• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’

শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’

3 years ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

17 minutes ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

3 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

4 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

14 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

14 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

14 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

15 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

15 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

16 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

17 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

18 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’

editor by editor
November 3, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শচীন তেণ্ডুলকাৰক বিশেষ সন্মান জনাই ৱানখেড়ে ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ এটা মূৰ্তি স্থাপন কৰা হৈছিল। মুম্বাই ক্ৰিকেট এছচিয়েছনৰ তৰফৰ পৰা নিৰ্মাণ কৰা হৈছে শচীনৰ এই প্ৰতিমূৰ্তি। ভাৰত, শ্ৰী লংকাৰ মেচৰ এদিন পূৰ্বে শচীনে নিজেই তেওঁৰ এই প্ৰতিমূৰ্তি উন্মোচনো কৰে। বিশেষ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছসহ ক্ৰিকেট জগতৰ একাধিক তাৰকা। সকলোৰে উপস্থিতিত উন্মোচিত হয় শচীনৰ বিশেষ প্ৰতিমূৰ্তি। কিন্তু এই ঐতিহাসিক মুহূৰ্তৰ ২৪ পাৰ নৌহওতেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰম্ভ হৈছে বিতৰ্কৰ। শচীন তেণ্ডুলকাৰৰ মূৰ্তি স্থাপন কৰা হৈছে ৱানখে়ড়ে ষ্টেডিয়ামত শচীনৰ নামেৰে সংৰক্ষিত স্থানৰ নিচেই কাষত। তেওঁৰ মূৰ্তিৰ বিপৰীত দিশত আছে বিশ্বকাপ ষ্টেণ্ড। য’ত ২০১১ চনৰ বিশ্বকাপ ফাইনেলত ধোনীৰ ৬ টা ছিক্স পৰিছিল। ঐতিহ্যবাহী ৱানখেড়ে ষ্টেডিয়াম ধোনীৰ ছিক্সৰ বাবে জনপ্ৰিয় আছিল যদিও শচীনৰ প্ৰতিমূৰ্তি স্থাপন কৰি ইয়াৰ মান দুগুণে বৃদ্ধি হোৱা বুলিও প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে। শচীনৰ বিশেষ প্ৰতিমূৰ্তি দেখা মাত্ৰকেই খঙত ফাটিছে একাংশ শচীন অনুৰাগী। শচীনৰ প্ৰতিমূৰ্তি দেখি খং কৰাৰ কাৰণ কি?

শচীনৰ প্ৰতিমূৰ্তিৰ মুখ দেখা মাত্ৰকেই একাংশ নেটিজেনে দিছে বিশেষ মত। শচীনৰ মুখ ষ্টিভ স্মিথৰ দৰেহে দেখা গৈছে এই প্ৰতিমূৰ্তিত বুলি বহুজনেই মন্তব্য প্ৰকাশ কৰিছে। মূৰ্তিটোত শচীনে হেলমেট পৰিধান কৰি আছে। এক্স হেণ্ডেলত এই প্ৰতিমূৰ্তিক লৈ একাংশই লিখিছে, ‘ষ্টিভ স্মিথৰ দৰে শচীন মুঠেও নহয়। এই প্ৰতিমূৰ্তিটোত ষ্টিভ স্মিথৰ চেহেৰাহে দেখা গৈছে। স্মিথক বনাবলৈ যাওঁতে ভুলতে অলপ শচীন যেন দেখা গ’ল বাবে শচীন বুলি এই মূৰ্তিৰ নাম দিয়া হ’ল।’

বহুতেই মিমো কৰিছে এই বিষয়টোক লৈ। এজন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, ‘শচীনৰ নামেৰে ষ্টিভ স্মিথৰ মুৰ্তি উদ্বোধন কৰা হৈছে। দেশৰ মাটিত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণ কি?’ বৰ্তমান আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বাধিক বেছি ৰান কৰা ৰেকৰ্ডৰ অধিকাৰী হৈছে শচীন তেণ্ডুলকাৰ। তেওঁ মুঠ ৩৪ হাজাৰ ৩৫৭ ৰান কৰিছে। আন্তৰ্জাতিক ক্ৰিকেটত সকলো ফৰ্মেট মিলাই ১০০টা চেঞ্চুৰীৰ ৰেকৰ্ড আছে তেওঁৰ। বিৰাট কোহলীয়ে তেওঁৰ চেঞ্চুৰী ভাঙিব বুলি বহুতেই আশা কৰিছিল। অৱশ্যে বৰ্তমানলৈকে বিৰাটে শচীনৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হোৱা নাই। এইবাৰ ICC-ৰ গ্লৱেল এম্বেচাডৰ হৈছে শচীন তেণ্ডুলকাৰ। তেওঁ বিশ্বকাপৰ প্ৰথম মেচত বিশ্বকাপৰ ট্ৰফী লৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল শচীনে। ইয়াৰপাছতেই শ্ৰীলংকাৰ মেচতো তেওঁ ইউনিছেফৰ প্ৰতিনিধি হৈ প্ৰৱেশ কৰিছিল। মুথাইয়া মুৰলিধৰণৰ সৈতে তেওঁ বিশ্বকাপৰ ট্ৰফি লৈ ভাৰত-শ্ৰীলংকাৰ মেচত প্ৰৱেশ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক
অসম

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

August 10, 2026
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
Next Post
মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.