• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

3 years ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

20 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

20 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

21 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

editor by editor
November 13, 2023
in চিনেমা, বাণিজ্য, বিনোদন, ভাৰত
0
বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলীৰ দিনাই মুক্তি লাভ কৰিছে ছলমান খান অভিনীত টাইগাৰ-৩য়ে৷ টাইগাৰ-৩য়ে মুক্তিৰ পূৰ্বৰে পৰাই বক্স অফিচত খলকনিও তুলি আছে৷ ২০১৭ চনৰ পাছত ডাঙৰ পৰ্দাত আকৌ এবাৰ টাইগাৰ৷ টাইগাৰক লৈ চিনেমা অনুৰাগীৰ মাজত চলা চৰ্চাক কেন্দ্ৰ কৰিয়েই বহুতেই কৈছে, টাইগাৰ-৩ ব্লকব্লাষ্টাৰ হ’বই৷ কিন্তু মুক্তিৰ প্ৰথম দিনটোত কিমান ধন আয় কৰিলে টাইগাৰ-৩য়ে?

দেওবাৰে ১২ নৱেম্বৰত টাইগাৰ ৩য়ে মুক্তিৰ প্ৰথম দিনা ৪৪.৫০ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে৷ টাইগাৰ ৩ৰ প্ৰথম দিনাৰ কালেকশ্ব্যনৰ ৰিপৰ্ট প্ৰকাশ কৰিছে বলীউডৰ এক সূত্ৰই৷ মুক্তিৰ দিনাই টাইগাৰ৩ৰ হিন্দী ভাৰ্ছনে সৰ্বাধিক আয় কৰিবলৈ সক্ষম হৈছে৷ ২০১২ চনত প্ৰথমে মুক্তি পাইছিল এক থা টাইগাৰ৷ তাৰপিছতেই ২০১৭ চনত মুক্তি লাভ কৰে টাইগাৰ জিন্দা হে৷ তাৰপিছতেই এইবাৰ টাইগাৰ৩৷ ছবিখনৰ মুক্তিৰ লগে লগে ছলমান আৰু কেটৰ জুঁটিটোকো বহুতে প্ৰশংসা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
Next Post
এই ৭টা মেছেজ আপোনাৰ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ আপোনাৰ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?

ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.