• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

3 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

1 hour ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

2 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

2 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

3 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

3 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

4 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

6 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

7 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

editor by editor
November 5, 2023
in অসম, জীৱনশৈলী, লেখা, সংগীত
0
‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী। ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু বাংলা ভাষাতো বহু গীত গাইছিল। তেওঁ অসমীয়াৰ পৰা আৰম্ভ কৰি হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদুও বিয়পাইছিল।

সংগীত জগতলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰা হৈছিল। ২০১১ চনৰ ৫ নৱেম্বৰত সংগীত জগতৰ এই মূল্যৱান সম্পদ কালৰ বুকুত হেৰাই যায়। নিজৰ উৎকৃষ্ট ৰচনাসমূহৰ দ্বাৰা তেওঁ এতিয়াও মানুহৰ হৃদয়ত জীয়াই আছে অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা ড৹ ভূপেন হাজৰিকা নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ পুত্ৰ আৰু দহজন ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ আছিল।

সংগীতৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱা ভূপেন হাজৰিকাই মাত্ৰ ১০ বছৰ বয়সতে কেৰিয়াৰ আৰম্ভ কৰিছিল। বহুমুখী ভূপেন হাজৰিকাই ১২ বছৰ বয়সতে দুখন চলচ্চিত্ৰৰ বাবে গান লিখিছিল আৰু ৰেকৰ্ড কৰিছিল। সেই দুয়োটা গান দুখন চলচ্চিত্ৰ ক্ৰমে ইন্দ্ৰমালাটি– ‘কাষতে কলচি লৈ’ আৰু ‘বিশ্ব বিজয় ন জোৱান’ত চিত্ৰগ্ৰহণ কৰা হৈছিল।

ভূপেন হাজৰিকাই ১৯৪২ চনত কটন মহাবিদ্যালৰ পৰা মধ্যৱৰ্তী কলা সম্পূৰ্ণ কৰিছিল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইচডি ডিগ্ৰী লাভ কৰে। শিক্ষা জীৱন শেষ কৰাৰ পিছত ড৹ ভূপেন হাজৰিকাই গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ত গান গাবলৈ আৰম্ভ কৰে। ভূপেন হাজৰিকাই কেৱল তেওঁৰ জীৱনত গীত গোৱাই নহয়, বৰঞ্চ প্ৰায় এক হাজাৰ গান আৰু ১৫ খন কিতাপো লিখিছিল।

ভূপেন হাজৰিকাৰ বহুতো ভাষাৰ ওপৰত জ্ঞান আছিল, তেওঁ বঙালী গীতবোৰ হিন্দী ভাষালৈ অনুবাদ কৰিছিল আৰু কণ্ঠ দান কৰিছিল। পত্নীৰ পৰা পৃথক হোৱাৰ পিছত ড৹ ভূপেন হাজৰিকাই সংগীতক তেওঁৰ সংগী কৰি তোলে। তেওঁ ‘মিল গয়ী মঞ্জিল মুঝে’, ‘ৰুদালী’, ‘সাজ’, ‘দৰমিয়াঁ’, ‘গজগামিনী’ৰ দৰে চুপাৰহিট চলচ্চিত্ৰত গীত গাইছিল।
ড৹ ভূপেন হাজৰিকাক ১৯৭৫ চনত ৰাষ্ট্ৰীয় বঁটা, ১৯৭৭ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৯২ চনত সংগীতৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে তেওঁক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা ‘দাদাচাহেব ফালকে বঁটা’ প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও, তেওঁক ২০০৯ চনত অসম ৰত্ন আৰু ২০১২ চনত পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল।

ভূপেন হাজৰিকাক চৰকাৰে ২০১৯ চনত ভাৰত চৰকাৰে সন্মানীয় ‘ভাৰত ৰত্ন’ প্ৰদান কৰে। ইয়াৰোপৰি তেওঁক বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ ৫ নবেম্বৰ ২০১১ চনত চিৰদিনৰ বাবে বিদায় লৈ জীৱনৰ মায়া ত্যাগ কৰি ইহলীলা সম্বৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?
জীৱনশৈলী

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

October 31, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

October 31, 2026
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?
বিনোদন

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

October 31, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
Next Post
শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ… অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ

বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ... অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.