• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ… অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ

বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ… অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ

3 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

9 seconds ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

33 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

14 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

15 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

15 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

19 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

20 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

21 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

22 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ… অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ

editor by editor
November 5, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
বিবাহৰ পূৰ্বেই অনন্যাই সলালে উপাধি! পাণ্ডে নহয় কাপূৰ… অনন্যাৰ জীৱনলৈকো আহিল এজন নাইট মেনেজাৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীইডত ভৰি দিয়া মাত্ৰ ৪ বছৰ হৈছে। ইণ্ডাষ্ট্ৰীত নিজকে অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ এতিয়াও যুদ্ধ চলাইয়ে আছে চাঙ্কি পাণ্ডেৰ কন্যা অনন্যা পাণ্ডে। কেৰিয়াৰত ফ্লপৰ সংখ্যা হীটৰ তুলনাত যথেষ্ট বেছি। প্ৰথম ছবিৰ সময়ৰে পৰাই অনন্যাই ব্যক্তিগত জীৱনৰ চৰ্চা পেছাগত জীৱনতকৈ বেছি। অভিনেতা ঈশান খট্টৰৰ সৈতে তেওঁৰ প্ৰেমৰ বিচ্ছেদ হোৱাৰ পাছতেই অনন্যাৰ মন জয় কৰিছে আদিত্য ৰায় কাপূৰে। দেশ বিদেশৰ ৰাস্তান দুয়ো একেলগে ঘূৰি ফুৰাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দীও হৈছে।

কিছুদিন পূৰ্বে অনন্যাৰ বাৰ্থডে উদযাপন কৰিবলৈ আদিত্য আৰু অনন্যা মলদ্বীপলৈ ৰাওনা হৈছিল। মলদ্বীপৰ পৰা উভতি অহাৰ পিছতেই বিশেষ সিদ্ধান্ত লৈছে অভিনেত্ৰী অনন্যাই। নিজৰ উপাধিয়েই সলাই পেলাইছে অনন্যাই। অনন্যাই নিজৰ নামৰ সৈতে কাপুৰ উপাধি সামৰি বিশেষ মন্তব্য কৰিছে। ‘কফি ওইথ কৰণ’ৰ অষ্টম ছিজনৰ তৃতীয় এপিছোডত বান্ধৱী ছাৰা আলী খানৰ সৈতে আহিছিল অনন্যা পাণ্ডে।

এই শ্ব’তেই অনন্যাই তেওঁৰ প্ৰেমক লৈ চলি থকা চৰ্চাত ছিলমোহৰ মাৰিছে। কৰণে ছাৰাক এই শ্ব’তেই প্ৰশ্ন কৰিছিল, ‘অনন্যাৰ জীৱনত এনে কি আছে যি তোমাৰ জীৱনত নাই।’ প্ৰশ্ন শুনিয়েই ছাৰাই হাঁহি মাৰি কয়, ‘মোৰ জীৱনত নাইট মেনেজাৰ নাই।’ নাইট মেনেজাৰ ছিৰিজৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আদিত্য ৰায় কাপূৰে। স্বাভাৱিকভাৱেই সাৰাই ইংগিত দিছে যে আদিত্যই অনন্যাৰ প্ৰেমিক। প্ৰিয় বান্ধৱীৰ এই মন্তব্যত চকু নমাই আনে অনন্যাই। তাৰপিছতেই অনন্যাই নিজেই এই কথা স্বীকাৰ কৰি কয়, তেওঁ নিজকে অনন্যা কাপূৰ বুলিয়েই ভাৱিবলৈ লৈছে। লাজুক লাজুক ভাৱেৰে অনন্যাই এই স্বীকাৰোক্তি দাঙি ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
Next Post
কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক ‘বিৰুষ্কা’ৰ প্ৰেমকাহিনী

কটাক্ষ, ব্ৰেকআপ তাৰপিছত বিবাহ, বিৰাটৰ ওপজা দিনত উভতি চোৱা যাওক 'বিৰুষ্কা’ৰ প্ৰেমকাহিনী

এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.