইনত থিয় হৈ অসুবিধাত ভোগাৰ সলনি এই সহজ পদ্ধতি আনিছো৷’

TLR বা ৰেজিষ্টাৰ কৰা পোষ্ট৷ দুই ধৰণৰ অপশ্ব্যনেই নিৰাপদ বুলিও জনাইছে RBIৰ আঞ্চলিক ডাইৰেক্টৰে৷ এই ক্ষেত্ৰত গ্ৰাহকে ধন হেৰুৱাৰ ভয় কৰিব নালাগে বুলিও জনাইছে RBIৰ আঞ্চলিক ডাইৰেক্টৰে৷ দিল্লীৰ RBI কাৰ্যালয়ত বৰ্তমানলৈকে ৭০০ টিএলআৰ ফৰ্ম জমা হৈছে৷ ১৯ মে’ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই মাৰ্কেটৰ পৰা ২০০০ টকীয়া নোট উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছিল৷ সাধাৰণ ৰাইজলৈকো আহ্বান জনোৱা হৈছিল যে তেওঁলোকে ততাতৈয়াকৈ বেংকত ২০০০ টকীয়া নোটসমূহ জমা দিয়ক৷ নোট জমা দিয়াৰ শেষ তাৰিখ আছিল ৬ অক্টোবৰ৷ পৰবৰ্তী সময়ত এই ম্যাদ আৰু এদিন বৃদ্ধি কৰি ৭ অক্টোবৰ কৰা হৈছিল৷ RBIয়ে দিয়া তথ্য অনুসৰি ১৯ মে’ ২০২৩ পৰ্যন্ত ৯৭ শতাংশতকৈয়ো বেছি নোট RBIয়ে ওভটাই পাইছে৷ অৰ্থাৎ বাকী ৩শতাংশ নোট কিন্তু এতিয়াও বজাৰত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?
ৰাজনীতি

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

August 10, 2026
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী
বিনোদন

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

August 10, 2026
Next Post
ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’

শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত 'মূৰ্তি বিভ্ৰাট’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.