• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

3 years ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

2 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

2 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

3 hours ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

4 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

4 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

5 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

5 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

6 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

6 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

8 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

editor by editor
November 3, 2023
in জীৱনশৈলী, ভাৰত
0
দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ
0
SHARES
733
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলীলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। এয়া কেৱলমাত্ৰ আনন্দ আৰু পোহৰৰ উৎসৱেই নহয়। এই সময়ত বিভিন্ন সংস্থাৰ পৰা উপহাৰ আৰু বোনাছো দিয়া হয়। দীপাৱলীত উপহাৰ দিয়াটো এটা ৰীতি। বেচৰকাৰী সংস্থাসমূহেও এই উৎসৱ উপলক্ষ্যে তেওঁলোকৰ কৰ্মীসকলক উপহাৰ দিয়ে। কিন্তু উপহাৰ হিচাপে প্ৰাপ্ত পণ্য বা অৰ্থৰ বাবে ভাৰতত কৰ দিব লাগে! আয়কৰ আইন অনুসৰি কি কি উপহাৰত কৰ দিব লাগে? কিমান পৰিমানৰ কৰ দিব লাগে জানেনে?

আয়কৰৰ নিয়ম অনুসৰি কোনো বৰ্ষত ৫০,০০০ টকা পৰ্যন্ত উপহাৰ লাভ কৰিলে কৰ দিব লাগে। উপহাৰৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ আপুনি যদি এবছৰত ৫০,০০০ টকাতকৈ বেছি মূল্যৰ উপহাৰ লাভ কৰে তেন্তে আপুনি উপহাৰৰ পৰিমানৰ ওপৰত আয়কৰ দিব লাগিব। ধৰা হ’ল কোনো বৰ্ষত আপুনি প্ৰথমে ২৫,০০০ টকাৰ পৰা ২৮,০০০ টকাৰ উপহাৰ লাভ কৰে তেন্তে আপুনি বছৰটোত মুঠ ৫৩,০০০ টকা উপহাৰত লাভ কৰিছে। এনে পৰিস্থিতিত আপুনি কৰ দিব লাগিব। আপোনাৰ আয়ৰ সৈতে এই ধন যোগ হ’ব। টেক্স স্লেৱ অনুসৰি কৰ আৰোপ কৰা হ’ব।

প্ৰকৃততে কোনোৱে যদি ৫০,০০০ হাজাৰ টকাৰো বেছি মূল্যৰ উপহাৰ পায় তেন্তে সেয়া অন্যান্য উৎসৰ পৰা সেই আয় হিচাপে বিবেচনা কৰা হয়। যদি আপুনি বছৰত ২৫,০০০ টকাৰ পৰা ১৮,০০০ টকাৰ উপহাৰ লাভ কৰে তেন্তে সেই বছৰ প্ৰাপ্ত উপহাৰৰ মুঠ মূল্য হ’ব ৪৩,০০০ টকা। এই ক্ষেত্ৰত কোনোধৰণৰ কৰ দিব নালাগে। উপহাৰৰ ওপৰত কৰ নিৰ্ভৰ কৰে। আপুনি যদি আত্মীয়স্বজনৰ পৰা উপহাৰ হৈ থাকে তেনেহলে উপহাৰৰ পৰিমান ৫০০০০তকৈ বেছি হ’লেও কোনো কৰ দিব নালাগে। আত্মীয়স্বজনৰ মাজত আছে পত্নী, স্বামী, ভায়েক, ভনীয়েক, পিতৃ-মাতৃ আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
Next Post
নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.