• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

2 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

2 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

3 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

3 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

4 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

5 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

7 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

7 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

8 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

9 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

9 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

editor by editor
November 4, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক সপ্তাহতেই ছত্তিছগড়ৰ বিধানসভা নিৰ্বাচন। শনিবাৰে ছত্তিছগড়ত প্ৰচাৰৰ বাবে গৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগন্তুক ৫ বছৰলৈ ৮০ কোটিতকৈয়ো বেছি মানুহক বিনামূলীয়াকৈ ৰেচন যোগাৱ ধৰিব মোদী চৰকাৰে। মোদীয়ে এই সন্দৰ্ভত কয়, ‘আৰু ৫ বছৰলৈ দেশবাসীক বিনামূলীয়াকৈ খাদ্যশস্য সৰবৰাহ কৰিব কেন্দ্ৰই। প্ৰচাৰসভাত উপস্থিত হৈ জনতাৰ উদ্দেশ্যে মোদীয়ে কয়, ‘আমি সিদ্ধান্ত লৈছো, বিজেপি চৰকাৰে দেশৰ ৮০ কোটিতকৈয়ো বেছি দৰিদ্ৰ জনতাক বিনামূলীয়াকৈ ৰেচন দিয়াৰ প্ৰকল্প আৰু ৫ বছৰলৈ বৃদ্ধি কৰিব। মানুহৰ ভালপোৱা আৰু আশীৰ্বাদৰ বাবেই এই পবিত্ৰ সিদ্ধান্ত ল’বলৈ আমি শক্তি পাইছো।’

নিৰ্বাচনী প্ৰচাৰত শনিবাৰে প্ৰচাৰৰ বাবে গৈছে ছত্তিছগড়লৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। সেই ৰাজ্যতেই এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। শুকুৰবাৰে ৰায়পুৰৰ এক জনসভাত ছত্তিছগড় বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। এই ইস্তাহাৰৰ নাম দিয়া হৈছে, ‘মোদী কি গেৰেণ্টী ২০২৩’। সেই ইস্তাহাৰত কেইবাটাও প্ৰতিশ্ৰুতিৰ ওপৰিও স্বাস্থ্যবীমা প্ৰকল্প, ৰন্ধন গেছ প্ৰকল্প, দৰিদ্ৰ লোকক বিনমূলীয়াকৈ অযোধ্যাৰ ৰামমন্দিৰ দৰ্শনৰ কৰোৱাৰ প্ৰতিশ্ৰুতিও আছে। ইয়াৰপাছতেই শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ছত্তীছগড়ত বিনামূলীয়াকৈ ৰেচন দিয়াৰো প্ৰতিশ্ৰুতি দিছে।

নিৰ্বাচনী বিশেষজ্ঞসকলৰ দাবী যে, বিধানসভা নিৰ্বাচনৰ ওপৰিও আসন্ন লোকসভাৰ কথা মূৰত ৰাখিয়েই মোদীয়ে এইসমূহ গেৰাণ্টি দিছে। প্ৰসংগত ২০২০ চনৰ কভিড মহামাৰীৰ সময়ত প্রধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনা প্ৰকল্প আৰম্ভ কৰিছিল। যাৰ অধীনত চৰকাৰে দেশবাসীক ৫ কিঃগ্ৰাঃ পৰ্যন্ত খাদ্যশস্য বিনামূলীয়াকৈ সৰবৰাহ কৰাৰ কথাও ঘোষণা কৰিছিল মোদীয়ে।

শনিবাৰে জনসভাত ভাষণ দিয়াৰ সময়ত মোদীয়ে ছত্তীছগড়ৰ ক্ষমতাহীন কংগ্ৰেছ চৰকাৰক কটাক্ষ কৰিছে মোদীয়ে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নাম নোলোৱাকৈ অনলাইনত বেআইনী জুৱা চলোৱা এপ ‘মহাদেৱ বেটিং এপ’ক লৈ কংগ্ৰেছক কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰচাৰসভাত মোদীয়ে জনতাক উদ্দেশ্যি কয়, ‘যিসকলে ছত্তীশগড়ত লুটপাত কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। প্ৰতি পইছাৰ হিচাপ তেওঁলোকে দিব লাগিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

'মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান...’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.