• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

2 years ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

23 minutes ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

37 minutes ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

1 hour ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

2 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

3 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

4 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

5 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

editor by editor
November 12, 2023
in ক্ৰীড়া, ভাৰত
0
১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তানে৷ লীগ পৰ্বত চাৰিখন মেচ জিকিছিল বাবৰ আজমৰ দলে৷ হতাশজনক পাৰ্ফৰমেন্সৰ পাছত পুৰস্কাৰ মূল্য হিচাপে পাকিস্তানে পাইছে ২ কোটি ১৮ লাখ টকাতকৈয়ো অধিক ধন৷ বিশ্বকাপত চেম্পিয়ন হ’লে কিমান টকা পাব ৰোহিত শৰ্মাৰ দলে? বিশ্বকাপৰ একোখন লীগ মেচ জিকা দলক ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিলে দিছে ৪০ হাজাৰ ডলাৰকৈ আৰ্থিক পুৰস্কাৰ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৩ লাখ ৩৪ হাজাৰ টকা৷ ভাৰতে লীগ খেলত ৯ খন মেচেই জিকাৰ পথত৷ সেয়ে ৰোহিতৰ অধিনায়কত্বত দলটোৱে ৩ লাখ ৬০ হাজাৰ ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অৰ্থাৎ প্ৰায় ৩ কোটি টকা জয় কৰিছে টীম ব্লুৱে৷

বিশ্বকাপৰ প্ৰথম ছেমিফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত৷ এই মেচত ৰোহিতবাহিনীয়ে হাৰিলেও লাভ কৰিব ৮ লাখ ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬ কোটি ৬৬ লাখ টকাৰো বেছি৷ ছেমিফাইনেলৰ পৰা বিদায় ললেও টীম ব্লুৱে আইচিচিৰ পৰা লাভ কৰিব ১০ কোটি টকা৷ কেন উইলিয়ামছনৰ দলক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে আৰ্থিক পুৰস্কাৰ আৰু বৃদ্ধি হ’ব৷ ৰানাৰ্ছ আপ হ’লে ভাৰতে লাভ কৰিব ২০লাখ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ১৬ কোটি ৬৬লাখ৷ অৰ্থাৎ ভাৰতীয় দল ৰানাৰ্ছ আপ হ’লে পুৰস্কাৰ মূল্য হিচাপে প্ৰায় ১৯ কোটি ৬৬লাখ টকা লাভ কৰিব৷ বিশ্বকাপজয়ী দলক আইচিচি পুৰস্কাৰ হিচাপে দিব ৪০লাখ ডলাৰ বা ৩৩ কোটি ৩২ লাখ টকা৷ ভাৰতীয় দল চেম্পিয়ন হ’লে ভাৰতীয় দলে পুৰস্কাৰ হিচাপে ৩৬ কোটি ৩২ লাখ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

May 5, 2026
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
Next Post
ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন