• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

11 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

11 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

12 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

12 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

13 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

13 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

14 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

15 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

15 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

16 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

17 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব

editor by editor
November 13, 2023 - Updated on November 17, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ষট পূজাৰ দিনাই বৃশ্চিকে সূৰ্যত প্ৰৱেশ কৰিব! ষট পূজাৰ পৰা তিনি ৰাশিৰ ভাগ্য চমকি উঠিব
0
SHARES
22.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ষট পূজাৰ দিনাই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ১৭ নৱেম্বৰত ছট পূজাৰ প্ৰথম দিনাই সূৰ্যই ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষ অনুযায়ী বৃশ্চিক ৰাশিৰ ওপৰত মঙলৰ আধিপত্য আছে৷ সূৰ্য আৰু মঙলৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছে৷ সেয়ে মঙলৰ কক্ষত সূৰ্যৰ প্ৰৱেশক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হয়৷ সূৰ্যৰ বৃশ্চিক ৰাশিত প্ৰৱেশৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতৰ জীৱনতেই পৰিব৷ কিন্তু তিনিটা ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব৷ এই তিনি ৰাশিৰ জাতকে ধন লাভ কৰাৰ ওপৰিও কৰ্মক্ষেত্ৰতো উন্নতিৰ যোগ আছে৷

সিংহ ৰাশি
সূৰ্যৰ ৰাশি পৰিবৰ্তন এই ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ গোচৰ কোষ্ঠীৰ চতুৰ্থ স্থানত সূৰ্যত ভ্ৰমণ কৰিব৷ সূৰ্যৰ আশীৰ্বাদত সম্পত্তি, বাহন ক্ৰয় কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ভৌতিক সুখ লাভ কৰিব পাৰিব৷ কেৰিয়াৰত নিজত ইচ্ছাপূৰণত সফল হ’ব এই ৰাশিৰ জাতক৷ নতুন চাকৰিত যোগদান কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত উচ্চপৰ্যায় অৰ্জন কৰিব পাৰে৷ এই সময়ত সূৰ্যই আপোনাৰ কৰ্মস্থানত দৃষ্টি ৰাখিব৷ আপোনাৰ মান-সন্মান প্ৰতিষ্ঠা বাঢ়িব৷

বৃশ্চিক ৰাশি
সূৰ্যৰ ৰাশি পৰিবৰ্তন আপোনাৰ বাবে অত্যন্ত শুভ আৰু লাভজনক৷ এই ৰাশিতেই সূৰ্যই প্ৰৱেশ কৰিব লগ্নি স্থানত৷ এই ৰাশিৰ অধিপতি আৰু সূৰ্যৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ সেয়ে বৃশ্চিক ৰাশিৰ জাতকৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি হ’ব৷ জীৱনলৈ সুখ আহিব৷ বিদেশী উৎসৰ পৰা ধন লাভৰ সুযোগ আছে৷ জীৱনসংগীৰ সহযোগিতা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত আনন্দ থাকিব৷ ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ পৰিবৰ্তন দেখা পাব৷ এই পৰিবৰ্তনত আপোনাৰ লাভৰ পথ প্ৰশস্ত হ’ব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ সূৰ্যই আপোনাৰ ৰাশিৰ নৱম স্থানৰ অধিপতি৷ ভাগ্যৰ সংগ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ যাত্ৰাত লাভাম্বিত হ’ব৷

মকৰ ৰাশি
সূৰ্যৰ ৰাশি পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ সূৰ্যই আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থান ভ্ৰমণ কৰিব৷ল এই কাৰণত মকৰ ৰাশিৰ জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব৷ আয়ৰ নতুন নতুন মাধ্যম তৈয়াৰ হ’ব৷ অৰ্থ উপাৰ্জন আৰু ধন সঞ্চয়ত সফল হ’ব মকৰ ৰাশিৰ জাতকসকলৰ৷ ভাল পৰিমানৰ অৰ্থ সঞ্চয় কৰিব পাৰিব৷ এই সময়ত লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব৷ সূৰ্যই আপোনাৰ ৰাশিৰ অষ্টম স্থানৰ অধিপতি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

বলীউডৰ ইতিহাসত প্রথম, দীপাৱলীত মুক্তি দি প্রথম দিনাই কোটি কোটি টকা উপাৰ্জন টাইগাৰ-৩ৰ

এই ৭টা মেছেজ আপোনাৰ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ আপোনাৰ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.