• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

3 years ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

28 minutes ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 hour ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

2 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

3 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

3 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

4 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

21 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

22 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

22 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

23 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

23 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

editor by editor
November 12, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁলোকৰ বিবাহৰ ডেৰমাহ সম্পূৰ্ণ হৈছে৷ বিবাহৰ পূৰ্বে প্ৰায় এবছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল৷ ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰা বৰ্তমান হীট যুঁটিৰ ভিতৰত অন্যতম এক যুটি৷ বৰ্তমান দুয়ো বিদেশত একেলগে সময় কটোৱাত ব্যস্ত৷ বিবাহৰ পাছতেই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত থকা বহু ছবি শ্বেয়াৰ কৰিছে পৰিণীতিয়ে৷ কিছুদিন পূৰ্বে পৰীৰ ওপজা দিনত সামাজিকমাধ্যম যোগে ৰাঘৱ চাড্ডাই শুভেচ্ছা জনাইছিল৷ এইবাৰ ৰাঘৱৰ ওপজাদিনতো পৰিণীতিয়ে বিশেষভাৱে স্বামীক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷

স্বামী ৰাঘৱক ওপজা দিনৰ শুভেচ্ছা জনাই পৰিণীতিয়ে দিছে বিশেষ পোষ্ট৷ ৰাঘৱৰ জন্মদিনত কেইবাটাও ছিক্ৰেট ফাঁছ কৰিলে অভিনেত্ৰীগৰাকীয়ে৷ সামাজিক মাধ্যমত ৰাঘৱক ৰাঘাই বুলি সম্বোধন কৰি লিখিছে যে তেওঁ ৰাঘৱৰ সৈতে এই সম্পৰ্কত খুবেই সুখী৷ প্ৰকাশ্যে প্ৰেমৰ জাহিৰ নকৰিলেও এজনে আনজনৰ প্ৰেমত বাৰুকৈয়ে ডুবি থকাৰ কথা পৰিণীতিৰ বিশেষ পোষ্টটোতেই প্ৰতিফলিত হৈছে৷

স্বামী ৰাঘৱক উদ্দেশ্যি পৰিণীতিয়ে লিখিছে, ‘তোমাৰ মন আৰু বুদ্ধিয়ে মোক অবাক কৰে৷ তোমাৰ মূল্যবোধ, সততা আৰু বিশ্বাসে মোকো এগৰাকী ভাল মানুহ হোৱাৰ অনুপ্ৰাণিত কৰিছে৷ পৰিয়ালৰ প্ৰতি তোমাৰ দায়িত্ব, কৰ্তব্যবোধ দেখি নিজকে ভাগ্যৱতী বুলি ভাবিছো৷ এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ৷ তুমি মোৰ বাবে এক ঔষধো৷ আজিৰ দিনটো মোৰ খুবেই প্ৰিয় এটা দিন৷ কাৰণ এই দিনটোতেই তুমি পৃথিৱীলৈ আহিছা৷ মোক সংগী হিচাপে বাচি লোৱাৰ বাবে অশেষ ধন্যবাদ৷’ উল্লেখ্য যে এই সময়ত দিল্লী-মুম্বাইলৈ সঘন আহ যাহ চলি আছে ৰাঘৱ পৰিণীতিৰ৷ মুম্বাইলৈ কামৰ খাতিৰত অহা যোৱা কৰি থাকিব লগা হয় পৰিণীতিয়ে৷ ইফালে ৰাঘৱ দিল্লীত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
Next Post
১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.